• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
26 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুৰ্গোৎসৱৰ বাবে সাজু ৰাজ্যবাসী; বিজয়া দশমীৰ বাবে ডাঙৰ ঘোষণা কাছাৰ জিলা প্ৰশাসনৰ

Nation NE by Nation NE
September 26, 2024
in Top News, অসম
0 0
দুৰ্গোৎসৱৰ বাবে সাজু ৰাজ্যবাসী; বিজয়া দশমীৰ বাবে ডাঙৰ ঘোষণা কাছাৰ জিলা প্ৰশাসনৰ
Share on FacebookShare on TwitterWhatsApp

দুৰ্গোৎসৱ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সাজু হৈছে কাছাৰ জিলা প্ৰশাসন। দুৰ্গা পূজাৰ দশমীৰ দিনটোত অৰ্থাত প্ৰতিমা‌ বিসৰ্জনৰ দিনা যাতে কোনো ধৰণৰ অঘটন নঘটে তাৰ বাবে সমগ্ৰ জিলাখনতে ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে।

ইয়াৰ উপৰি পূজাৰ সময়ছোৱাত বিভিন্ন নিষেধাজ্ঞা জাৰি কৰিছে কাছাৰৰ উপায়ুক্ত মৃদুল যাদৱে। কাছাৰ জিলাত দুৰ্গোৎসৱ সুন্দৰ, শৃংখলাবদ্ধ আৰু শান্তিপূৰ্ণভাৱে উদযাপন কৰাৰ উদ্দেশ্যে কাছাৰ জিলা প্ৰশাসনে জিলাখনৰ বিভিন্ন পূজা সমিতিৰ বিষয়ববীয়াৰ সৈতে শিলচৰত এক বৈঠকত মিলিত হয়।

দুৰ্গা পূজা উদযাপনৰ সময়ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। আন বছৰৰ দৰে দুৰ্গোৎসৱ সমিতিসমূহে দুৰ্গা পূজা সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছে মৃদুল যাদৱে।

বিদ্যুৎ, পানী আদি যোগান ধৰাৰ বাবে সংশ্লিষ্ট বিভাগৰ পূৰ্ব অনুমোদন লোৱাৰ নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে। ইপিনে কাছাৰ জিলা প্ৰশাসনে কণ্ট্ৰ’ ল ৰুম মুকলি কৰিব বুলিও জানিবলৈ দিয়ে।

লগতে সকলো পূজা সমিতিৰ সৈতে এক সুকীয়া বৈঠক অনুষ্ঠিত কৰি পূজাৰ সময়ছোৱাত যাতায়াতৰ ব্যৱস্থা মসৃণ কৰি তোলাৰ ক্ষেত্ৰত জনসাধাৰণে কোনো ধৰণৰ অশান্তি নোহোৱাকৈ পূজা উপভোগ কৰাৰ ক্ষেত্ৰত দৃষ্টি ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

ইপিনে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই সকলো পূজা সমিতিক নিজ নিজ স্বেচ্ছাসেৱকক আই-কাৰ্ড আৰু মহিলা আৰু পুৰুষৰ বাবে পৃথক প্ৰৱেশ ব্যৱস্থা, অগ্নিনিৰ্বাপক ব্যৱস্থা, CCTV আদিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ ঘাইপথ এলেকাৰ পৰা পূজা মাচুল সংগ্ৰহ, পথৰ ক্ষতি নকৰাকৈ মণ্ডপ নিৰ্মাণ আৰু উপযুক্ত অনুমতি ল’বলৈ অনুৰোধ জনায়।

ইপিনে প্ৰতিমা বিসৰ্জনৰ দিনা ড্ৰাই ডে থাকিব বুলিও ঘোষণা কৰিছে জিলা উপায়ুক্তগৰাকীয়ে।

Tags: #CacharDry DayDurga Puja

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025