• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
23 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত নে পাকিস্তান? ২০২৪ বৰ্ষটো শ্ৰেষ্ঠ কোনটো দলৰ বাবে?

Nation NE by Nation NE
December 21, 2024
in Top News, ক্ৰীড়া
0 0
ভাৰত নে পাকিস্তান?  ২০২৪ বৰ্ষটো শ্ৰেষ্ঠ কোনটো দলৰ বাবে?
Share on FacebookShare on TwitterWhatsApp

ক্ৰিকেট খেলপথাৰত ভাৰত আৰু পাকিস্তানৰ দলৰ মাজত চলি আহিছে তীব্ৰ প্ৰতিযোগিতা। ২০২৪ চনতো দুয়োটা দলে ইজনে সিজনৰ মুখামুখি হৈছিল, য’ত প্ৰতিবাৰৰ দৰেই ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হয়।

২০২৪ চনৰ টি-২০ বিশ্বকাপৰ সময়ত দুয়োৰে মাজত এই সংঘৰ্ষ সংঘটিত হৈছিল। গতিকে ২০২৪ চনটো দুয়োটা দলৰ বাবে কেনেকুৱা জানো আহক-

২০২৪ চনত টীম ইণ্ডিয়াৰ এটা শ্ৰেষ্ঠ বৰ্ষ পাৰ কৰাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল আই চি চি ট্ৰফী জয় কৰা। ভাৰতীয় দলটোৱে ২০২৪ চনৰ টি-২০ বিশ্বকাপত জয়লাভ কৰি ১১ বছৰীয়া অপেক্ষাৰ অন্ত পেলায়। এই ক্ষেত্ৰত টীম ইণ্ডিয়াৰ বাবে এই বৰ্ষটো অতি শুভ।

ভাৰতীয় দলটোৱে ২০২৪ত মুঠ ২৬খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে, য’ত দলটোৱে ২৪খন খেলত জয়লাভ কৰিছিল।

টি-২০ ইণ্টাৰনেশ্যনেলত এইবাৰ ঘৰুৱা দলটোৰ অভিলেখ উৎকৃষ্ট আছিল যদিও এদিনীয়া ক্ৰিকেটত মেন ইন ব্লুৰ বাবে এই বছৰটো অশুভ বুলি প্ৰমাণিত হয়। ২০২৪ চনত ভাৰতে মাত্ৰ তিনিখন এদিনীয়া খেল খেলিছিল, য’ত ১ খন মেচতো জয়ী হোৱা নাছিল। টীম ইণ্ডিয়াই ৩খন এদিনীয়া খেলৰ ভিতৰত ২ খন খেলত পৰাস্ত হয় আৰু বাকী ১খন মেচ সমতাত থাকে।

২০২৪ চনত টীম ইণ্ডিয়াই মুঠ ১৪ খন টেষ্ট খেলিবলগীয়া হৈছে। ২৬ ডিচেম্বৰৰ পৰা মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব এই দলটোৱে। ১৪ খন টেষ্টত টিম ইণ্ডিয়াই ৮ খনত জয়লাভ কৰি ৫ খনত পৰাস্ত হয় আৰু বাকী ১ খন ড্ৰ’ত সমাপ্ত হয়।

পাকিস্তানে চলিত বৰ্ষত বৰ্তমানলৈকে ২৭ খন টি-২০ ইণ্টাৰনেশ্যনেল মেচ খেলিছে, ৯খন খেলত জয়ী আৰু ১৬খন মেচত পৰাস্ত হৈছে। বাকী এখন মেচ ড্ৰ’ হৈছে।

২০২৪ চনত পাকিস্তানে এতিয়ালৈকে ৮খন এদিনীয়া খেলিছে, ৬খনত জয়লাভ কৰিছে আৰু ২খনত পৰাস্ত হৈছে। ২০২৪ বৰ্ষত পাকিস্তানে ৬খন টেষ্ট খেলিছে, মাত্ৰ ২খন টেষ্টত জয়লাভ কৰিছে আৰু ৪খনত পৰাস্ত হৈছে।

Tags: #cricketSportsTeam India

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025