• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
22 °c
Guwahati
23 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চীনলৈ মোক্ষম আঘাত কানাডাৰ! এই ডাঙৰ কোম্পানীত নিষেধাজ্ঞা…

Nation NE by Nation NE
June 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
চীনলৈ মোক্ষম আঘাত কানাডাৰ! এই ডাঙৰ কোম্পানীত নিষেধাজ্ঞা…
Share on FacebookShare on TwitterWhatsApp

চীনক মোক্ষম আঘাত দিছে কানাডাই। কানাডা চৰকাৰে এক নিৰ্দেশ জাৰি কৰি চীনৰ এটা বৃহৎ কোম্পানীক দেশৰ সকলো কাম-কাজ বন্ধ কৰিবলৈ কয়। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্নি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে।

কানাডাৰ উদ্যোগ মন্ত্ৰী মেল’নি জ’লীয়ে ২৭ জুনত কয় যে কানাডা চৰকাৰে চীনৰ চোৰাংচোৱা সঁজুলি নিৰ্মাতা কোম্পানী হিকভিজনক কানাডাত কাম কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কয় যে কানাডাত কাম কৰা হিকভিজন কোম্পানী ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি হৈ উঠিব পাৰে। কানাডাৰ নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাই প্ৰদান কৰা তথ্যৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে বুলি জ’লীয়ে কয়।

ইতিমধ্যে বহু আন্তঃৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ ৰাডাৰত আছে হাইকভিজন কোম্পানী। ইতিমধ্যে আমেৰিকাই এই কোম্পানীটোক ব্লেকলিষ্ট কৰিছে আৰু ইউৰোপীয় সংঘইও ইয়াৰ ওপৰত বহু প্ৰশ্ন উত্থাপন কৰিছে। অভিযোগ কৰা হৈছে যে হিকভিজনৰ সামগ্ৰীসমূহ চীন চৰকাৰে চোৰাংচোৱাগিৰি, মানৱ অধিকাৰ উলংঘা আনকি উইঘুৰ মুছলমানক অত্যাচাৰ কৰিবলৈ ব্যৱহাৰ কৰি আহিছে।

এনে প্ৰেক্ষাপটত কানাডাৰ এই পদক্ষেপ আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে কাৰণ ই কেৱল কাৰিকৰী নিষেধাজ্ঞা নহয় বৰঞ্চ কানাডাই নিজৰ ডিজিটেল সীমান্তৰ নিৰাপত্তাক শীৰ্ষ অগ্ৰাধিকাৰ দিয়াৰ কূটনৈতিক বাৰ্তাও।

কানাডা আৰু চীনৰ মাজৰ সম্পৰ্ক ইতিমধ্যে এক সুক্ষ্ম পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে। হুৱেই, মাইকেল কভ্ৰিগ আৰু মাইকেল স্পেভাৰৰ গ্ৰেপ্তাৰ, হংকঙৰ নীতি আৰু এতিয়া হিকভিজন নিষেধাজ্ঞা, এই সকলোবোৰ ঘটনাই দুয়োখন দেশৰ সম্পৰ্কত উত্তেজনাৰ কাৰণ হৈ পৰিছে। এতিয়া এই সিদ্ধান্তৰ প্ৰতি বেইজিঙে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষ্যণীয়।

কানাডাৰ এই পদক্ষেপক চীনে ৰাজনৈতিকভাৱে প্ৰেৰিত বুলি অভিহিত কৰিব পাৰে। ইয়াৰ ফলত বাণিজ্য আৰু কূটনৈতিক আলোচনাত অধিক প্ৰভাৱ পৰিব পাৰে। ইয়াৰ উপৰিও কানাডাই চীনে দেশখনত ভুল আৰু গোপনীয়ভাৱে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে।

Tags: CanadaChinaCompany

Related Posts

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ
Top News

March 18, 2026
মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 18, 2026
কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

March 17, 2026

শীৰ্ষ সংবাদ

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025