• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 2, 2026
21 °c
Guwahati
21 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ ছীল; বিজেপিক সমালোচনা চৰকাৰৰ

Nation NE by Nation NE
October 9, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ ছীল; বিজেপিক সমালোচনা চৰকাৰৰ
Share on FacebookShare on TwitterWhatsApp

পুনৰবাৰ বাতৰিৰ শিৰোণামত দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসগৃহ। দিল্লী চৰকাৰৰ গড়কাপ্তানি বিভাগে ছীল কৰিলে মুখ্যমন্ত্ৰীৰ আৱাসগৃহ। অবৈধভাৱে ব্যৱহাৰ কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বাসগৃহটো ছীল কৰা হৈছে বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰীৰ বাসগৃহ ছীল কৰাৰ পিছতে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো মুখ্যমন্ত্ৰীৰ বাসগৃহ খালী কৰা হৈছে। লগতে উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই বিজেপিৰ নিৰ্দেশত কাম কৰাৰ অভিযোগো উত্থাপন কৰিছে।

বুধবাৰে দিল্লী চৰকাৰৰ গড়কাপ্তানী বিভাগৰ এটা দলে মুখ্যমন্ত্ৰীৰ বাসগৃহ ছীল কৰিবলৈ উপস্থিত হয়। মুখ্যমন্ত্ৰীৰ বাসগৃহ ছীল কৰাৰ কাৰণ হস্তান্তৰ প্ৰক্ৰিয়া অনুসৰণ নকৰা বুলি উল্লেখ কৰা হৈছে।

মুখ্যমন্ত্রী আতিশীৰ কার্যালয়ে প্রকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে দেশৰ ইতিহাসত প্রথমবাৰৰ বাবে মুখ্যমন্ত্রীৰ বাসগৃহ খালী হৈছে৷ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাৰ বিৰুদ্ধে ডাঙৰ অভিযোগ উত্থাপন কৰি বিবৃতিটোত কয় যে বিজেপিৰ নিৰ্দেশত উপ-ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা মুখ্যমন্ত্ৰী আতিশীৰ সামগ্ৰী বলপূৰ্বকভাৱে আঁতৰাই দিয়ে।

লগতে কয় যে উপ-ৰাজ্যপালৰ হৈ মুখ্যমন্ত্ৰীৰ বাসগৃহ বিজেপিৰ এজন জ্যেষ্ঠ নেতাক আবণ্টন দিয়াৰ প্ৰস্তুতি চলি আছে। ২৭ বছৰ ধৰি দিল্লীত শাসনৰ পৰা আঁতৰি থকা বিজেপিয়ে এতিয়া মুখ্যমন্ত্ৰীৰ বাসগৃহ দখল কৰিব বিচাৰিছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী বাসগৃহ খালী কৰিছিল। অৱশ্যে বিজেপিয়ে ধাৰাবাহিকভাৱে কেজৰিৱালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী বাসগৃহ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।

Tags: #DelhiAtishi MarlenaCM Residence

Related Posts

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?
Top News

February 2, 2026
টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?
Top News

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

February 2, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 2, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026

শীৰ্ষ সংবাদ

ভাৰত-পাকিস্তানৰ খেল বাতিলক লৈ বিপদ! ২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব নেকি ICC ?

টীম ইণ্ডিয়াৰ বিৰুদ্ধে Knockout মেচ নেখেলে পাকিস্তানে! কিন্তু কিয়? কোন দল হ’ব আটাইতকৈ বেছি লাভবান?

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025