• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 19, 2025
19 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    শ-শ বিঘা ভূমি লীজত দিছে মিঞাক! উচ্ছেদৰ পিছতো কেৰেপ কৰা নাই সন্দেহজনক লোকৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী, বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক্সন…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কি হৈছিল মৃদুল ইছলামৰ সৈতে? কংগ্ৰেছত শোঁকৰ ছা

Nation NE by Nation NE
December 19, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
কি হৈছিল মৃদুল ইছলামৰ সৈতে? কংগ্ৰেছত শোঁকৰ ছা
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান সময়ত দেশৰ ৰাজনীতিত বৃহৎ স্খলন হৈছে। ৰাজনৈতিক শত্ৰুতাই যেন উদঙাই দিছে এখন ভয়াৱহ ছবি। চলিত বৰ্ষত ১৮ ডিচেম্বৰৰ দিনা অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত উলিওৱা হৈছিল এক প্ৰতিবাদী কাৰ্যসূচী।

স্মাৰ্ট মিটাৰ প্ৰসংগ, মণিপুৰৰ হিংসা, এক দেশ- এক নিৰ্বাচন, আদানী কাণ্ডকে ধৰি কেইবাটাও প্ৰসংগৰে প্ৰদেশ কংগ্ৰেছে উলিয়াছিল প্ৰতিবাদী কাৰ্যসূচী। দলটোৰ সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়া আদি নেতৃবৰ্গৰ নেতৃত্বত ৰাজভৱনলৈ উলিওৱা হৈছিল প্ৰতিবাদী কাৰ্যসূচী।

য’ত অংশ লৈছিল কংগ্ৰেছৰ সমৰ্থক, দলীয় কৰ্মকৰ্তাকে ধৰি প্ৰায় এহেজাৰ লোকে। এই প্ৰতিবাদী কাৰ্যসূচীতে অংশ লৈছিল প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক তথা অধিবক্তা মৃদুল ইছলামে। বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছে উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীয়ে যে ভয়াৱহ ৰূপ ল’ব সেয়া কোনোও কল্পনা কৰা নাছিল।

কংগ্ৰেছৰ এই দুৰ্নীতি বিৰোধী প্ৰতিবাদী সমদলে অগ্ৰসৰ হৈছিল ৰাজভৱনলৈ। তেনেতে প্ৰতিবাদকাৰীসকলৰ জঁপিয়াই পৰিল অসম আৰক্ষী। আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত নিক্ষেপ কৰে কন্দুৱা গেছ। যাৰ ফলত মৃত্যুক সাবতিব লগা হয় অসমৰ এগৰাকী কংগ্ৰেছকৰ্মীয়ে।

কংগ্ৰেছৰ প্ৰতিবাদৰ সময়ত দুখন ভিন্ন ৰাজ্যত দুজন কংগ্ৰেছ কৰ্মীৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহে। এই কংগ্ৰেছ কৰ্মী দুগৰাকীৰ মৃত্যুৰ পিছত সংসদত চৰকাৰক তীব্ৰ আক্ৰমণ চলাই কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে।

তেওঁ উল্লেখ কৰে যে, বিজেপি শাসিত অসম আৰু উত্তৰ প্ৰদেশত পুনৰ গণতন্ত্ৰ আৰু সংবিধানক হত্যা কৰা হৈছে।

এই কংগ্ৰেছৰ প্ৰতিবাদৰ সময়ত মৃত্যু হৈছে গোৰখপুৰৰ প্ৰভাত পাণ্ডে আৰু অসমৰ মৃদুল ইছলামৰ। দুয়োগৰাকী লোকৰ মৃত্যুৰ এই বিষয়টো লোকসভাতো প্ৰতিধ্বনিত হয়। কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰে।

প্ৰতিবাদৰ সময়ত মৃদুল ইছলাম কংগ্ৰেছৰ এজন সক্ৰিয় সদস্য আছিল। ইয়াৰ বাহিৰেও তেওঁ দলত বহু পদত অধিষ্ঠিত হৈছিল। ৪৫ বছৰীয়া মৃদুল ইছলাম পেছাত এগৰাকী অধিবক্তা আছিল। ইয়াৰ সমান্তৰালকৈ তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আইনী কোষৰ সম্পাদক আছিল।

অসমত কংগ্ৰেছ কৰ্মীসকলে ৰাজ্য চৰকাৰ আৰু আদানী গোটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। য’ত মৃদুল ইছলামেও অংশগ্ৰহণ কৰিছিল। কিন্তু এই বিক্ষোভৰ সময়ত আৰক্ষীয়ে কন্দুৱা গেছ এৰি দিয়ে। যাৰফলত শ্বাসৰুদ্ধ অনুভৱ কৰে মৃদুল ইছলামে। ইয়াৰ পিছত তেওঁক খৰখেদাকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও তাতেই তেওঁক মৃত ঘোষণা কৰা হয়।

ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে, মৃদুল ইছলামৰ মৃত্যু হোৱা নাছিল, শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে পদ্ধতিগত ব্যৱস্থা গ্ৰহণ কৰি শাসকীয় দলে তেওঁক হত্যা কৰে।

লতাশিল থানাত দাখিল কৰা FIRত কংগ্ৰেছে দায়িত্বশীল আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ লগতে মৃদুল ইছলামৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

আকৌ গোৰখপুৰ জিলাৰ সাহজানৱান গাঁৱৰ নিবাসী প্ৰভাত পাণ্ডেৰ বয়স আছিল ২৮ বছৰ। ৰাজনীতিত সক্ৰিয় হোৱাৰ পূৰ্বে তেওঁ এটা ব্যক্তিগত বেংকত কাম কৰিছিল। অজয় কুমাৰ লাল্লুৰ ৰাজ্যিক সভাপতি হিচাপে থকা সময়ছোৱাত পাণ্ডে বুথ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল।

লক্ষ্ণৌৰ প্ৰতিবাদত প্ৰভাতেও অংশগ্ৰহণ কৰিছিল। শ্ৰমিকক বাধা দিবলৈ আৰক্ষীয়ে গধুৰ বেৰিকেড স্থাপন কৰিছিল। কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণা স্থললৈকে কেইবাটাও স্তৰত আৰক্ষীৰ বেৰিকেড আছিল। বন্ধ হৈ গ’ল পথ। লক্ষ্ণৌত কংগ্ৰেছ নেতৃত্বাধীন প্ৰতিবাদৰ মাজতে প্ৰভাত পাণ্ডেৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

কংগ্ৰেছ কৰ্মীগৰাকীৰ মৃত্যুক লৈ চৰকাৰক সম্পূৰ্ণৰূপে আক্ৰমণ কৰিছে কংগ্ৰেছে। প্ৰথমে ৰাহুল গান্ধীয়ে সংসদত এই বিষয়টো উত্থাপন কৰিছিল, আনহাতে উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ নেতা অজয় ​​ৰায়ে কয় যে, এনেধৰণৰ ঘটনা কংগ্ৰেছে একেবাৰেই সহ্য নকৰো।

তেওঁ কয় যে কংগ্ৰেছৰ বাবে এয়া এক দুখজনক মুহূৰ্ত। মৃতকৰ পৰিয়ালক ১০ লাখ টকা দিব বুলি ঘোষণা কংগ্ৰেছৰ।

Tags: #CongressADANISad

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 19, 2025
ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা
Top News

ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা

December 18, 2025
বংগত বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি টকা সংগ্ৰহ, হুমায়ুন কবীৰে ক’লে – ‘উচ্চতা হ’ব ৬৫ ফুট’
Top News

বংগত বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি টকা সংগ্ৰহ, হুমায়ুন কবীৰে ক’লে – ‘উচ্চতা হ’ব ৬৫ ফুট’

December 18, 2025
প্ৰথমে ভাবুকি, তাৰপিছত চমন! ইউনুছ চৰকাৰ এই কাৰ্যৰ বাবে ভাৰতৰ ডাঙৰ এক্সন
Top News

প্ৰথমে ভাবুকি, তাৰপিছত চমন! ইউনুছ চৰকাৰ এই কাৰ্যৰ বাবে ভাৰতৰ ডাঙৰ এক্সন

December 18, 2025
এটোপাল পানীৰ বাবে হাহাকাৰ কৰিব পাকিস্তানে! ভাৰতৰ পিছত আফগানিস্তানৰ তালিবান চৰকাৰৰ ডাঙৰ সিদ্ধান্ত
Top News

এটোপাল পানীৰ বাবে হাহাকাৰ কৰিব পাকিস্তানে! ভাৰতৰ পিছত আফগানিস্তানৰ তালিবান চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

December 18, 2025
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

December 18, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

ইৰাণৰ হৰমুজ দ্বীপৰ ডাঙৰ ৰহস্য, নিশাৰ ভিতৰতে ৰঙা হৈ পৰে পানী; জানক এই গোপন কথা

বংগত বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি টকা সংগ্ৰহ, হুমায়ুন কবীৰে ক’লে – ‘উচ্চতা হ’ব ৬৫ ফুট’

প্ৰথমে ভাবুকি, তাৰপিছত চমন! ইউনুছ চৰকাৰ এই কাৰ্যৰ বাবে ভাৰতৰ ডাঙৰ এক্সন

এটোপাল পানীৰ বাবে হাহাকাৰ কৰিব পাকিস্তানে! ভাৰতৰ পিছত আফগানিস্তানৰ তালিবান চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025