• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 8, 2025
30 °c
Guwahati
31 ° Mon
31 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

    নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

    অশান্তজৰ্জৰ মণিপুৰত নিয়োগ কৰা হ’ব অতিৰিক্ত ৫০০০ জোৱান

    পুনৰ অশান্ত মণিপুৰ! পাঁচখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অন্তৰ্ভূক্ত হ’ব পাৰে এইকেইগৰাকী খেলুৱৈৰ নাম

      Nation NE by Nation NE
      October 23, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ক্ৰীড়া
      0 0
      পুনে টেষ্টৰ পূৰ্বে নিউজিলেণ্ডৰ বাবে বেয়া খবৰ; দ্বিতীয় টেষ্টৰ পৰাও বাহিৰ এইগৰাকী বেটাৰ
      Share on FacebookShare on TwitterWhatsApp

      ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী আৰম্ভ হোৱাৰ দিন ওচৰ চাপি অহাৰ লগে লগে ইয়াক লৈ উত্তেজনাও বৃদ্ধি পাইছে। পিছে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল, এই হাই প্ৰফাইল ছিৰিজটোৰ অংশ কোন হ’ব? এই ডাঙৰ প্ৰশ্নৰ উত্তৰ পুনেত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত দ্বিতীয়খন মেচৰ পিছতহে গম পোৱা যাব।

      জানো আহক কোনকেইগৰাকী খেলুৱৈয়ে দলত স্থান পোৱাৰ সম্ভাৱনা আছে-

      নীতিশ কুমাৰ ৰেড্ডী

      ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে দলত স্থান লাভ কৰিব পাৰে অল ৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়ে। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, ভাৰতীয় নিৰ্বাচকসকলে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে এজন দ্ৰুত বলিং অল ৰাউণ্ডাৰৰ সন্ধানত আছে। দলটোৰ এই প্ৰয়োজনীয়তা পূৰণৰ বাবে অজিত আগৰকাৰ এণ্ড কোম্পানীয়ে নীতিশ কুমাৰ ৰেড্ডীৰ নামত ছীল মাৰিব পাৰে।

      আই পি এলত এছ আৰ এইচৰ হৈ খেলা নীতিশে শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধেও টি-২০ ছিৰিজ খেলিছে। অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ইণ্ডিয়া A দলতো নিৰ্বাচিত হৈছে।

      শ্বাৰদুল ঠাকুৰ

      পেচ অল-ৰাউণ্ডাৰ হিচাপে দলত স্থান লাভৰ বাবেও শ্বাৰদুল ঠাকুৰো এক শক্তিশালী প্ৰতিদ্বন্দ্বী। যোৱা অষ্ট্ৰেলিয়া ভ্ৰমণৰ গাব্বা টেষ্টত ভাৰতৰ জয়ৰ ক্ষেত্ৰত ৩৩ বছৰীয়া শ্বাৰদুলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

      শেহতীয়াকৈ তেওঁ আঘাতৰ পৰা সুস্থ হৈ ঘৰুৱা মেচতো ভাল প্ৰদৰ্শন আগবঢ়াইছে। বৰ্তমান তেওঁ মুম্বাইৰ হৈ ৰঞ্জী ট্ৰফী খেলি আছে। এনে পৰিস্থিতিত যদিও বিগত বৰ্ষত দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পিছৰে পৰা শ্বাৰদুল ভাৰতীয় দলৰ পৰা আঁতৰি থাকিব পাৰে, তথাপিও নিৰ্বাচকসকলে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত তেওঁৰ নাম বিবেচনা কৰিব পাৰে।

      ১০ নৱেম্বৰত অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ৰাওনা হ’ব টীম ইণ্ডিয়া

      ১০ নৱেম্বৰত অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ৰাওনা হোৱাৰ সম্ভাৱনা আছে টীম ইণ্ডিয়া। এইবাৰৰ অষ্ট্ৰেলিয়া ভ্ৰমণ বিশেষ হ’ব, কাৰণ ১৯৯২ চনৰ পিছত প্ৰথমবাৰৰ বাবে দুয়োটা দলৰ মাজত ৫ টেষ্ট মেচৰ শৃংখলা অনুষ্ঠিত হৈছে। ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টেষ্ট শৃংখলা।

      Tags: #cricketBorder TrophySports

      Related Posts

      ডায়েবেটিছৰ বাবে বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে এইবোৰ খাদ্য, আজিয়েই আঁতৰাই পেলাওক নিজৰ খাদ্য তালিকাৰ পৰা…
      Top News

      শৰীৰত ভিটামিন ইৰ অভাৱ কিয় হয়? কি কি লক্ষণ দেখা যায়?

      June 8, 2025
      শাও লাগিছে পাকিস্তানত! এটাৰ পিছত আনটো বিস্ফোৰণৰ ঘটনা…
      Top News

      শাও লাগিছে পাকিস্তানত! এটাৰ পিছত আনটো বিস্ফোৰণৰ ঘটনা…

      June 8, 2025
      মাজ ৰাস্তাত ধনী মানুহৰ গুণ্ডাগিৰি, সুৰাৰ দোকানৰ বাহিৰত হুলস্থুলৰ সৃষ্টি…
      Top News

      মাজ ৰাস্তাত ধনী মানুহৰ গুণ্ডাগিৰি, সুৰাৰ দোকানৰ বাহিৰত হুলস্থুলৰ সৃষ্টি…

      June 8, 2025
      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      এপ্ৰিলৰ পৰিবৰ্তে ডিচেম্বৰ মাহত হওক বাংলাদেশৰ নিৰ্বাচন! তিনিটা কাৰণ দি ইউনুছৰ ওপৰত হেঁচা…

      June 8, 2025
      LPG টেংকাৰ আৰু মিনি বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ঘৰ, গোশালা, বাহন জ্বলি চাৰখাৰ
      Top News

      LPG টেংকাৰ আৰু মিনি বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ঘৰ, গোশালা, বাহন জ্বলি চাৰখাৰ

      June 8, 2025
      নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা
      Top News

      নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

      June 8, 2025

      শীৰ্ষ সংবাদ

      শৰীৰত ভিটামিন ইৰ অভাৱ কিয় হয়? কি কি লক্ষণ দেখা যায়?

      শাও লাগিছে পাকিস্তানত! এটাৰ পিছত আনটো বিস্ফোৰণৰ ঘটনা…

      মাজ ৰাস্তাত ধনী মানুহৰ গুণ্ডাগিৰি, সুৰাৰ দোকানৰ বাহিৰত হুলস্থুলৰ সৃষ্টি…

      এপ্ৰিলৰ পৰিবৰ্তে ডিচেম্বৰ মাহত হওক বাংলাদেশৰ নিৰ্বাচন! তিনিটা কাৰণ দি ইউনুছৰ ওপৰত হেঁচা…

      LPG টেংকাৰ আৰু মিনি বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ঘৰ, গোশালা, বাহন জ্বলি চাৰখাৰ

      নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP