• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, June 6, 2025
28 °c
Guwahati
29 ° Sat
30 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ৰাশিফল; জানি লওক কেনে যাব আপোনাৰ আজিৰ দিনটো

      Nation NE by Nation NE
      December 1, 2024
      in Top News, অসম
      0 0
      ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      মেষ- আজিৰ এই দিনটোত আপোনাৰ মনৰ অশান্তি কিছু বৃদ্ধি পাব। সেয়েহে মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়াটো আৱশ্যক। শুভ সংখ্যা-৭, শুভ ৰং-মাখন আৰু বগা।

      বৃষ- আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। শুভ সংখ্যা-৬, শুভ ৰং- গুলপীয়া।

      মিথুন- সোনকালে ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু চিন্তা হ’ব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ পেছাদাৰী মনোভাব বৃদ্ধি পাব। শুভ সংখ্যা- ৪, শুভ ৰং- মটীয়া।

      কৰ্কট- কৰ্কট ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শাৰীৰিক অসুস্থতাৰ কাৰক হ’ব। মানসিক, পাৰিবাৰিক ক্ষেত্ৰত কিছু অশান্তি আৰু খেলিমেলি হ’ব। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত শুভ। শুভ সংখ্যা ৭, শুভ ৰং ৰঙা।

      সিংহ- আজি আপোনাৰ মাজত বেচ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পুৰ্ণ সমৰ্থন দিব। শুভ সংখ্যা- ৬, শুভ ৰং- গুলপীয়া।

      কন্যা- আপোনাৰ স্বাস্থ্য সুস্থ ৰাখিবৰ বাবে নিয়মিত ব্যায়াম কৰক। আজি আপোনাৰ কোনোবা পূৰণি বন্ধুয়ে ব্যৱসায়ত লাভান্বিত হোৱাৰ কিছু উপদেশ দিব পাৰে আৰু সেই উপদেশ মানি চলিলে ব্যৱসায়ত আপোনাৰ ধন লাভ নিশ্চিত। শুভ সংখ্যা- ৫, শুভ ৰং- সেউজীয়া।

      তুলা- আজি আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যা সমাধান কৰিবলৈ সক্ষম হ’ব। ঘৰুৱা বিষয় সমূহত অধিক সমস্যাই দেখা দিব। শুভ সংখ্যা-৭, শুভ ৰং- মাখন আৰু বগা।

      বৃশ্চিক- প্ৰেম প্ৰীতি আৰু সাংসাৰিক ক্ষেত্ৰত ভাল। শিক্ষাৰ্থীৰ মনৰ অশান্তি হ’ব পাৰে। কর্ম, বাণিজ্য আৰু আর্থিক সামান্য উন্নতি হ’ব। শুভ সংখ্যা-২, শুভ ৰং-সেউজীয়া।

      ধনু- আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ’ব। আপোনাৰ আকৰ্ষণীয় আৰু চুম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিকে আপোনাৰ পিনে আকৰ্ষণ কৰিব। স্বাস্থ্যৰ যতন ল’ব। শুভ সংখ্যা-৬, শুভ ৰং- গুলপীয়া।

      মকৰ- আশাবাদী হঁওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। যিসকল লোকে নিজৰ আত্মীয় অথবা ঘনিষ্ঠ বন্ধুৰ লগত ব্যবসায় কৰিছে আজি তেওঁলোকে ভাৱি চিন্তি পদক্ষেপ লোৱাটো জৰুৰী নহ’লে আৰ্থিক লোকচান হোৱাৰ আশাংকা আছে। শুভ সংখ্যা-৬, শুভ ৰং- স্বচ্ছ আৰু গুলপীয়া।

      কুম্ভ- প্ৰেম আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ কিছু অসন্তুষ্টি আৰু মূৰৰ বিষ হ’ব পাৰে। সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ শুভ যদিও চিন্তা বৃদ্ধিৰ কাৰক। শুভ সংখ্যা- ৪, শুভ ৰং- ৰঙা।

      মীন- বিদ্যাৰ্থীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিত বাধাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব। ৰাজনৈতিক ব্যক্তিৰ উচ্চাকাংক্ষা বৃদ্ধিৰ যোগ। শুভ সংখ্যা-১, শুভ ৰং- সুমথিৰা।

      Tags: #AssamDaily HoroscopeHoroscopeSunday

      Related Posts

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং
      Top News

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      June 6, 2025
      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI
      Top News

      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      June 6, 2025
      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      June 6, 2025
      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক
      Top News

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      June 6, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      June 6, 2025
      ভাৰতত পুনৰ কোভিড; হাই এলাৰ্ট জাৰি কেন্দ্ৰীয় চৰকাৰৰ
      Top News

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      June 5, 2025

      শীৰ্ষ সংবাদ

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP