• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

“আইন অন্ধ নহয়, আইন সকলোৰে বাবে সমান”; আদালতত “ন্যায় দেৱী” ৰ নতুন ৰূপ

Nation NE by Nation NE
October 17, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
“আইন অন্ধ নহয়, আইন সকলোৰে বাবে সমান”; আদালতত “ন্যায় দেৱী” ৰ নতুন ৰূপ
Share on FacebookShare on TwitterWhatsApp

“ন্যায়ৰ দেৱী” ৰ চিনাকি মূৰ্তিটো, যাক প্ৰায়ে আদালত, চলচ্চিত্ৰ আৰু আইনী চেম্বাৰত চকুৰ পটিৰে দেখা যায়, বৰ্তমান এইটোত এক পৰিৱৰ্তন দেখা গৈছে।

উচ্চতম ন্যায়ালয়ত ‘লেডী অৱ জাষ্টিছ’ অৰ্থাৎ ন্যায়ৰ দেৱীৰ এটা নতুন প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এই মূৰ্তিটোৰ চকুৰ পৰা পটি আঁতৰ কৰা হৈছে, যি এতিয়ালৈকে আইনৰ অন্ধত্বৰ ইংগিত দি আছিল। একে সময়তে, তেওঁৰ হাতত তৰোৱালৰ পৰিৱৰ্তে, দেশৰ সংবিধানখন তুলি দিয়া হৈছে। এই মূৰ্তিটো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ পুথিভঁৰালত স্থাপন কৰা হৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই নতুন মূৰ্তিটো চিজেআই ডিৱাই চন্দ্ৰচূড়ে আদেশ দি নিৰ্মাণ কৰাইছে। ইয়াৰ উদ্দেশ্য হৈছে এটা বাৰ্তা প্ৰেৰণ কৰা যে, দেশৰ আইন অন্ধ নহয় আৰু ই শাস্তিৰ প্ৰতীক নহয়। পুৰণি মূৰ্তিটোৰ চকুত থকা পটিটোৱে দেখুৱাইছিল যে আইনৰ দৃষ্টিত সকলো সমান। আনহাতে তৰোৱালখন কৰ্তৃত্ব আৰু অন্যায়ক শাস্তি দিয়াৰ ক্ষমতাৰ প্ৰতীক আছিল।

অৱশ্যে, মূৰ্তিটোৰ সোঁ হাতত থকা তুলাচনিখন আগৰ দৰেই ৰখা হৈছে, কিয়নো ই হৈছে সমাজত ভাৰসাম্যৰ প্ৰতীক। তুলাচনিখনে বুজাই দিয়ে যে, আদালতে এটা সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে দুয়োপক্ষৰ তথ্য আৰু যুক্তি বোৰ পৰ্যবেক্ষণ কৰে আৰু শুনে।ই নিৰপেক্ষতাক প্ৰতিনিধিত্ব কৰি আহিছে।

এই ব্যৱস্থাই অৱসান ঘটাই বহু যুগৰ পৰা চলি অহা ব্ৰিটিছ শাসনৰ পৰাম্পৰা। শেহতীয়াকৈ, ভাৰত চৰকাৰে ব্ৰিটিছ শাসনকালত বলবৎ থকা ভাৰতীয় দণ্ডবিধি (আইপিচি) আইনৰ সলনি ভাৰতীয় ন্যায়পালিকা (বিএনএছ) আইন প্ৰস্তুত কৰিছে। লেডী অৱ জাষ্টিছৰ প্ৰতিমূৰ্তি সলনি কৰাটোও এই খণ্ডটোৰ অধীনত লোৱা এক পদক্ষেপ বুলি গণ্য কৰিব পাৰি।

চিজেআইৰ কাৰ্যালয়ৰ বিশিষ্ট সূত্ৰই কয় যে, চিজেআইয়ে বিশ্বাস কৰে যে ভাৰতে ব্ৰিটিছ শাসনৰ প্ৰভাৱৰ পৰা আগবাঢ়ি যোৱা উচিত। তেওঁলোকে বিশ্বাস কৰে যে, আইন অন্ধ নহয়, ই সকলোকে সমান চকুৰে চায়। অৰ্থাৎ, ন্যায়ালয়ে সমাজত ধন, সম্পদ আৰু আধিপত্যৰ অন্যান্য মানদণ্ডৰ প্ৰতি লক্ষ্য নকৰে।

সূত্ৰটোৰ মতে, এইকাৰণেই চিজেআইয়ে লেডী অফ জাষ্টিছৰ ৰূপ সলনি কৰাৰ কথা কৈছিল। তেওঁ কয় যে, প্ৰতিমূৰ্তিটোৰ এখন হাতত সংবিধান থাকিব লাগে, তৰোৱাল নহয়, যাতে দেশে ন্যায়লয়ৰ পৰা সংবিধান অনুসৰি ন্যায় দিয়াৰ বাৰ্তা পায়। তৰোৱালখন হৈছে হিংসাৰ প্ৰতীক, কিন্তু আদালতে সাংবিধানিক আইন অনুসৰিহে ন্যায় প্ৰদান কৰে।

ৰোমৰ পৌৰাণিক কাহিনী অনুসৰি ন্যায়ৰ দেৱী হৈছে “জাষ্টিচিয়া”। ৰোমৰ সম্ৰাট আগষ্টাছে ন্যায়ক এক মুখ্য গুণ বুলি গণ্য কৰিছিল। তেওঁৰ পিছত সম্ৰাট টিবেৰিয়াছে ৰোমত জাষ্টিচিয়াৰ এটা মন্দিৰ নিৰ্মাণ কৰে। জাষ্টিচিয়া ন্যায়ৰ সেই গুণৰ প্ৰতীক হৈ পৰিছিল যাৰ সৈতে প্ৰতিখন ৰাজতন্ত্ৰই নিজৰ শাসনক সংযুক্ত কৰিব বিচাৰিছিল। পিছলৈ সম্ৰাট ভেস্পাচিয়ানে তেওঁৰ প্ৰতিচ্ছবিৰে মুদ্ৰা তৈয়াৰ কৰিছিল, য’ত তেওঁ ‘জাষ্টিচিয়া আগষ্টা’ নামৰ সিংহাসনত বহিছিল। তেওঁৰ পিছত বহুতো সম্ৰাটে নিজকে ন্যায়ৰ অভিভাৱক বুলি ঘোষণা কৰিবলৈ এই দেৱীৰ প্ৰতিচ্ছবি ব্যৱহাৰ কৰিছিল।

পৃথিৱীৰ বহুতো দেশত ন্যায়দেৱীৰ এই মূৰ্তি আদালত, আইনী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানত দেখা যায়।

Tags: JUSTICELady JusticeSupreme Court

Related Posts

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

February 4, 2026
‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 4, 2026
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025