• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, December 10, 2025
19 °c
Guwahati
19 ° Thu
19 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

COVID ভাইৰাছে নিৰাময় কৰিব জটিল ৰোগ কেন্সাৰ! কি কয় বিজ্ঞানীসকলে?

Nation NE by Nation NE
November 21, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
COVID ভাইৰাছে নিৰাময় কৰিব জটিল ৰোগ কেন্সাৰ! কি কয় বিজ্ঞানীসকলে?
Share on FacebookShare on TwitterWhatsApp

হুলেৰে হুল উলিয়াবলৈ চেষ্টা কৰিছে একাংশ বিজ্ঞানীসকলে। এক মাৰাত্মক ৰোগ নিৰ্মূলৰ বাবে চেষ্টা চলোৱা হৈছে মাৰাত্মক ভাইৰাছ ব্যৱহাৰৰ।

ইনভেষ্টিগেশ্যন’ নামৰ এখন বৈজ্ঞানিক আলোচনীত নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ একাংশ বিজ্ঞানীয়ে দাবী কৰিছে যে, মাৰাত্মক ভাইৰাছৰ সহায়ত মাৰাত্মক ৰোগ নিৰ্মূল কৰিব পাৰি। তেওঁলোকে দাবী কৰিছে যে, ক’ৰনা হৈছে কৰ্কট ৰোগৰ যম। প্ৰাথমিক অধ্যয়নত বিজ্ঞানীসকলে দেখিছে যে, কৰ’না ভাইৰাছে মানৱৰ শৰীৰৰ কৰ্কট কোষ ধ্বংস কৰে।

নৰ্থৱেষ্টাৰ্ণ ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে এতিয়া ক’ৰ’না ভাইৰাছক কৰ্কট ৰোগ নিৰাময়ৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা চলাইছে। প্ৰধান অনুসন্ধানকাৰী অংকিত ভাৰত আৰু তেওঁৰ সহযোগীসকলে এই বিষয়ত গৱেষণা কৰি আছে। অংকিতে কয় যে, প্ৰথম অৱস্থাত ক’ৰোনা বা ছাৰ্চ-ক’ভ-২ ভাইৰাছৰ ‘আৰ এন এ’ পৰীক্ষামূলকভাৱে প্ৰাণীৰ শৰীৰত প্ৰয়োগ কৰি কৰ্কট কোষক ধ্বংস কৰিবলৈ সক্ষম হৈছিল। বিজ্ঞানীসকলে দাবী কৰিছে যে, কৰ’না ভাইৰাছত আক্ৰান্ত হ’লে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কোষ অধিক সক্ৰিয় হৈ উঠে। তাৰ পিছত ইয়ে কেন্সাৰ কোষ বিয়পি পৰাত বাধা প্ৰদান কৰে।

শৰীৰত বেক্টেৰিয়াৰ সংক্ৰমণ হ’লে শ্বেত ৰক্তকণিকা (মনোচাইট)ত থকা ইমিউন কোষ (immune cells) সক্ৰিয় হৈ পৰে। এই মনোচাইটবোৰ ৰক্তবাহী নলীৰ যোগেদি লাহে লাহে গোটেই শৰীৰলৈ পৰিবহণ কৰা হয়। কিন্তু মনোচাইটৰ ক্ষমতা সীমিত। ইয়ে বীজাণু নাশ কৰে, যদিও কেন্সাৰ কোষত উপনীত হ’ব নোৱাৰে। ইয়াৰ বাবে এটা বিশেষ ধৰণৰ ‘ৰিচেপ্টৰ’ৰ প্ৰয়োজন যিটো মানুহৰ শৰীৰত উৎপন্ন নহয়। কিন্তু বিজ্ঞানীসকলে দেখিলে যে কৰ’না শৰীৰত প্ৰৱেশ কৰাৰ পিছত স্বাভাৱিক মনোচাইট কোষবোৰ সলনি হৈ ‘ননক্লাছিকেল মন’চাইট’ নামৰ আন এটা প্ৰকাৰৰ কোষ উৎপন্ন হয়। নতুন কোষটোত ‘CCR2’ নামৰ এক প্ৰকাৰৰ ‘ৰিচেপ্টৰ’ উৎপন্ন হৈ আছে, যাৰ সহায়ত কেন্সাৰ কোষত উপনীত হোৱাটো সম্ভৱ কৰি তুলিছে।

নতুন গৱেষণা কিমান নিৰ্ভৰযোগ্য?

বিশিষ্ট কেন্সাৰ চিকিৎসক গৌতম মুখাৰ্জীৰ মতে, ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত কৰ্কট ৰোগী এজনৰ অৱস্থা অধিক বেয়া হৈ পৰে। ক’ৰ’নাৰ বাবে চিকিৎসাতো পলম হয়। কিন্তু এতিয়া গৱেষণাই দাবী কৰিছে যে, ক’ৰ’না ভাইৰাছৰ প্ৰভাৱৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে। ক’ৰ’না ভাইৰাছৰ দ্বাৰা কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ নিৰ্মূল সম্ভৱ নেকি সেই বিষয়ে জানিবলৈ গৱেষণাটো বহু দূৰ আগুৱাই নিব লাগিব। মাত্ৰ এখন গৱেষণা পত্ৰৰে প্ৰমাণ কৰাটো সম্ভৱ নহয়।

বিজ্ঞানীসকলে প্ৰকৃততে ক’ৰ’না ভাইৰাছৰ সৈতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ইমিউন’থেৰাপীৰ চেষ্টা কৰিছে। এই মন্তব্য কেন্সাৰ চিকিৎসক শুবোদীপ চক্ৰৱৰ্তীয়ে। তেওঁৰ মতে,  ক’ৰ’ণাৰ দ্বাৰা কেন্সাৰ নিৰাময়ৰ পদ্ধতি কিমান সফল হ’ব সেয়া জানিবলৈ অতি কমেও পাঁচ বছৰ অপেক্ষা কৰিব লাগিব।মানৱ শৰীৰৰ পৰীক্ষা নকৰাকৈ নিশ্চিত হোৱাটো সম্ভৱ নহয়।

Tags: CancerCovidMedical life

Related Posts

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি
Top News

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

December 10, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 10, 2025

শীৰ্ষ সংবাদ

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

গাড়ীৰ ভিতৰত হেলমেট পৰিধান এজন লোকৰ, কিন্তু কিয়? সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’…

খাতু শ্যাম মন্দিৰলৈ যোৱা বাছ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৩ জনৰ প্ৰাণহানি

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025