• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে এগৰাকী প্ৰবীণ খেলুৱৈৰ অৱসৰ, জানক কোন এইগৰাকী খেলুৱৈ

Nation NE by Nation NE
January 11, 2025
in Top News, ক্ৰীড়া
0 0
চেম্পিয়নছ ট্ৰফীৰ বাবে টীম ইণ্ডিয়াৰ ডাঙৰ পদক্ষেপ, ডুবাইত জয়ৰ বাবে প্ৰস্তুতি…
Share on FacebookShare on TwitterWhatsApp

অহা মাহত পাকিস্তান আৰু ইউ এ ইৰ মাজত আৰম্ভ হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ ঠিক পূৰ্বে আহিছে এটা ডাঙৰ খবৰ। প্ৰতিযোগিতাখনৰ প্ৰায় ৪০ দিন পূৰ্বে বাংলাদেশ ক্ৰিকেট দলৰ এগৰাকী প্ৰবীণ খেলুৱৈয়ে অৱসৰৰ কথা ঘোষণা কৰাৰ লগে লগে বাংলাদেশ ক্ৰিকেট দলটো এক ডাঙৰ আঘাতৰ সন্মুখীন হয়।

বাংলাদেশৰ প্ৰাক্তন অধিনায়ক তথা কিংবদন্তি অ’পেনাৰ তামিম ইকবালে ১০ জানুৱাৰী অৰ্থাৎ শুকুৰবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি তেওঁৰ প্ৰত্যাৱৰ্তনৰ সকলো জল্পনা-কল্পনাৰ অন্ত পেলায়। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে তামিমক এই প্ৰতিযোগিতাত খেলিবলৈ আহ্বান জনাই যদিও দেশৰ সফল বেটছমেনগৰাকীয়ে স্পষ্টভাৱে অস্বীকাৰ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা নিজকে আঁতৰাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

৩৫ বছৰীয়া বাংলাদেশৰ প্ৰবীণ বেটছমেনগৰাকীয়ে শুকুৰবাৰে ছ’চিয়েল মিডিয়াত এক পোষ্টযোগে নিজৰ সিদ্ধান্ত প্ৰকাশ কৰে। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ বাছনি সমিতিয়ে তামিমক চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণৰ বাবে আবেদন জনায়। তামিমেও এই কথা বিবেচনা কৰিছিল যদিও শেষত তেওঁ সেই প্ৰস্তাৱ নাকচ কৰে।

এক প্ৰতিবেদন অনুসৰি, বাংলাদেশৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে বুধবাৰে নিজেই এই সিদ্ধান্তৰ বিষয়ে বাছনি সমিতিক অৱগত কৰিছিল, যদিও তাৰ পিছত দলৰ অধিনায়ক নাজমুল হোছেইন শান্তোৱেও তেওঁক এই সিদ্ধান্ত বিবেচনা কৰিবলৈ আহ্বান জনায়। কিন্তু তামিমে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈ অৱসৰৰ কথা ঘোষণা কৰে।

বাংলাদেশৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান (১৫,৩০০) সংগ্ৰহ কৰা তামিমে দ্বিতীয়বাৰৰ বাবে অৱসৰৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ জুলাই মাহতো অৱসৰৰ কথা ঘোষণা কৰিছিল। তেতিয়া তেওঁ ব’ৰ্ডৰ সৈতে হোৱা কাজিয়াৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও তাৰ পিছত তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সাক্ষাৎ কৰাৰ পিছত মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে এই সিদ্ধান্ত সলনি কৰে।

ইয়াৰ পিছতেই ছেপ্টেম্বৰ মাহত নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিছিল তামিমে। তাৰ পিছত অক্টোবৰ-নৱেম্বৰ মাহত বিশ্বকাপত অংশগ্ৰহণ কৰিবলগীয়া হৈছিল, যদিও তাৰ ঠিক পূৰ্বে তেওঁ আঘাতপ্ৰাপ্ত হয়, যাৰ বাবে তেওঁক নিৰ্বাচিত কৰা হোৱা নাছিল। নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া খেলখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ শেষ মেচ হিচাপে প্ৰমাণিত হয়।

এদিনীয়া খেলত বাংলাদেশৰ হৈ সৰ্বাধিক ৰান (৮৩৫৭) আৰু সৰ্বাধিক শতক (১৪) অৰ্জন কৰা বাওঁহাতৰ অ’পেনাৰ তামিমৰ উভতি অহাৰ পৰা দলটোৰ মাজত বহু আশাৰ সঞ্চাৰ কৰিছিল।

গতিকে বাংলাদেশে এতিয়া ২০ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে প্ৰথমখন খেলকে ধৰি সমগ্ৰ প্ৰতিযোগিতাখন তামিমৰ অবিহনে খেলিব লাগিব। টীম ইণ্ডিয়াৰ উপৰিও বাংলাদেশে গ্ৰুপ পৰ্যায়ত পাকিস্তান আৰু নিউজিলেণ্ডৰ বিৰুদ্ধেও মুখামুখি হ’ব লাগিব। ২৪৩খন এদিনীয়াৰ উপৰিও তামিমে ৭০খন টেষ্ট খেলিছিল, য’ত তেওঁ ৭৮খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১০ শতকৰে ৫১৩৪ ৰান আৰু ১ শতক আৰু ৭টা অৰ্ধশতকৰে ১৭৫৮ ৰান সংগ্ৰহ কৰিছিল।

Tags: #cricketSportsTeam India

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025