• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 26, 2026
24 °c
Guwahati
25 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীবাহী বাছ-ট্ৰাকৰ সংঘৰ্ষ, ১৪ জনকৈ লোকৰ প্ৰাণহানি

Nation NE by Nation NE
March 26, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীবাহী বাছ-ট্ৰাকৰ সংঘৰ্ষ, ১৪ জনকৈ লোকৰ প্ৰাণহানি
Share on FacebookShare on TwitterWhatsApp

অন্ধ্ৰ প্ৰদেশৰ মাৰ্কাপুৰম জিলাত ২৬ মাৰ্চৰ পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন  যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ সংঘৰ্ষৰ ফলত বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাত ১৪ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয়।

আৰক্ষীয়ে জনোৱা মতে আহত কেইবাজনো যাত্ৰীক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে। আৰক্ষীৰ মতে, পুৱা প্ৰায় ৬ বজাত তেলেংগানাৰ নিৰ্মলৰ পৰা নেল্লোৰ অভিমুখী হৰিকৃষ্ণ ট্ৰেভেলছ বাছে এখন ট্ৰাকৰ সৈতে সংঘৰ্ষত সংঘৰ্ষ হয়। সংঘৰ্ষৰ পিছতে বাছখনত অগ্নি সংযোগ হয় আৰু কেইবাজনো যাত্ৰী জ্বলি যায়।

এই পথ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে। কেইবাজনো যাত্ৰীৰ সৈতে হোৱা এই দুৰ্ঘটনাৰ খবৰ পাই তেওঁ গভীৰ শোক প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে বিষয়াসকলৰ সৈতে কথা পাতি পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু আহত যাত্ৰীসকলক প্ৰদান কৰা চিকিৎসা পৰিদৰ্শন কৰে। তেওঁ বিষয়াসকলক দুৰ্ঘটনাটোৰ কাৰণৰ সম্পূৰ্ণ তদন্ত কৰি বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

তথ্য-প্ৰযুক্তি মন্ত্ৰী নৰা লোকেশেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। যত্ৰীবাহী বাছ আৰু ট্ৰাকৰ সংঘৰ্ষত ইমানবোৰ লোকে প্ৰাণ হেৰুৱাই পেলোৱাটো অতি মৰ্মান্তিক বুলিও তেওঁ কয়। লোকেশে কয় যে, আহত যাত্ৰীসকলৰ বাবে উপযুক্ত আৰু সময়োপযোগী চিকিৎসা সুনিশ্চিত কৰিবলৈ ইতিমধ্যে বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। তেওঁ কয় যে, চৰকাৰে ভুক্তভোগী পৰিয়ালক সম্ভৱপৰ সকলো সাহায্য আগবঢ়াব। লগতে আহত যাত্ৰীসকলৰ আশু আৰোগ্য কামনা কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Tags: #AccidentAndhra PradeshBusTruck

Related Posts

ভাৰতৰ বাবে মুকলি ‘হৰমুজৰ দুৱাৰ’! ইৰাণে দেখুৱালে নিজৰ বন্ধুত্ব, এতিয়াৰে পৰা তেল-গেছৰ প্ৰচুৰ আমদানি
Top News

ভাৰতৰ বাবে মুকলি ‘হৰমুজৰ দুৱাৰ’! ইৰাণে দেখুৱালে নিজৰ বন্ধুত্ব, এতিয়াৰে পৰা তেল-গেছৰ প্ৰচুৰ আমদানি

March 26, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 26, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 26, 2026
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 26, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

March 25, 2026
ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?
Top News

ছিংগাপুৰৰ আদালতৰ চূড়ান্ত ৰায়, প্ৰকৃততে কি হৈছিল হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ সৈতে?

March 25, 2026

শীৰ্ষ সংবাদ

ভয়ংকৰ পথ দুৰ্ঘটনা! যাত্ৰীবাহী বাছ-ট্ৰাকৰ সংঘৰ্ষ, ১৪ জনকৈ লোকৰ প্ৰাণহানি

ভাৰতৰ বাবে মুকলি ‘হৰমুজৰ দুৱাৰ’! ইৰাণে দেখুৱালে নিজৰ বন্ধুত্ব, এতিয়াৰে পৰা তেল-গেছৰ প্ৰচুৰ আমদানি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱঃ ভাৰতত সুৰাৰ নাটনি হোৱাৰ সম্ভাৱনা! ব্যয়বহুল হ’ব পাৰে বহু ব্ৰেণ্ড

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025