• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, January 28, 2026
20 °c
Guwahati
20 ° Fri
20 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

“সংবিধানৰ মনোভাৱক পুনৰ জাগ্ৰতকৰণেৰে আমাৰ সংবিধান, আমাৰ সন্মান” শীৰ্ষক ৩দিনীয়া কাৰ্য্যসূচীৰ সামৰণি

Nation NE by Nation NE
November 28, 2024
in Top News, অসম
0 0
“সংবিধানৰ মনোভাৱক পুনৰ জাগ্ৰতকৰণেৰে আমাৰ সংবিধান, আমাৰ সন্মান” শীৰ্ষক ৩দিনীয়া কাৰ্য্যসূচীৰ সামৰণি
Share on FacebookShare on TwitterWhatsApp

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ অধীনস্থ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন (CBC), গুৱাহাটীৰ উদ্যোগত আয়োজিত তিনি-দিনীয়া প্ৰচাৰ কাৰ্য্যসূচীৰ সফল সামৰণি পৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে যুৱ সমাজ, আইনজ্ঞ আৰু শিক্ষাবিদসকলে।

সোমবাৰ অৰ্থাৎ ২৫ নৱেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই চিবিচি, গুৱাহাটীৰ আমাৰ সংবিধান–আমাৰ সন্মান অভিযানৰ ৩-দিনীয়া কাৰ্য্যসূচী উদ্বোধন কৰে। ইয়াত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰফেচৰ ৰমেশ চন্দ্ৰ ডেকাই অংশগ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (NLUJAA)ত তিনি-দিনীয়াকৈ অনুষ্ঠিত এই আকৰ্ষণীয় কাৰ্য্যসূচীত অংশগ্ৰহণকাৰীসকলে ভাৰতৰ সংবিধানত সন্নিৱিষ্ট উচ্চ প্ৰমূল্যবোধক অক্ষুণ্ণ ৰখাৰ অংগীকাৰ কৰে।

যুৱ কল্যাণৰ ক্ষেত্ৰত ব্যতিক্ৰমী কামৰ বাবে জনাজাত স্বপ্ননীল বৰুৱাই সামৰণি অনুষ্ঠানত ভাষণ প্ৰদানেৰে সংবিধানৰ গুৰুত্ব আৰু তৃণমূল পৰ্য্যায়ৰ গণতন্ত্ৰ সম্পৰ্কে বক্তব্য আগবঢ়ায়।

অনুষ্ঠানটিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী ডঃ চন্দন কুমাৰ গোস্বামী, আমাৰ অসম কাকতৰ কাৰ্য্যবাহী সম্পাদক শ্ৰী গৌতম শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা শ্ৰীমতী বিদুলা শৰ্মাই আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ বিচাৰকৰ আসন গ্ৰহণ কৰে।

প্ৰথম দিনটোত চিবিচি, গুৱাহাটীৰ উদ্যোগত আয়োজিত আন্তঃবিশ্ববিদ্যালয় কুইজ প্ৰতিযোগিতাত কামৰূপ গ্ৰাম্য আৰু মেট্ৰ’ৰ ভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।দ্বিতীয় দিনটোত বৌদ্ধিকভাৱে সমৃদ্ধিশালী আৰু অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা সম্পন্ন হয়।

উক্ত অনুষ্ঠানটিত মাননীয় ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) অচিন্ত্য মল্ল বুজৰবৰুৱা, প্ৰাক্তন মহাধিবক্তা তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ প্ৰাক্তন বিভাগীয় মুৰব্বী আৰু ডিন, ফেকাল্টী অৱ ল শ্ৰী ৰমেশ চন্দ্ৰ বৰপাত্ৰগোহাঁই, মাননীয় ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) মীৰ আলফাজ আলী, ন্যায়িক একাডেমী-অসমৰ সঞ্চালক, প্ৰসাৰ ভাৰতীৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী আশীষ ভাটনাগৰ, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীৰ আইনৰ অধ্যাপক ডঃ দেৱাশীষ পোদ্দাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা শ্ৰীমতী ভাৰতী ভৰালীয়ে অংশগ্ৰহণ কৰে।

Tags: CBCPIBPress Release

Related Posts

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…
Top News

January 28, 2026
মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 28, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 28, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

January 28, 2026

শীৰ্ষ সংবাদ

সঞ্জয় গান্ধীৰ পৰা অজিত পাৱাৰলৈ, জানো আহক ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নেতাসমূহৰ সবিশেষ…

মহাৰাষ্ট্ৰৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ

সংগীহীন ট্ৰাম্প! ভাৰত হ’ব নেকি নতুন KING? কানাডা-ব্ৰাজিলৰ সৈতে নতুন চুক্তি…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025