• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সুখকৰ হ’বনে আপোনাৰ আজিৰ দিনটো? পঢ়ক ৰাশিফল

Nation NE by Nation NE
February 7, 2025
in Top News, অসম
0 0
ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মেষ ৰাশি: আজিৰ দিনটোত আপোনাৰ চকু আৰু কাণ খোলা ৰাখক। কাৰণ আজি আপুনি যথেষ্ঠ বাধাৰ সন্মুখীন হ’ব পাৰে৷ ভ্ৰমণৰ বাবে উচিত সময় নহয়৷ নতুন কাম আৰম্ভ নকৰাই ভাল, কাৰণ তাৰ বাবে আপুনি মনৰ পৰা সাজু হোৱা নাই৷ শৰীৰৰ যত্ন লওক আৰু ঠিক সময়ত খোৱা আৰু টোপনি যাওক। ধ্যান কৰক আৰু অলপ সময় অকলে থাকক, মনৰ অৱস্থা উন্নত হ’ব৷ শুভ সংখ্যা ২।

বৃষ ৰাশি: আজি আপুনি নতুন দায়িত্ব পাব৷ সেইবাবে কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভান্বিত হʼব, ভাগৰি পৰিব৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে৷ শুভ সংখ্যা ৯।

মিথুন ৰাশি: আজি আপোনাৰ কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে। নিন্দা আৰু পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত৷ শুভ সংখ্যা ৬।

ককৰ্ট ৰাশি: বিশেষ কিছু বেয়া হোৱাৰ আশংকা আছে৷ আপুনি মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব৷ সেয়ে আপোনাৰ ভাল লগা কামত মন দিয়ক, যিয়ে আপোনাক চিন্তামুক্ত কৰিব পাৰে৷ খঙৰ পৰা মুক্ত থাকক৷ খৰচৰ মাত্ৰা বাঢ়িব৷ যোগ আৰু ধ্যানৰ যোগেদি মনক শান্ত কৰিব৷ শুভ সংখ্যা ১।

সিংহ ৰাশি: শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো কঠিন। সন্তানক লৈ হোৱা দুঃশ্চিন্তাই আপোনাক অসুবিধা দি থাকিব পাৰে। শ্বেয়াৰ বজাৰ আৰু জুৱাই আপোনাক হতাশ কৰিব। সাৱধানে থাকক। আজি গোটেই দিনটো আপুনি পুৰণি দিনৰ কথা মনত পেলাই বিষণ্ণ হৈ থাকিব। বৌদ্ধিক আলোচনাত লিপ্ত নহ’ব। শুভ সংখ্যা ৯।

কন্যা ৰাশি: আপোনাৰ কৰ্মজীৱনত অশান্তি আহিব পাৰে। স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল৷ আজি আপুনি ৰোমাঞ্চকৰ হৈ পৰিব। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ প্ৰেমৰ সম্পর্ক ভাল হʼব৷ পৰিয়ালৰ লগত নৈশ আহাৰ ভাল হʼব। শুভ সংখ্যা ৪।

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক। আজি আপুনি আৰ্থিকভাৱে লাভবান হ’ব পাৰে। স্ত্ৰীভাগ্য আপোনাৰ অনুকূলে থাকিব। আপোনাৰ প্ৰিয়জনসকলে আপোনাৰ মৰমীয়াল দিশটোৰ উমান পাব। আজিৰ দিনটো নতুন কাম হাতত লোৱাৰ বাবে শুভ। শুভ সংখ্যা ৭।

বৃশ্চিক ৰাশি: আজি আপোনাৰ ৰোমাঞ্চকৰ পাৰ্টী কৰিবলৈ মন যাব পাৰে। শুভবাৰ্তা লাভ কৰিব। আপুনি আজি প্ৰায় সফল হʼব। বহুতো ব্যক্তিৰ লগত সংযোগ হʼব৷ আপোনাৰ প্ৰেম সম্পর্কত মনোযোগ দিয়ক৷ শুভ সংখ্যা ১।

ধনু ৰাশি: আজি বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে সম্পর্ক ভাল হʼব৷ আপুনি প্ৰায় সফল হʼব৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে৷ শুভ সংখ্যা ৩।

মকৰ ৰাশি: গ্ৰহৰ দশা আজি অলপ ভাল৷ লক্ষ্মীদেৱীৰ কৃপা আপোনাৰ ওপৰত থাকিব, কামৰ ফল ভোগ কৰক৷ সামাজিক কামত কৃতকাৰ্য হ’ব৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্যসকলৰ লগত সময় কটাওক৷ ভাল শৰীৰ আৰু মনে পৰিয়ালৰ লগত পৰ্যটন ক্ষেত্ৰ ভ্ৰমণত উৎসাহিত কৰিব৷ শুভ সংখ্যা ৮।

কুম্ভ ৰাশি: আপোনাৰ নিজা গ্ৰহৰ প্ৰভাব আপোনাৰ ওপৰত ভালকৈ পৰা যেন লাগে৷ আপুনি আপোনাৰ বন্ধু আৰু প্ৰিয়জনৰ চকুৰ মণি হৈ পৰিব৷ প্ৰিয়জনৰ শুভেচ্ছা লাভ কৰিব৷ নতুন বন্ধুত্ব আৰু ব্যৱসায়িক সম্পৰ্ক লাভদায়ক হ’ব৷ প্ৰিয়জনৰ লগত ৰোমাণ্টিক ভ্ৰমণত যাব পাৰে৷ ঘৰৰ পৰা ভাল খবৰ পাব পাৰে আৰু কৰ্মক্ষেত্ৰত সফলতাৰ খবৰ আহিব৷ কামৰ বোজাই আপোনাক ভাগৰুৱা কৰি তুলিব৷ শুভ সংখ্যা ৫।

মীন ৰাশি: খৰচ আৰু জমাৰ হিচাপ একে থাকিব৷ ধাৰে লোৱা আৰু আনক ধাৰে দিয়াৰ পৰা কিছুদিন আঁতৰি থাকক৷ আপোনাৰ তিক্ততাপূৰ্ণ অভিজ্ঞতা হ’ব পাৰে কাৰণ আপোনাৰ কথাক আনে বেলেগ দিশৰ পৰা চাব৷ ফলত ভুল বুজাবুজি হ’ব পাৰে৷ শৰীৰৰ যত্ন লওক আৰু মানসিক শান্তিৰ বাবে চেষ্টা কৰক৷ শুভ সংখ্যা ৮।

Tags: #AssamDaily HororscopeHoroscope

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025