• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অৰেঞ্জ কেপৰ দৌৰত ঈশান কিষাণ, সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত ৩গৰাকী খেলুৱৈ শীৰ্ষত

Nation NE by Nation NE
March 25, 2025
in Top News, ক্ৰীড়া
0 0
ঈশান কিষানৰ ধুমুহাই উটুৱাই নিলে ৰাজস্থান ৰয়েলছক, বৃহৎ জয় লাভ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ
Share on FacebookShare on TwitterWhatsApp

২২ মাৰ্চৰ পৰা আৰম্ভ হৈছে আই পি এল ২০২৫। এই পৰ্যন্ত মুঠ চাৰিখন মেচ অনুষ্ঠিত হৈছে। আই পি এল মেচত অৰেঞ্জ কেপ দৌৰত আগবাঢ়ি আছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ঈশান কিষাণ।

এই প্ৰতিযোগিতাত ৰানৰ ক্ষেত্ৰত আগবাঢ়ি আছে ঈশান কিষাণ। আনহাতে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ নিকোলাছ পুৰাণ আৰু মিচেল মাৰ্ছো অৰেঞ্জ কেপৰ দৌৰত নামি পৰিছে।।

ঈশানে ১খন মেচত ১০৬ ৰান সংগ্ৰহ কৰিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে তেওঁৰ শতক অৰ্জন কৰিছে। মাত্ৰ ৪৭টা বলত ১০৬ ৰানৰ ইনিংছ খেলিছিল ঈশানে। এই ইনিংছত তেওঁ ২২৫.৫৩ ষ্ট্ৰাইক ৰেটত বেটিং কৰে।

এই সময়ছোৱাত ঈশানে ১১টা চাৰি আৰু ৬টা ছয় সংগ্ৰহ কৰে। যাৰ বাবে তেওঁৰ দলটোৱে ২৮৬ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছে দলটোক জয়ী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই মেচখনত হায়দৰাবাদে সহজেই ৪৪ ৰানত জয়লাভ কৰে।

এই ছিজনত এতিয়ালৈকে সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ পুৰাণ।তেওঁ ১খন মেচত ৭৫ ৰান সংগ্ৰহ কৰিছে। সোমবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে ২৫০ ৰান ষ্ট্ৰাইক ৰেটত গ’ল দিয়ে পুৰাণে।এই ইনিংছত পুৰাণে ৬টা চাৰি আৰু ৭টা ছয় কৰে।

আকৌ এই প্ৰতিযোগিতাৰ তৃতীয় স্থানত আছে লক্ষ্ণৌৰ অ’পেনিং বেটছমেন মিচেল মাৰ্ছ। দিল্লীৰ বিৰুদ্ধে মাৰ্ছে ২০০ ৰান ষ্ট্ৰাইক ৰেটত ৩৬টা বলত ৭২ ৰান সংগ্ৰহ কৰে।যাৰ বাবে তেওঁৰ দলটোৱে দিল্লীৰ বিৰুদ্ধে ২০৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। ইয়াৰ পিছতো তেওঁৰ দলটোৱে এই মেচখনত জয়ী হ’ব নোৱাৰিলে। এই খেলখনত দিল্লীয়ে ১ উইকেটত জয়লাভ কৰে।

Tags: #cricketORANGE CAPSports

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025