• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      দিল্লীত বিজেপি চৰকাৰৰ বাবে প্ৰত্যাহ্বান হৈ পৰিব নেকি এই ৫ নিৰ্বাচনী প্ৰতিশ্ৰুতি?

      Nation NE by Nation NE
      February 10, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      কোন হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী? অমিত শ্বাহৰ ঘৰত গুৰুত্বপূৰ্ণ বৈঠক
      Share on FacebookShare on TwitterWhatsApp

      সুদীৰ্ঘ ২৭ বছৰৰ মূৰত দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰে। দলটোৱে ৭০খন আসনৰ ভিতৰত ৪৮খন আসন লাভ কৰিছে।

      গতিকে বিজেপিয়ে পূর্বৰ চৰকাৰৰ আঁচনিবোৰত কি কি সালসলনি কৰে, সেয়া হ’ব অতি লক্ষণীয়-

      • দিল্লী চৰকাৰৰ আয় কম, ব্যয় অধিক

      ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে দিল্লীৰ বাজেট হৈছে ৭৬ হাজাৰ কোটি টকা। ইয়াত শিক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক ব্যয় ১৬,৩৯৬ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে।

      আনহাতে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়নৰ বাবে ৯,৮০০ কোটি, স্বাস্থ্য সেৱাৰ বাবে ৮,৬৮৫ কোটি, আৰু পৰিবহণৰ বাবে ৭,৪৭০ কোটি টকা আবণ্টন দিয়া হৈছে।

      এনে পৰিস্থিতিত বিজেপিৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে আয় বৃদ্ধি কৰাটো কঠিন হ’ব।

      • বিনামূলীয়া আঁচনি আৰু মাহেকীয়া পেঞ্চনে বোজা বৃদ্ধি

      প্ৰতিমাহে মহিলাসকলক ২৫০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰায় ১১ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব বুলি অনুমান কৰা হৈছে।

      নিৰ্বাচন আয়োগৰ প্ৰতিবেদন অনুসৰি, দিল্লীত প্ৰায় ২৪.৫ লাখ বৃদ্ধ লোক আছে যাৰ বয়স ৬০ বছৰৰ অধিক। তেওঁলোকক ২৫০০ৰ পৰা ৩০০০ টকাৰ মাহিলী পেঞ্চন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। তেওঁলোকৰ মাহিলী পেঞ্চনৰ বাবেও ৪১০০ কোটি টকা ব্যয় হোৱাৰ আনুমানিক হিচাপ কৰা হৈছে।

      ইয়াৰ লগতে বিনামূলীয়া বিদ্যুৎ আৰু পানী আঁচনি অব্যাহত ৰাখিবলৈ প্ৰায় ১১ হাজাৰ কোটি টকাৰ প্ৰয়োজন হ’ব। ৫০০ টকাত গেছ চিলিণ্ডাৰ আৰু হোলী আৰু দীপাৱলীত বিনামূলীয়াকৈ দিয়াৰ প্ৰস্তাৱেও চৰকাৰী বাজেট বৃদ্ধি কৰিব।

      • KGৰ পৰা PGলৈ বিনামূলীয়া শিক্ষা

      বিজেপিয়ে নিৰ্বাচনী দাবীত উল্লেখ কৰিছে যে, কেজিৰ পৰা পিজিলৈ বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ’ব।

      বিজেপিয়ে ২০২৬ চনৰ ভিতৰত তিনিখন নতুন মহাবিদ্যালয় মুকলি কৰাৰ লগতে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক ১৫ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে। ইয়াৰ সমান্তৰালকৈ কাৰিকৰী শিক্ষা গ্ৰহণ কৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীক প্ৰতিমাহে এহেজাৰ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

      • পানী, মাটি আৰু বায়ু পৰিষ্কাৰ কৰা

      ভাৰতীয় জনতা পাৰ্টিয়ে ৩ বছৰত যমুনা পৰিষ্কাৰ কৰি নদীৰ পাৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বিগত কেইবছৰমানৰ পৰা যমুনা নদী পৰিষ্কাৰ কৰাৰ বাবে প্ৰায় ৮ হাজাৰ কোটি টকা ব্যয় হৈছে।

      ইয়াৰ উপৰিও তিনি বছৰত লেণ্ডফিল পৰিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতিও দিছে। ইয়াৰ উপৰিও দিল্লীৰ বতাহ পৰিষ্কাৰ কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হ’ব।

      • পৰিবহণ আৰু স্বাস্থ্য

      বিজেপিয়ে দিল্লীত প্ৰায় ১৩ হাজাৰ ই-বাছ চলোৱাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ বাবে ২০ হাজাৰ কোটি টকাৰ প্ৰয়োজন হ’ব।

      দিল্লীৰ আশে-পাশে ৬৫ হাজাৰ কোটি টকাৰ ঘাইপথো নিৰ্মাণ কৰা হ’ব। মেট্ৰ’ সম্প্ৰসাৰণৰ বাবেও প্ৰয়োজন হৈছে ২৭০০ কোটি টকা।

      দিল্লী চৰকাৰে পূর্বৰ বাজেটৰ তুলনাত পথ উন্নয়নৰ ব্যয় হ্ৰাস কৰিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত ৩,১২৬ কোটি টকা ব্যয় কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল, যিটো ২০২৪-২৫ চনত ১,৭৬৮ কোটি টকালৈ হ্ৰাস পাইছিল।

      ইয়াৰ সমান্তৰালকৈ দিল্লীত বিজেপিয়ে স্বাস্থ্য খণ্ডৰ প্ৰিয় আঁচনি পিএম আয়ুষ্মান ভাৰত যোজনাও আৰম্ভ কৰিব।ইয়াৰ অধীনত ৫ লাখ টকা পৰ্যন্ত চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। ইয়াত ৭০ বছৰ বয়সলৈকে বয়সীয়াল লোকক চিকিৎসা কৰা হ’ব।

      ইয়াৰ সমান্তৰালকৈ গৰ্ভৱতী মহিলাসকলকো ২১ হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ লগতে ছটা নিউট্ৰিচন কিট প্ৰদান কৰা হ’ব।

      Tags: #AAPBJPElection

      Related Posts

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      June 7, 2025
      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?
      Top News

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      June 7, 2025
      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      June 7, 2025
      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা
      Top News

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      June 7, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      June 7, 2025
      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং
      Top News

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      June 6, 2025

      শীৰ্ষ সংবাদ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      উদ্ধাৰ হৈছে কোটি কোটি মূল্যৰ তিমিৰ ওকালি, ৩ জনক গ্ৰেপ্তাৰ

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP