• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, October 29, 2025
25 °c
Guwahati
24 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

    দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ

    মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

Nation NE by Nation NE
October 29, 2025
in Top News, ক্ৰীড়া
0 0
২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…
Share on FacebookShare on TwitterWhatsApp

২০২৭ চনৰ বিশ্বকাপ আৰম্ভ হ’বলৈ এতিয়াও যথেষ্ট সময় আছে যদিও ভাৰতীয় খেলুৱৈসকলে ইতিমধ্যে দলত স্থান নিশ্চিত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে। পৰৱৰ্তী বিশ্বকাপৰ বাবে তাৰকা ভাৰতীয় খেলুৱৈ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ নাম এতিয়াও নিশ্চিত হোৱা নাই।

ইফালে আকৌ ভাৰতৰ অল ৰাউণ্ডাৰ বলাৰ শ্বাৰদুল ঠাকুৰ বিশ্বকাপ ২০২৭ৰ বাবে দলত নিজৰ স্থান নিশ্চিত কৰিবলৈ আগ্ৰহী।

শাৰদুল ঠাকুৰক শেষবাৰৰ বাবে ২০২৩ চনৰ বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়াত দেখা গৈছিল। প্ৰায় দুবছৰ ধৰি ভাৰতৰ এদিনীয়া দলৰ অংশ হোৱা নাই। অৱশ্যে তেতিয়াৰ পৰাই তেওঁক ধাৰাবাহিকভাৱে উপেক্ষা কৰি অহা হৈছে। এইবাৰ ইংলেণ্ড ভ্ৰমণৰ বাবে টেষ্ট দলত অন্তৰ্ভুক্ত হৈছিল যদিও ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত তেওঁক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল।

বৰ্তমান ৰঞ্জি ট্ৰফীত মুম্বাইৰ অধিনায়ক হিচাপে আছে শাৰদুল ঠাকুৰ। শীঘ্ৰে শাৰদুলৰ দলত যোগদান কৰিব যশস্বী জয়ছোৱালে। শাৰদুলে কয় যে, জয়ছৱালে মুম্বাইৰ হৈ ৰঞ্জি ট্ৰফীৰ তৃতীয় ৰাউণ্ডত খেলিব। ইতিমধ্যে এদিনীয়া দলৰ ৮ নং স্থানৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে নীতিশ কুমাৰ ৰেড্ডী আৰু হৰ্ষিত ৰাণা। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত হৰ্ষিতক ৮ নং স্থানত বেটিং কৰা দেখা গৈছিল। ক’ব পাৰি যে হৰ্ষিত ৰাণাক যিটো পদৰ বাবে প্ৰস্তুত কৰা হৈছে, সেই পদত ঠাকুৰে নিজৰ দাবী বাজিত ৰাখিছে।

Tags: #cricket#WorldCupSports

Related Posts

কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ
Top News

কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

October 29, 2025
গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি
Top News

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

October 29, 2025
ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…
Top News

ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

October 29, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

October 29, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

October 29, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025

শীৰ্ষ সংবাদ

২০২৭ চনৰ বিশ্বকাপত হৰ্ষিত ৰানাৰ স্থান ল’ব এইগৰাকী অল-ৰাউণ্ডাৰে! মুখ্য নিৰ্বাচকলৈ এক শক্তিশালী বাৰ্তা…

কানাডাত লৰেন্স বিষ্ণোই গেঙৰ গুলীচালনা, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ গৃহত আক্ৰমণ

গাজাত ইজৰাইলৰ ভয়ংকৰ বিমান আক্ৰমণ, ৩০ জনতকৈ অধিক লোকৰ প্ৰাণহানি

ঈশ্বৰ পুত্ৰৰ ইচ্ছা পুৰণ! জুবিন বিহীন এই সময় হ’ব সকলোৰে বাবে বেদনাদায়ক…

মহম্মদ ইউনুছৰ উচটনিত বাংলাদেশত পুনৰ গৃহযুদ্ধ! জামাত-ই-ইছলামীৰ প্ৰতিবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025