• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, February 7, 2026
20 °c
Guwahati
21 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আৰক্ষীৰ নামত ধন লৈ চাপৰ আৰক্ষীৰ জালত পৰিল এজন দালাল

Nation NE by Nation NE
September 30, 2024
in Top News, অসম
0 0
আৰক্ষীৰ নামত ধন লৈ চাপৰ আৰক্ষীৰ জালত পৰিল এজন দালাল

গ্ৰেপ্তাৰ হোৱা দালালজন।

Share on FacebookShare on TwitterWhatsApp

আৰক্ষীৰ নামত ধন লৈ চাপৰ আৰক্ষীৰ জালত পৰিল এজন দালাল। চাপৰ আৰক্ষীৰ নামত ধন সংগ্ৰহ কৰি আৰক্ষীৰ জালত পৰে এগৰাকী প্ৰবঞ্চক। আৰক্ষীয়ে খেদি খেদি আটক কৰিছে ফলিমাৰীৰ মজিবৰ ৰহমান নামৰ দালালজনক।

অভিযোগ অনুসৰি গোচৰ ৰুজু কৰিবলৈ অহা এজাহাৰকাৰীৰ পৰা চাপৰ আৰক্ষীৰ নামত প্ৰথমে ৫ হাজাৰ পিছত আকৌ ২ হাজাৰ টকা লৈছিল ধৃত দালাল মজিবুৰ ৰহমানে।

শালকোচা মুছলিমপাৰাৰ সুৰত জামাল নামৰ এজাহাৰকাৰীৰ পৰা এই ধনখিনি লোৱাৰ অভিযোগ উত্থাপন হৈছে।

ধন সংগ্ৰহ কৰাৰ উপৰি এজাহাৰকাৰীক বিপথে পৰিচালিত কৰি অহাৰ অভিযোগো আছে দালাল মজিবৰ ৰহমানৰ বিৰুদ্ধে। অৱশেষত বিষয়টো চাপৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপজ্যোতি ইংতিক অৱগত কৰাত তাৎক্ষণিকভাৱে দালালজনক গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি দালালজনক আৰক্ষীয়ো সোধা-পোচা অব্যাহত ৰাখিছে।

Tags: #AssamChaparChapar PoliceCulpritDhubri

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 7, 2026
ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ
Top News

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ

February 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 7, 2026
আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…
Top News

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

February 6, 2026
এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025