• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 14, 2025
18 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিজ ভগ্নীৰ সৈতে আচৰিত কাণ্ড সংঘটিত কৰে এগৰাকী ব্যক্তিয়ে!

Nation NE by Nation NE
September 27, 2024
in Top News, অসম
0 0
নিজ ভগ্নীৰ সৈতে আচৰিত কাণ্ড সংঘটিত কৰে এগৰাকী ব্যক্তিয়ে!
Share on FacebookShare on TwitterWhatsApp

কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কঞা আৰক্ষী থানাৰ অন্তৰ্গত সৌৰামুৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।

সম্পত্তিৰ লোভত নিজৰেই ভগ্নীক হত্যা কৰে দিনেশ দাস নামৰ এগৰাকী ব্যক্তিয়ে। প্ৰায় ৪৫ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় কঞা আৰক্ষী থানাৰ অন্তৰ্গত সৌৰামুৰী অঞ্চলত।

মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি সৌৰামুৰীত।

উল্লেখ্য যে, সৌৰামুৰীৰ নদী পাৰৰ দিনেশ দাসে নিজৰ বিবাহ বিচ্ছেদিত ভগ্নীক সম্পত্তিৰ লোভত মৰিয়াই হত্যা কৰি পানীত পেলাই দিয়াৰ গুৰুতৰ অভিযোগ স্হানীয় লোকৰ।

জানিবলৈ পৰা মতে বিবাহ বিচ্ছেদ হোৱাৰ পিছতেই মহিলা গৰাকীয়ে তেওঁৰ একমাত্ৰ পুত্ৰৰ সৈতে সৌৰামুৰী নদীপাৰত ককায়েকৰ লগত বাস কৰি আছিল যদিও বিগত দুবছৰ ধৰি ককায়েকৰ সৈতে তেওঁৰ মাটি বাৰী সংক্ৰান্তত হাই-কাজিয়া চলি আছিল।

যাৰ পৰিণতিত ককায়েক দিনেশ দাসে নিজ ভগ্নীক পিছ মুৰত কোৱাই হত্যা কৰি পানীত পেলাই দি পলায়ন কৰে। ইতিমধ্যে ঘটনাস্হলীত কঞা আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যবস্থা গ্ৰহণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

আনহাতে মাটি বাৰীৰ সংক্ৰান্তত নিজ বিবাহ বিচ্ছেদিত ভনীয়েকক ৰাতিপুৱাই হত্যা কৰি পলায়ন কৰা দিনেশ দাসক গ্ৰেপ্তাৰ কৰি নজিৰ বিহীন শাস্তি প্ৰদান কৰিবলৈ স্হানীয় ৰাইজে প্ৰশাসনক দাবী জনাইছে।

Tags: #AssamKamrup (M)Rangia

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025
সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025