• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আৰ্থিক ক্ষেত্ৰত কোন কেইটা ৰাশিৰ বাবে আজি ভাল দিন? জানিবলৈ পঢ়ক

Nation NE by Nation NE
March 27, 2025
in Top News, অসম
0 0
ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি : সতৰ্কতা অৱলম্বন কৰা উচিত ৷ আজি আপুনি বহুতো ব্যক্তিক আঘাত দিব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ আজি আপোনাৰ জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ উপযুক্ত পথত চলিবলৈ পৰামৰ্শ দিয়া হৈছে, লক্ষ্যত সফল হʼব ৷

বৃষ ৰাশি : নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷ শান্ত হৈ থাকি কৰ্ম কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব। শান্ত বা মধুৰ বাক্যই শুনোতাসকলক উৎসাহিত কৰিব পাৰে ৷ আপোনাৰ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰচেষ্টা কৰক।

মিথুন ৰাশি : বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ পার্টি হʼব পাৰে বন্ধুৰ আৰু প্ৰেমৰ সম্পর্ক লগত ৷

কৰ্কট ৰাশি : আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু আজি আপুনি বহুত বিষয়ক লৈ চিন্তাত থাকিব পাৰে ৷ আপোনাৰ চিন্তাৰ আচল কাৰণ হ’ব আপোনাৰ বন্ধু বা সন্তান বা দুয়ো একেলগে ৷ কথা কোৱাৰ সময়ত সতৰ্ক থাকক, কথা কোৱাৰ ঢং ঠিক কৰিব ৷ অনাৱশ্যক তৰ্ক এৰাই চলক ৷ সম্ভৱ হ’লে আপোনাৰ ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিয়ক ৷

সিংহ ৰাশি : আপোনাৰ পছন্দ কাৰ্যই সহায় কৰিব ৷ হতাশ নহ’ব, পুনৰ চেষ্টা কৰিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ ধৈৰ্যশীল হওক লাভৱান হ’ব। আৰ্থিক লোকচানৰ সম্ভাৱনা।

কন্যা ৰাশি : আজি আপুনি ভাল পৰামর্শ পাব ৷ আপোনাৰ খেলিমেলি হʼব পাৰে। আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে। কৰ্ম জীৱনত অশান্তি হʼব পাৰে। কৰ্মত প্রতিযোগিতা কৰিব পাৰে, কিন্তু প্রতিযোগি বিফল হʼব ৷

তুলা ৰাশি : আজি আপোনাৰ মনটো উত্ৰাৱল হৈ থাকিব, যাৰ ফলত আপুনি কোনো স্পষ্ট সিদ্ধান্ত ল’ব নোৱাৰিব ৷ কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ বাবে আজিৰ দিনটো অনুকূল নহয়। আপোনাৰ আঁকোৰগোজ স্বভাৱে আপোনাক আৰু আনকো বহুত অসুবিধাত পেলাব। আৰ্থিকভাৱে আজিৰ দিনটো ভাল, অৱশ্যে তাৰ আগতে আপুনি নিজৰ স্বাস্থ্যৰ যতন ল’ব লাগিব ৷

বৃশ্চিক ৰাশি : গণেশৰ কৃপাত এটা সহজ দিন ৷ আপোনাৰ শৰীৰ আৰু মানসিক স্থিতি ভাল অৱস্থাত থাকিব ৷ ঘৰত বন্ধুত্বপূৰ্ণ আৰু সুন্দৰ জীৱন কটাব পাৰিব ৷ বন্ধুৰ লগটো ভালদৰে সময় কটাব পাৰিব ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ উন্নত হ’ব। বিবাহিতসকলে বৈবাহিক সুখ লাভ কৰিব আৰু অকলশৰীয়া সকলে প্ৰেমী বা বিপৰীত লিংগৰ বন্ধুৰ পৰা ভাল ব্যৱহাৰ পাব ৷ বিদেশৰ পৰা ভাল খবৰ লাভ কৰিব পাৰিব ৷

ধনু ৰাশি : প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে | পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷ আপোনাৰ প্ৰায় ভাল আনন্দময় দিন হʼব।

মকৰ ৰাশি : সামাজিক কাম, উদাৰতা আৰু উন্নয়নমূলক কামে আপোনাক উজলাই তুলিব ৷ এই দিনটো আপোনাৰ বাবে লাভজনক হ’ব ৷ বন্ধু আৰু সম্পৰ্কীয় লোকক হঠাৎ লগ পাব পাৰে আৰু এই সময় লাভজনক হ’ব ৷ বিবাহ প্ৰাৰ্থীসকলে বিশেষজনক লগ পাব পৰে ৷ অলপ চালি জাৰি ষ্টকত ধন বিনিয়োগ কৰিব। আপোনাৰো সন্তানৰ কৃতিত্বত সন্তুষ্ট হ’ব আৰু সকলো কামত সফল হ’ব ৷

কুম্ভ ৰাশি : কুম্ভ সকলৰ বাবে গণেশৰ কৃপাত এটা সুন্দৰ দিন ৷ কাম সময়ত কাম শেষ কৰিব পাৰিব ৷ ঘৰুৱা জীৱনত সকলো শুভ হ’ব ৷ ব্যবসায়ী আৰু চাকৰিয়ালসকলৰ বাবে এটা ডাঙৰ আশ্চর্যচকিত কৰা দিয়া উপহাৰে বাট চায় আছে ৷ সহযোগীসকলৰ পৰা লাভবান হ’ব ৷ ডাঙৰৰ পৰা আৰ্শীবাদ আৰু বচৰ প্ৰশংসাৰ পাত্ৰ হ’ব ৷ মানসিকভাৱে শান্তি আৰু পাৰিবাৰিকভাৱে সুন্দৰ দিন পাৰ হ’ব ৷ আপোনাৰ বিচৰাখিনি আপুনি লাভ কৰিব ৷

মীন ৰাশি : এই দিনটোত আপুনি এফালে শান্তি আৰু আনফালে উদ্বিগ্নতা অনুভৱ কৰিব ৷ ধৈৰ্য আৰু বিশ্বাস ৰাখক, সকলো ভাল হ’ব ৷ কিন্তু অলপ পৰিবেশৰ প্ৰভাৱত আপুনি অলপ ভাগৰুৱা অনুভব কৰিব ৷ কিছুমান কাৰণত আপুনি চিন্তাত পৰিব পাৰে আৰু এইকেইদিন বচৰ লগত অলপ দূৰত্ব ৰাখক, কাৰণ কোনো অদৰকাৰী কাৰণত আপোনাক মনোকষ্ট দিব পাৰে ৷ শৰীৰৰ ওপৰত চকু ৰাখক, স্বাস্থ্য বেয়া হ’ব পাৰে ৷

Tags: Daily HororscopeHoroscopeThursday

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?
Top News

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

March 13, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025