• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 17, 2026
22 °c
Guwahati
22 ° Wed
23 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত মহিলাৰ বাবে বিভিন্ন ঘোষণা

Nation NE by Nation NE
March 10, 2025
in Top News, অসম
0 0
২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত মহিলাৰ বাবে বিভিন্ন ঘোষণা
Share on FacebookShare on TwitterWhatsApp

সোমবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ২০২৫-২৬ পূৰ্ণাংগ বাজেট। এই বাজেটত বিত্তমন্ত্ৰীয়ে কেইবাটাও ডাঙৰ ঘোষণা কৰে। বিশেষকৈ মহিলাসকলৰ বাবে এই বাজেটত বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আজিৰ বাজেটত মহিলাৰ বাবে গ্ৰহণ কৰা ডাঙৰ সিদ্ধান্তকেইটা হ’ল-

  • মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি

এই আঁচনিৰ অধীনত প্রতিমাহে ১০ মাহৰ বাবে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলক ১,০০০ টকা, স্নাতক প্রথম বৰ্ষৰ ছাত্ৰীসকলক ১,২৫০ টকা আৰু স্নাতকোত্তৰ তথা বি এডৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলক ২,৫০০ টকাকৈ প্ৰদান কৰি স্ত্রী শিক্ষাক আগুৱাই নিয়া হ’ব।

  • অৰুণোদয় ৩.০

মহিলাসবলীকৰণ আৰু অৰ্থনৈতিক অন্তৰ্ভুক্তিকৰণৰ বাবে চৰকাৰে লোৱা এক বিশেষ পদক্ষেপ হৈছে অৰুণোদয় আঁচনি। এই আঁচনিৰ অধীনত মাহিলী মহিলাসকলক ১,২৫০ টকাকৈ আগবঢ়োৱা হয়। ২০২৫-২৬ বিত্তীয় বৰ্ষত অসমত অৰুণোদয়ৰ হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ।

  • লাখপতি বাইদেউ, মহিলা আত্মসহায়ক গোট আৰু উদ্যমীৰ সবলীকৰণ

প্রতিশ্রুতিসম্পন্ন মহিলা নেতৃত্বাধীন ষ্টার্টআপক উৎসাহিত কৰাৰ বাবে প্রায় ২৫০ কোটি টকাৰে ‘লাখপতি বাইদেউ পুঁজি’ গঠনৰ কৰা হৈছে। এই আঁচনিৰ লক্ষ্য হৈছে মহিলা উদ্যমীৰ হকে এটা শক্তিশালী পৰিবেশতন্ত্র সৃষ্টি কৰি অৰ্থনৈতিক প্রগতি আৰু স্বনিৰ্ভৰশীলতা গঢ়ি তোলা।

  • মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান

মহিলা উদ্যমিতা অভিযান হৈছে আত্ম-সংস্থাপনমূলক আঁচনি। এই আঁচনিৰ দ্বাৰা গ্ৰামাঞ্চলৰ ৩০ লাখ মহিলা আৰু নগৰ অঞ্চলৰ ২ লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি লোৱা হ’ব।

Tags: #AssamBudgetfinance minister

Related Posts

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

March 17, 2026
শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 17, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 17, 2026

শীৰ্ষ সংবাদ

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025