• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      উপাৰ্জন নাই! ড্ৰাগছৰ সৈতে ধৰা পৰিল এইখন দেশৰ ক্ৰিকেট অধিনায়ক

      Nation NE by Nation NE
      April 4, 2025
      in Top News, ক্ৰীড়া
      0 0
      উপাৰ্জন নাই!  ড্ৰাগছৰ সৈতে ধৰা পৰিল এইখন দেশৰ ক্ৰিকেট অধিনায়ক
      Share on FacebookShare on TwitterWhatsApp

      অনিশ্চয়তাৰ খেল ক্ৰিকেটক লৈ সময়ে সময়ে সৃষ্টি হয় নতুন বিবাদৰ। কেতিয়াবা যদি মেচ ফিক্সিং, আন কেতিয়াবা ক্ৰিকেট ফিল্ডত হোৱা অনাকাংক্ষিত ঘটনাৰ বাবে চৰ্চাত থাকে ক্ৰিকেট। শেহতীয়াকৈ নিচাজাতীয় সামগ্ৰীৰ সৈতে এখন দেশৰ ৰাষ্ট্ৰীয় অধিনায়ক ধৰা পৰা ঘটনাই পুনৰ এবাৰ বাতৰিৰ শিৰোণাম দখল কৰিছে। এই খেলুৱৈগৰাকীৰ নাম হৈছে নিকোলাছ কিৰ্টন।

      নিকোলাছ কিৰ্টন কামাডা ৰাষ্ট্ৰীয় দলৰ অধিনায়ক। জামাইকা দেশৰ এটা বিখ্যাত মিডিয়া চেনেলৰ তথ্য অনুসৰি যোৱা দেওবাৰে নিকোলাছ কিৰ্টনক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনা সন্দৰ্ভত শেহতীয়াকৈ কানাডা ক্ৰিকেট ব’ৰ্ডেও আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে।

      কানাডা ক্ৰিকেট ব’ৰ্ডে বিবৃতিটোত কয়, ‘নিকোলাছ কিৰ্টনৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ আৰু তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্য সবিশেষ কানাডা ক্ৰিকেট ব’ৰ্ডে লাভ কৰিছে। আমি এই বিষয়টো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি অধিক পদক্ষেপৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছো।

      একাংশ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ৯ কেজি ভাঙৰ সৈতে ধৰা পৰিছে নিকোলাছ কিৰ্টন। ভাং, যাক গাঞ্জা বুলিও কোৱা হয়। সেই দেশৰ আইন অনুসৰি গাঞ্জা লৈ যাত্ৰা কৰাটো কোনো অপৰাধ নহয় আৰু এজন ব্যক্তিয়ে প্ৰায় ৫৭ গ্ৰাম গাঞ্জা লগত লৈ যাব পাৰে। কিন্তু ৰাজহুৱা স্থানত ড্ৰাগছৰ সৈতে যাত্ৰা আৰু সেৱন কৰিব নোৱাৰি। কিন্তু নিকোলাছ কিৰ্টনে নিৰ্ধাৰিত সীমাতকৈ ১৬০ গুণ বেছি ড্ৰাগছ লৈ ধৰা পৰিছে।

      কানাডাৰ দলটোৱে বৰ্তমান ১৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া উত্তৰ আমেৰিকান কাপৰ বাবে প্ৰস্তুতি চলাই আছে। কিন্তু নিকোলাছ কিৰ্টনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পিছত উত্তৰ আমেৰিকান কাপৰ বাবে তেওঁ দলত স্থান পাব নে নাই সেয়া এক ডাঙৰ প্ৰশ্ন। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আমেৰিকা, বাৰ্মুডা, বাহামা আৰু আয়োজক কানাডাই।

      উল্লেখ্য যে, বাৰ্বাডোছত জন্মগ্ৰহণ কৰা নিকোলাছ কিৰ্টন যোৱা কেইবছৰমানৰ পৰা কানাডাৰ দলৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ। কানাডাৰ দলত যোগদান কৰাৰ পূৰ্বে তেওঁ ঘৰুৱা পৰ্যায়ত বাৰ্বাডোছ দল আৰু ৱেষ্ট ইণ্ডিজৰ ১৯ বছৰ অনুৰ্ধ দলকো প্ৰতিনিধিত্ব কৰিছিল।

      ইফালে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কানাডাৰ এজন ক্ৰিকেটাৰে বছৰি ৫০ লাখ টকাও উপাৰ্জন কৰিবলৈ সক্ষম নহয়। সেয়ে এইধৰণৰ নিষিদ্ধ সামগ্ৰীৰ অবৈধ বেহাত লিপ্ত হোৱা বুলি অনুমান কৰিছে একাংশ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে।

      Tags: #cricketCanadaIllegal DrugsNicholas Kirton

      Related Posts

      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      June 7, 2025
      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং
      Top News

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      June 6, 2025
      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      June 6, 2025
      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক
      Top News

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      June 6, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      June 6, 2025

      শীৰ্ষ সংবাদ

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist