• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, February 5, 2026
21 °c
Guwahati
21 ° Fri
21 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৰষুণে লৈছে ভয়ংকৰ ৰূপ; বান্ধ খহি যোৱাৰ ফলত ৬০ জনৰ মৃত্যু

Nation NE by Nation NE
August 26, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বৰষুণে লৈছে ভয়ংকৰ ৰূপ; বান্ধ খহি যোৱাৰ ফলত ৬০ জনৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

গৃহযুদ্ধত জৰ্জৰিত ছুডানত প্ৰাকৃতিক দুৰ্যোগে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বিগত কিছুদিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত লোহিত সাগৰৰ সমীপত থকা আৰবাট বান্ধটো ভাঙি যোৱাৰ ফলত অতি কমেও ৬০ জন লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ ঘৰ বিধ্বস্ত হয়।

জানিব পৰা অনুসৰি, বিগত কেইবাদিনো ধৰি ছুডানত অব্যাহত আছে বৰষুণ। যাৰ বাবে পৰিস্থিতি ভয়ংকৰ হৈ পৰে। বান্ধটো ভাঙি যোৱাৰ বাবে এতিয়াও সন্ধানহীন হৈ আছে বহু লোক।

উল্লখ্য যে, গৃহযুদ্ধত জৰ্জৰিত আফ্ৰিকা মহাদেশৰ উত্তাৰঞ্চলত অৱস্থিত এইখন দেশ বিগত এবছৰ ধৰি অশান্ত হৈ আছে। ইয়াৰ মাজতে বান্ধটো ভাঙি যোৱাৰ ফলত দেশখনত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে। হাজাৰ-হাজাৰ লোকৰ ঘৰ-দুৱাৰ ভাঙি যোৱাৰ লগতে বাঢ়নী পানীত উটি গৈছে শ-শ বাহন।

দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, চলিত বছৰটোত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ ফলত এই পৰ্যন্ত ২০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ২৭ হাজাৰৰো অধিক পৰিয়াল গৃহহীন হৈ পৰিছে।

Tags: Dam CollapseHeavy RainHeavy RainfallSudan

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

February 5, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 5, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

February 4, 2026
‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 4, 2026
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

February 4, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ভাৰত-পাকিস্তান T20 Worldcup: ২৩০০ কোটিৰ লোকচান; ক্ষুব্ধ পাকিস্তানীয়ে ক’লে- ‘পাকিস্তান অবিহনে ক্ৰিকেট অসম্পূৰ্ণ’

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025