• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
18 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চেম্পিয়নছ ট্ৰফী ২০২৫ক লৈ ‘চুলতান অৱ ছুইং’ ৱাছিম আক্ৰমৰ মন্তব্য

Nation NE by Nation NE
February 4, 2025
in Top News, ক্ৰীড়া
0 0
চেম্পিয়নছ ট্ৰফী ২০২৫ক লৈ ‘চুলতান অৱ ছুইং’ ৱাছিম আক্ৰমৰ মন্তব্য
Share on FacebookShare on TwitterWhatsApp

বিখ্যাত ‘চুলতান অৱ ছুইং’ নামেৰে পৰিচিত ৱাছিম ​​আক্ৰমে এইবাৰ চেম্পিয়নছ ট্ৰফী খিতাপক লৈ এক মন্তব্য কৰিছে।

ডুবাইত অনুষ্ঠিত এক সংবাদমেলত আক্ৰামক চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বিজয়ীৰ বিষয়ে সোধা হৈছিল, যাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল পাকিস্তানীৰ প্ৰাক্তন কিংবদন্তি বলাৰগৰাকীয়ে।

আচলতে এজন সাংবাদিকে আক্ৰামক সুধিছিল যে ,পাকিস্তানৰ দলটোৱে চেম্পিয়নছ ট্ৰফীৰ খিতাপ জয় কৰিব পাৰিবনে? এই প্ৰশ্নৰ উত্তৰ দি আক্ৰমে কয় যে, তেওঁ বিচাৰে যেন পাকিস্তানে চেম্পিয়নছ ট্ৰফী খিতাপ জয় কৰাত সফল হয়। কিন্তু পাকিস্তানৰ বাবে সেয়া ইমানো সহজ নহয়। শীৰ্ষ ৮ টা দলে চেম্পিয়নছ ট্ৰফীৰ খিতাপ দখলৰ বাবে ইজনে সিজনৰ মুখামুখি হ’ব।

ডুবাইত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজত খেল।

১৯৯৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে পাকিস্তানত আয়োজন কৰা হৈছে এখন বৃহৎ আই চি চি প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা দলসমূহক দুটা গ্ৰুপত স্থান দিয়া হৈছে। গ্ৰুপ A ত ভাৰত, পাকিস্তান, বাংলাদেশ আৰু নিউজিলেণ্ডৰ দল অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে গ্ৰুপ B ত আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ দল অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰতিটো গ্ৰুপৰ পৰা দুটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। ইয়াৰ উপৰিও সকলো দলে ১১ ফেব্ৰুৱাৰীৰ ভিতৰত নিজৰ চূড়ান্ত দল ঘোষণা কৰিব লাগিব।

Tags: #cricketChampions TrophySports

Related Posts

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

December 12, 2025
জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!
Top News

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

December 12, 2025
চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?
Top News

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

December 12, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

শীৰ্ষ সংবাদ

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025