• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো? চাওক আপোনাৰ ভাগ্যফল

Nation NE by Nation NE
April 10, 2025
in Top News, অসম
0 0
আজিৰ দিনটোৰ ৰাশিফল; কি কয় ৰাশিচক্ৰই?

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব। কৰ্ম-ব্যৱসায়ত সতৰ্ক থকাটো ভাল। পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত। লক্ষ্য সফল নহ’ব পাৰে। আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম নহ’ব পাৰে, কিন্তু চিন্তা নকৰিবা।

বৃষ ৰাশি : আজি আপুনি নতুন ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব।

মিথুন ৰাশি : আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে। কাৰ্য কৰিবলৈ ভাগৰি পৰিব। ৰোগ-পীড়া হ’ব পাৰে। তেনেকুৱাত সদায় যোগ-অনুশীলন কৰা ভাল। ব্যৱসায়ত মনোযোগ দিব। কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব। কাৰ্য-ব্যৱসায় সতৰ্ক সাৱধানে সুস্থিৰে কৰিব। ব্যৱসায়ত সতৰ্কতা অৱলম্বন কৰা উচিত।

কৰ্কট ৰাশি : আজি নতুন ব্যৱসায় আৰম্ভণি কৰাৰ বাবে ভাল দিন। কৰ্ম জীৱনত আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে। নিজৰ কৰ্মত মনোযোগ দিব। কৰ্ম বিধিত অধিক ব্যস্ত হʼব পাৰে। কৰ্ম কৰিলে লক্ষ্যত সফল হʼব।

সিংহ ৰাশি : আজি বিয়া আৰু সংযোগত সফল হʼব। প্ৰেমৰ সম্পর্ক ভাল হʼব। বিবাহিতৰ বাবে ভাল দিন। আজি ৰোমাঞ্চকৰ মন হৈ পৰিব। বিবাহিতৰ বাবে এইটো দিন ভাল। প্ৰেমৰ সম্পর্ক ভাল হʼব। পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে। পৰিয়ালৰ লগত নৈশ আহাৰ ভাল, আনন্দময় হʼব।

কন্যা ৰাশি : কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব। দুৰ্ভাগ্যৰ হʼব পাৰে, গ্ৰহ ভাল নহয়। নিৰ্দেশনাৰ ওপৰত ভাৰসা ৰাখি নিৰ্ণয় ল’বনে, মিশ্রিত খেলিমেলি হৈ পৰিব পাৰে। সদায় সতৰ্কতা অৱলম্বন কৰা উচিত।

তুলা ৰাশি : ভাল দিন, সফলতা লাভ কৰিব ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্য সফল হʼব ৷ আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব, বিঘিনিবোৰ আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ হʼব ৷ বন্ধুৰ আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব ৷

বৃশ্চিক ৰাশি : আজি আপুনি বাতৰি মাধ্যমৰ যোগেদি প্ৰভাৱিত হʼব। নিজৰ প্ৰতিভা ব্যৱহাৰ কৰা উচিত। আজি আপুনি নিজৰ সপোনৰ ৰাজ্যত বাস কৰিব।

ধনু ৰাশি : কর্মত সৰু যাত্রা হʼব পাৰে। এই যাত্রাৰ ফলত কৰ্ম-ব্যৱসায়ত সফল হʼব। টকা-পইচা অনিশ্চিত হʼব পাৰে। খৰচ বৃদ্ধি হʼব পাৰে। প্ৰেমৰ সম্পর্ক ভাল হʼব। কাৰ্য-কর্ম বন্ধ কৰি আৰাম কৰিব। কৰ্মজীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব।

মকৰ ৰাশি : পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ হানিকাৰক আলোচনাই পৰচৰ্চালৈ পৰিণত হ’ব পাৰে। নিন্দা আৰু নিৰুৎসাহিত,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত।

কুম্ভ ৰাশি : পুৰণি বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে। আপোনাৰ আজি প্ৰায় ভাল হʼব। আজি বহুত লাভ হʼব। নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত। কর্ম শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব।

মীন ৰাশি : কর্মত ব্যস্ত থকাৰ ফলত বন্ধুবৰ্গ লগত আৰু ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব। কাৰ্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে। কৰ্মজীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব।

Tags: #AssamDaily HororscopeHoroscopeThursday

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025