• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, February 13, 2026
22 °c
Guwahati
22 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

    নতুন ৰূপত দেখা যাব হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গৰ অন্তিম শয়নস্থলী, ভিডিঅ’ ভাইৰেলৰ পিছতেই প্ৰশাসনে ল’লে এই ব্যৱস্থা…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইতিহাস ৰচি ডি গুকেশৰ শিৰত বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ

Nation NE by Nation NE
December 12, 2024
in Top News, ক্ৰীড়া
0 0
ইতিহাস ৰচি ডি গুকেশৰ শিৰত বিশ্ব দবা চেম্পিয়নশ্বিপৰ খিতাপ
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ডি গুকেশে বৃহস্পতিবাৰে বিশ্ব দবা চেম্পিয়নশ্বিপৰ চতুৰ্দশ আৰু অন্তিম ৰাউণ্ডত চীনৰ ডিং লিৰেনক পৰাস্ত কৰি খিতাপ দখল কৰে। লিৰেনক পৰাস্ত কৰি তেওঁ বিশ্বৰ আটাইতকৈ কম বয়সীয়া দবা চেম্পিয়ন হিচাপে পৰিগণিত হয়।

মাত্ৰ ১৮ বছৰ বয়সতে তেওঁ এই খিতাপ দখল কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে। খেলখন ৬.৫ পইণ্টেৰে আৰম্ভ হৈছিল। এই মেচখন ড্ৰ’ৰ দিশে আগবাঢ়িছিল যদিও লিৰেনৰ এটা ভুলৰ বাবেই গুকেশে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।

এই জয়ৰ লগে লগে গুকেশৰ পইণ্ট ৭.৫ হয় আৰু ৭.৫-৬-৫ৰ ব্যৱধানত জয়লাভ কৰি বিশ্ব খিতাপ দখল কৰে। উল্লখ্য যে, ১২ বছৰৰ পাছত এই খিতাপ দখল কৰিবলৈ সক্ষম হৈছে কোনো এজন ভাৰতীয়।

উল্লেখ্য যে, বিশ্বনাথন আনন্দৰ পিছত দ্বিতীয়জন ভাৰতীয় ৰূপে ডবাৰ নতুন বিশ্ব চেম্পিয়ন হয় গুকেশ ডাম্মাৰাজু। চীনৰ প্ৰতিদ্বন্দ্বিক পৰাস্ত কৰি দবাৰ সৰ্বকনিষ্ঠ বিশ্ব চেম্পিয়নত পৰিণত হয় গুকেশ।

আনহাতে চলিত বছৰতে ডি গুকেশে দবা অলিম্পিয়াডত স্বৰ্ণ জয় কৰিছিল। এটা বছৰতে দুটাকৈ বৃহৎ সাফল্য অৰ্জন কৰা ডি গুকেশক লৈ এতিয়া উৎফুল্লিত সমগ্ৰ দেশৰ ক্ৰীড়ানুৰাগী।

Tags: D GukeshIndianIndian SportsWorld Chess Championship

Related Posts

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’
Top News

February 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 13, 2026
ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…

February 12, 2026
তাৰিক ৰহমান হ’ব নেকি বাংলাদেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী? বাংলাদেশৰ জনতাই বিচাৰে কি?

শীৰ্ষ সংবাদ

বাংলাদেশত তাৰিক ৰহমানৰ দলৰ বৃহৎ জয়, প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন, কয় – ‘একেলগে…’

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

PSL ৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল হিচাপে পৰিগণিত এইগৰাকী ক্ৰিকেটাৰ! বাবৰ আজমৰ তুলনাত পাব ২ গুণকৈ টকা…

ভাৰত-পাকিস্তানৰ খেলক লৈ ICCৰ ডাঙৰ সিদ্ধান্ত, একেখন বৈঠকত ICC, BCB, আৰু PCBৰ সকলো সদস্য, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025