• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লীৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত কোন কোন থাকিব অতিথি? প্ৰকাশ পালে তালিকা

Nation NE by Nation NE
February 19, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
দিল্লীৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত কোন কোন থাকিব অতিথি? প্ৰকাশ পালে তালিকা
Share on FacebookShare on TwitterWhatsApp

বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া দিল্লীৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে অতিথিৰ তালিকা প্ৰকাশ পাইছে। বিজেপি শাসিত বিভিন্ন ৰাজ্য চৰকাৰৰ মুঠ ২০ গৰাকী উপ-মুখ্যমন্ত্ৰীক এই অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। এই তালিকাত উত্তৰ প্ৰদেশকে ধৰি নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীৰ নাম আছে।

উত্তৰ প্ৰদেশৰ পৰা কেশৱ প্ৰসাদ মৌৰ্য আৰু বৃজেশ পাঠক, মহৰাষ্ট্ৰৰ পৰা একনাথ সিন্দে আৰু অজিত পাৱাৰ, মধ্য প্ৰদেশৰ পৰা ৰাজেন্দ্ৰ শুক্ল আৰু জগদীশ দেৱড়া, ৰাজস্থানৰ পৰা দিব্যা কুমাৰী আৰু প্ৰেমচন্দ বেৰৱা, ওড়িশাৰ পৰা প্ৰৱতী পৰিদা আৰু কনকবৰ্ধন সিং, ছত্তীশগড়ৰ পৰা অৰুণ ছাও আৰু বিজয় শৰ্মা, অৰুণাচল প্ৰদেশৰ পৰা চাওনা মেইন, অন্ধ্ৰ প্ৰদেশৰ পৰা পৱন কল্যান, বিহাৰৰ পৰা বিজয় কুমাৰ সিনহা আৰু সম্ৰাট চৌধৰী।

ইয়াৰ উপৰি দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত আন কেইবাগৰাকীও বিধায়কক আমন্ত্ৰণ জনোৱা হৈছে।

উল্লেখ্য যে, কাইলৈ ​​অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত দিল্লীত নতুন মুখ্যমন্ত্ৰী আৰু তেওঁৰ কেবিনেট মন্ত্ৰীসকলৰ শপত গ্ৰহণ অনুষ্ঠান। দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান। এই অনুষ্ঠানৰ আয়োজন কৰা হ’ব ৰামলীলা ময়দানত। ইয়াৰ বাবে তীব্ৰ প্ৰস্তুতি চলি আছে।

এই কাৰ্যসূচীত তিনি ধৰণৰ মঞ্চ তৈয়াৰ কৰা হ’ব। মূল মঞ্চত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী, উপ-ৰাজ্যপাল ভি কে ছাক্সেনা লগতে মনোনীত মুখ্যমন্ত্ৰী আৰু তেওঁৰ কেবিনেট সতীৰ্থসকল। আনহাতে আনখন মঞ্চত উপস্থিত থাকিব ধৰ্মগুৰু আৰু বিশেষ অতিথি। সংগীত অনুষ্ঠানৰ সৈতে জড়িত শিল্পীসকল তৃতীয় মঞ্চত উপস্থিত থাকিব। এই অনুষ্ঠানত কৈলাশ খেৰে কণ্ঠদান কৰিব বুলি চৰ্চা চলিছে।

শপত গ্ৰহণৰ বাবে ২৪ ঘণ্টাৰো কম সময় বাকী আছে যদিও বিজেপিয়ে এই পৰ্যন্ত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰা নাই। আজি সন্ধিয়া ৬ বজাত দিল্লীৰ নৱনিৰ্বাচিত বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হ’ব। বিধায়িনী দলৰ এই বৈঠকৰ পাছত দিল্লীৰ নতুন মুখ্যমন্ত্রী ঘোষণা কৰাৰ সম্ভাৱনা আছে।

Tags: #DelhiBJPOath Taking Ceremony

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025