মেষ- বহুদিন ধৰি ভুগি অহা আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। শুভ নম্বৰ-১, শুভ ৰং-সেউজীয়া।
বৃষ- শিক্ষাৰ্থীৰ শুভ। মন শান্ত হৈ থাকিব। পৰিয়ালৰ সকলোৰে পৰা সহযোগিতা লাভ কৰিব। শুভ নম্বৰ-৫, শুভ ৰং-হালধীয়া আৰু ৰঙা।
মিথুন- শৰীৰ ভালে থাকিব। মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। বিশ্বাসী বন্ধুৰ পৰা সহায়ৰ যোগ। শুভ নম্বৰ- ৪, শুভ ৰং-ৰঙা আৰু গুলপীয়া
কৰ্কট- প্ৰেমত যথেষ্ট শুভ। শিক্ষাৰ্থীৰ শুভ। সাহিত্য-সংস্কৃতিত কৃতিত্ব লাভ কৰিব। শুভ নম্বৰ- ৯, শুভ ৰং-সুমথিৰা আৰু নীলা।
সিংহ- ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। বিদ্যাৰ্থীৰ শুভ। আৰ্থিক সমস্যা দূৰ হ’ব। প্ৰেমৰ সমস্যা আঁতৰ হ’ব। শুভ নম্বৰ- ৫, শুভ ৰং-সুমথিৰা।
কন্যা- আজি আপোনাৰ মনত কিছু অস্থিৰতাই দেখা দিব। ৰাজনীতি আৰু বিদ্যাত শুভ। প্ৰেমৰ সমস্যা আঁতৰ হ’ব। শুভ নম্বৰ- ২, শুভ ৰং-গুলপীয়া।
তুলা- স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। বিদ্যাৰ্থীৰ সমস্যা দূৰ হ’ব। মহাদেৱৰ বৰদান লাভ কৰিব। শুভ নম্বৰ-৬, শুভ ৰং-হালধীয়া।
বৃশ্চিক- শিক্ষাৰ্থীৰ মনৰ অশান্তি দূৰ হ’ব। ব্যৱসায়ত স্থিতি সুস্থিৰ। প্ৰেমত শুভ। শুভ নম্বৰ- ৩, শুভ ৰং-নীলা আৰু ৰঙা।
ধনু- প্ৰেম-প্ৰীতিত কিছু সমস্যাই দেখা দিব। আজিৰ দিনটোত আপোনাৰ মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ। শুভ নম্বৰ- ৯, শুভ ৰং-পাতল সেউজীয়া আৰু নীলা।
মকৰ- প্ৰেমত শুভ। শাৰিৰীক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত স্থিতি লাভজনক। ভোলানাথৰ বিশেষ আৰ্শীবাদ লাভ কৰিব। শুভ নম্বৰ- ৫, শুভ ৰং-বগা আৰু হালধীয়া।
কুম্ভ- মন উৎফুল্লিত হৈ থাকিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শুভ নম্বৰ-৩, শুভ ৰং-গুলপীয়া।
মীন- মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। প্ৰেম-প্ৰীতিত শুভ। বিদ্যাৰ্থীৰ সমস্যা দূৰ হ’ব। শুভ নম্বৰ- ৭, শুভ ৰং-ৰঙা আৰু সেউজীয়া।