• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, March 18, 2026
22 °c
Guwahati
23 ° Thu
23 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টীম ইণ্ডিয়াত কোনে দিছিল বিৰাটক প্ৰথম সুযোগ ? প্ৰাক্তন নিৰ্বাচকৰ সত্যই আচৰিত কৰি তুলিব আপোনাক…

Nation NE by Nation NE
May 13, 2025
in Top News, ক্ৰীড়া
0 0
টীম ইণ্ডিয়াত কোনে দিছিল বিৰাটক প্ৰথম সুযোগ ? প্ৰাক্তন নিৰ্বাচকৰ সত্যই আচৰিত কৰি তুলিব আপোনাক…
Share on FacebookShare on TwitterWhatsApp

টীম ইণ্ডিয়াৰ চেজ মাষ্টাৰ বিৰাট কোহলীক আৰু ৰঙা বল লৈ খেলা দেখা নাযাব। ১২ মে’ত  আটাইতকৈ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। এতিয়া বিৰাট কোহলীক কেৱল এদিনীয়া ক্ৰিকেটত দেখা যাব, কাৰণ তেওঁ টি-২০ বিশ্বকাপৰ পিছত এই ফৰ্মেটৰ পৰা অৱসৰ লৈছে।

কোহলীৰ অৱসৰৰ খবৰ পোৱাৰ পিছত এতিয়া বিৰাট কোহলীক লৈ ডাঙৰ ৰহস্য প্ৰকাশ হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কোহলীৰ অভিষেক সন্দৰ্ভত ডাঙৰ তথ্য প্ৰকাশ কৰিছে এগৰাকী প্ৰাক্তন নিৰ্বাচকে। এদিনীয়া ক্ৰিকেটত এজন প্ৰাক্তন খেলুৱৈৰ পৰামৰ্শমতে তেওঁক কেনেদৰে নিৰ্বাচিত কৰা হৈছিল সেই কথা তেওঁ জনায়।

টেষ্ট ক্ৰিকেটৰ পৰা টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ অৱসৰ সন্দৰ্ভত ডাঙৰ কথা কৈছে প্ৰাক্তন ৰাষ্ট্ৰীয় নিৰ্বাচক সঞ্জয় জগদালে। তেওঁ কয় যে, কোহলীৰ এই সিদ্ধান্তক সন্মান কৰা উচিত। ২০০৮ চনৰ এটা কাণ্ডৰ কথা মনত পেলাই তেওঁ কয় যে, তেতিয়াৰ ৰাষ্ট্ৰীয় নিৰ্বাচক সমিতিৰ মুৰব্বী দিলীপ ভেংছাৰ্কাৰৰ জোৰত বিৰাট কোহলীক ভাৰতৰ এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও তাৰ পিছত একাংশ লোকে নিৰ্বাচকসকলক সমালোচনা কৰিছিল যে কেনেকৈ এজন যুৱ খেলুৱৈক আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণলৈ পঠিওৱা হৈছিল।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াত খেলা ইমাৰ্জিং প্লেয়াৰ্ছ টুৰ্ণামেণ্টত কোহলীয়ে প্ৰাক্তন ক্ৰিকেটাৰ দিলীপ ভেংছাৰকাৰক শতক অৰ্জন কৰি বহুখিনি আপ্লুত কৰিছিল। তেতিয়া ভেংছাৰকাৰ আছিল ৰাষ্ট্ৰীয় নিৰ্বাচকৰ পাঁচজনীয়া সমিতিৰ মুৰব্বী। আনহাতে সঞ্জয় জগদাল পাঁচজনীয়া সমিতিৰ সদস্য আছিল। দিলীপ ভেংছাৰ্কাৰৰ নিৰ্দেশতেই বিৰাট কোহলীয়ে ২০০৮ চনৰ ১৮ আগষ্টত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটায়।এইখন আছিল বিৰাটৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ।

ইন্দোৰত সংবাদ মাধ্যমৰ সন্মুখত সঞ্জয় জগদালে কয় যে, ভেংছাৰ্কাৰে কোহলীক প্ৰশংসা কৰিছিল আৰু জগদালক কৈছিল যে কোহলী এজন সুদক্ষ বেটছমেন। যদিও জগদালে তেতিয়া কোহলীৰ খেল দেখা নাছিল, কিন্তু ভেংছাৰ্কৰৰ জোৰত সকলো নিৰ্বাচকসকলে কোহলীক ৰাষ্ট্ৰীয় দলত স্থান দিবলৈ সন্মত হৈছিল। জগদালে কয় যে, কোহলীৰ আৰম্ভণিৰে পৰাই কেৱল প্ৰতিভাই নহয়, আত্মবিশ্বাস আৰু আক্ৰমণাত্মক মনোভাৱো আছিল, যিটো তেওঁ প্ৰমাণ কৰিছিল। তেওঁ কয় যে, যেতিয়া তেওঁলোকে কোহলীক টীম ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰিছিল, তেতিয়া কিছুমানে তেওঁলোকক সমালোচনা কৰিছিল যে যুৱ খেলুৱৈ এজনক কেনেকৈ শ্ৰীলংকা ভ্ৰমণলৈ পঠিয়ালে? কিন্তু আজি এই লোকসকলক কোনেও মনত পেলোৱা নাই।

সঞ্জয় জগদলেই শচীন তেণ্ডুলকাৰৰ পিছতে কোহলীক ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে অন্যতম শ্ৰেষ্ঠ ভাৰতীয় বেটছমেন বুলি অভিহিত কৰে। বিচিচিআইৰ প্ৰাক্তন সম্পাদকগৰাকীয়ে কয় যে কোহলিয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্তক সন্মান কৰা উচিত, কিন্তু তেওঁ এৰি থৈ যোৱা শূন্যতা ইমান সহজে পূৰণ কৰিব নোৱাৰি। উল্লেখ্য যে, বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটত ১২৩খন খেল খেলিছে, য’ত তেওঁ ২১০ ইনিংছত গড়ে ৪৬.৮৫ ৰান কৰি ৯২৩০ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত ৩০টা শতক আৰু ৩১টা অৰ্ধশতক অন্তৰ্ভুক্ত।

Related Posts

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড
Top News

March 18, 2026
আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী
Top News

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

March 18, 2026
আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 18, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 18, 2026

শীৰ্ষ সংবাদ

শ্বুটিঙৰ মাজতে বলীউড অভিনেতা মনোজ বাজপেয়ীক প্ৰহাৰ ক্ষুব্ধ যুৱকৰ; চেটত চাঞ্চল্যকৰ কাণ্ড

আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

আমেৰিকাই জব্দ কৰিব নেকি হৰমুজ? ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটিত নিক্ষেপ ৫ হাজাৰ পাউণ্ডৰ বাৰুদ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025