• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, July 26, 2025
30 °c
Guwahati
28 ° Sun
26 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ব্ৰাজিলত ভয়ংকৰ বিমান দুৰ্ঘটনা, প্ৰাণহানি ৬১গৰাকীকৈ যাত্ৰীৰ

      Nation NE by Nation NE
      August 10, 2024
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      ব্ৰাজিলত ভয়ংকৰ বিমান দুৰ্ঘটনা, প্ৰাণহানি ৬১গৰাকীকৈ যাত্ৰীৰ

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      ব্ৰাজিলত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। ব্ৰাজিলৰ চাও পাওলোত সংঘটিত হয় এই বিমান দুৰ্ঘটনা। তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বিমানখনত যাত্ৰী, চালক-কৰ্মচাৰীকে ধৰি মুঠ ৬২ গৰাকীকৈ লোক উপস্থিত আছিল। ইয়াৰে ৬১ গৰাকীকৈ লোকৰ প্ৰাণহানি হয়। কথমপি ১জন লোকৰ প্ৰাণ ৰক্ষা পৰে।

      সম্প্ৰতি সকলো সংবাদ মাধ্যমতেই এই ভয়াৱহ বিমান দুৰ্ঘটনাৰ ভিডিঅ’ বিয়পি পৰিছে। এই ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে, এক তীব্ৰ গতিত এখন বিমান আকাশৰ পৰা নামি আহি হঠাতেই মাটিত খুন্দা মাৰে আৰু  তাৰ পাছতেই এক বৃহৎ বিস্ফোৰণ ঘটি বিমানখন নিমিষতে ধ্বংস হৈ যায়।

      চিএনএনৰ প্ৰতিবেদন অনুসৰি, ব্ৰাজিলৰ আঞ্চলিক বিমানসংস্থা VOEPASSৰ 2283-PS-VPB নামৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। বিমান সংস্থাটোৰ বিবৃতি অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনত ৫৮ গৰাকী যাত্ৰীৰ সৈতে ৪ জন ক্ৰু মেম্বাৰ উপস্থিত থাকে। আৱাসিক এলেকাত সংঘটিত হয় এই দুৰ্ঘটনা।

      FLIGHTRADARৰ তথ্য অনুসৰি, স্থানীয় সময় অনুসৰি দুপৰীয়া ১:৩০ ত VOEPASS বিমানখন কাক্সাভেলৰ পৰা উৰা মাৰি চাও পাওলালৈ যোৱাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হয়। অৱশ্যে বৰ্তমানেও এই দুৰ্ঘটনাৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই।

      Tags: brazilFlightSao Paulo

      Related Posts

      আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?
      Top News

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      July 26, 2025
      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ
      Top News

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      July 25, 2025
      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025
      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      July 25, 2025

      শীৰ্ষ সংবাদ

      কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

      উচ্ছেদৰ মাজতেই অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৮ বাংলাদেশীক গ্ৰেপ্তাৰ

      আন এক মাইলষ্টন! পন্টিং-কালিছৰ অভিলেখ ভংগ জো ৰুটৰ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist