• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 6, 2026
20 °c
Guwahati
21 ° Sat
21 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিজেপি সদস্য ভৰ্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য, এসপ্তাহত ১৩ লাখ লোকৰ যোগদান ৰাজ্যিক বিজেপিত

Nation NE by Nation NE
September 10, 2024
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
বিজেপি সদস্য ভৰ্তি সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য, এসপ্তাহত ১৩ লাখ লোকৰ যোগদান ৰাজ্যিক বিজেপিত
Share on FacebookShare on TwitterWhatsApp

দেশজুৰী অব্যাহত আছে বিজেপি সদস্য ভৰ্তি অভিযান-২০২৪। ৰাজ্যতো সদস্য ভৰ্তি অভিযানৰ বাবে ৰাজ্যিক বিজেপি কাৰ্যালয়লৈ ভ্ৰমণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।ইয়াৰ মাজতে এক সংবাদমেলৰ যোগেদি সদৰি কৰিলে এই কথা। দেশজুৰি আৰম্ভ হোৱা সদস্য ভৰ্তি অভিযানৰ প্ৰথম সপ্তাহৰ ভিতৰতে ৰাজ্যৰ প্ৰায় ১৩ লাখ লোকে বিজেপিৰ সদস্য পদত যোগদান কৰে ।

সামগ্ৰিক বিষয় সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয় যে, যোৱা বছৰ সদস্যৰ সংখ্যা আছিল ১৮ লাখ ।ইয়াৰ বিপৰীতে চলিত বৰ্ষতে ইয়াৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শৰ্মাই কয়, ‘দেশজুৰি সদস্য ভৰ্তি অভিযান চলি আছে। সদস্যপদ নবীকৰণ হৈ আছে আৰু নতুন সদস্যও দলত অন্তৰ্ভুক্ত হৈছে ।’

তেওঁ লগতে কয় যে, ২ ছেপ্টেম্বৰৰ পৰা বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰা হৈছিল ।আৰম্ভ হোৱা দিনটোৰ পৰা সোমবাৰৰ বিয়লিলৈকে নতুন সদস্যকে ধৰি ১২.৯০ লাখ সদস্য দলটোত অন্তৰ্ভুক্ত হৈছে ।‘সাত দিনৰ ভিতৰত প্ৰায় ১৩ লাখ সদস্য অন্তভোক্ত হোৱাৰ লগতে সদস্য ভৰ্ত্তিৰ ক্ষেত্ৰত শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত অসমৰ নাম আছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।আনহাতে ২৫ ছেপ্টেম্বৰলৈকে এই অভিযান অব্যাহত থাকিব বুলি সদৰি কৰি ৰাজ্যবাসীক নিৰ্দিষ্ট নম্বৰটোত মিছ কল দি নিজকে বিজেপিৰ সদস্য হিচাপে নামভৰ্তি কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, যোৱা বছৰ ১৮ লাখ সদস্যই পঞ্জীয়ন কৰিছিল আৰু এইবাৰ ৰাজ্যত এই সংখ্যা বৃদ্ধিৰ হ’ব বুলি দলটো আশাবাদী। তেওঁ কয়, ‘সময় থাকিলে আমি সদস্য নামভৰ্তিৰ বাবেও মেনুৱেল ফৰ্ম ব্যৱহাৰ কৰিম। যিবোৰ গাঁৱত ইণ্টাৰনেট নাই, সেইবোৰ গাঁৱত আমি হাতেৰে কামটো কৰিবলৈ চেষ্টা কৰিম।’ তিনি ছেপ্টেম্বৰত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সদস্যপদ নবীকৰণ কৰিছিল।

Tags: #AssamChief ministerState BJP

Related Posts

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…
Top News

February 6, 2026
এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 6, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 6, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 6, 2026
প্ৰতিশোধ সম্পূৰ্ণ! গাজাত ইজৰাইলৰ ব্যাপক আ*ক্ৰমণ, হামাছৰ দুজন শীৰ্ষ সেনাপতি নিহত

February 5, 2026

শীৰ্ষ সংবাদ

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

পাকিস্তানত ট্ৰাম্পৰ বিশাল সম্পদ! ১.৩ বিলিয়ন ডলাৰ ব্যয় কৰিবলৈ সাজু, প্ৰজেক্ট ভল্ট কি?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025