• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাজধানী দিল্লীত হঠাতে কিয় বন্ধ হৈ গ’ল বহু বিদ্যালয় ?

Nation NE by Nation NE
December 9, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰাজধানী দিল্লীত হঠাতে  কিয় বন্ধ হৈ গ’ল বহু বিদ্যালয় ?
Share on FacebookShare on TwitterWhatsApp

প্ৰায় ৪০ খনকে ধৰি ৰাজধানী দিল্লীৰ বহু বিদ্যালয়ে লাভ কৰিছে ভাবুকি। য’ত ডি পি এছ আৰ কে পুৰম আৰু পাছিম বিহাৰৰ জি ডি গোৱেংকা স্কুলেও লাভ কৰিছে ভাবুকিৰ ই-মেইল।

ইয়াৰ পিছতেই বিদ্যালয়সমূহে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক ঘৰলৈ ওভতাই পঠিয়াইছে। বন্ধ হৈ পৰিছে বহু বিদ্যালয়। বিস্ফোৰণৰ ভাবুকিৰ পিছতেই অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ তথ্য দিয়া হৈছে।

আনহাতে, দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে সোমবাৰে দিল্লীৰ বহু বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি আহিছিল। য’ত ডি পি এছ আৰ কে পুৰম আৰু পাছিম বিহাৰৰ জি ডি গোৱেংকা স্কুল, মাদাৰ মেৰী স্কুল, ব্ৰিটিছ স্কুল, ছালৱান পাব্লিক স্কুল, কেম্ব্ৰিজ স্কুলকে ধৰি বহু বিদ্যালয় অন্তৰ্ভুক্ত কৰা হৈছে।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, প্ৰায় ৪০ খনতকৈও অধিক বিদ্যালয়ে ই-মেইলৰ জৰিয়তে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছে। মেইলত কি কি অট্টালিকাৰ ভিতৰত বোমা স্থাপন কৰিছে তাৰ বিষয়ে কোৱা হৈছে। ইয়াৰ ফলত অট্টালিকাবোৰৰ বিশেষ ক্ষতি নহয়, যদিও আহত হ’ব বহুতো লোক। যদিহে ৩০ হাজাৰ ডলাৰ নাপায়, তেন্তে অতি শীঘ্ৰে বোমা বিস্ফোৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

২৯ নৱেম্বৰত ৰোহিনীৰ ভেংকটেশ্বৰ গ্ল’বেল স্কুলে ই-মেইলৰ জৰিয়তে বোমা বিস্ফোৰণৰ ভাবুকি পাইছিল। ইয়াৰ এদিন পূৰ্বে প্ৰশান্ত বিহাৰ অঞ্চলত কম তীব্ৰতাৰে বিস্ফোৰণ সংঘটিত হৈছিল। য’ত এজন লোক আহত হয়। ৰাজধানী দিল্লীতো একেধৰণৰ ভাবুকিয়েই ধাৰাবাহিকভাৱে লাভ কৰা হৈছে।

বৃহস্পতিবাৰে, পুৱা প্ৰশান্ত বিহাৰ অঞ্চলৰ এখন পাৰ্কৰ সমীপৰ এখন মিঠাইৰ দোকানৰ সন্মুখত ব্যাপক বিস্ফোৰণ সংঘটিত হয়। এমাহ পূৰ্বে একে অঞ্চলতে অৱস্থিত চি আৰ পি এফ বিদ্যালয়ৰ দেৱালৰ সমীপত এক বিস্ফোৰণ সংঘটিত হৈছিল। এই গোচৰত আৰক্ষীয়ে এতিয়াও অভিযুক্তৰ কোনো তথ্য পোৱা নাই।

বিস্ফোৰণৰ সৈতে জড়িত এক গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। বিপজ্জনক অস্ত্ৰ বা উপায়েৰে স্বেচ্ছাই গুৰুতৰভাৱে আঘাত কৰা অচিনাকি ব্যক্তিৰ বিৰুদ্ধে প্ৰশান্ত বিহাৰ থানা, বিস্ফোৰক পদাৰ্থ আইন আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতি প্ৰতিৰোধ আইন। বৃহস্পতিবাৰে ব্লকত সংঘটিত বিস্ফোৰণত আহত হয় এজন টেম্পো চালক।

Tags: #DelhiDelhi Police

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025