• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, February 4, 2026
21 °c
Guwahati
21 ° Thu
21 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাল খবৰ! অহা বছৰৰ ভিতৰত ভাৰতলৈ আহিব ডেংগুৰ ভেকচিন

Nation NE by Nation NE
August 8, 2024
in Top News
0 0
ভাল খবৰ! অহা বছৰৰ ভিতৰত ভাৰতলৈ আহিব ডেংগুৰ ভেকচিন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

মাইকী মহৰ দ্বাৰা বিয়পা ডেংগু ভাইৰাছৰ ভেকচিন অহা বছৰৰ ভিতৰত উপলব্ধ হ’ব ভাৰতত। ডেংগুৰ প্ৰতিষেধক ঔষধৰ বিষয়ে ইতিমধ্যেই তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলি আছে আৰু স্বাস্থ্য মন্ত্ৰালয়ৰ সচিবে ৰাজ্যসমূহৰ সৈতে ডেংগু সন্দৰ্ভত বৈঠকত মিলিত হৈছে।

ভাৰতত চাৰিটা কোম্পানীয়ে ডেংগু ভেকচিনৰ পৰীক্ষা চলাই আছে। বজাৰত এই ভেকচিনৰ আগমনৰ লগে লগে মানুহে যথেষ্ট সকাহ পাব। এই ভেকচিন প্ৰৱৰ্তনৰ পিছত ডেংগু ৰোগীৰ মৃত্যুৰ সংখ্যা যথেষ্ট হ্ৰাস পাব বুলি অনুমান কৰা হৈছে।

এই তথ্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সম্পাদক অপূৰ্ব চন্দ্ৰই ৰাজ্যসমূহৰ সৈতে হোৱা বৈঠকৰ অন্তত সদৰি কৰে। আৰু লগতে তেওঁ উল্লেখ কৰে যে যোৱা বছৰৰ তুলনাত চলিত বছৰত ডেংগু ৰোগীৰ সংখ্যা অধিক দেখা গৈছে।

ডেংগু সন্দৰ্ভত ৰাজ্যসমূহলৈ জাৰি কৰা হৈছে নিৰ্দেশনা

ডেংগু সন্দৰ্ভত ৰাজ্যসমূহৰ সৈতে বৈঠকত মিলিত হৈছে বুলি স্বাস্থ্য মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে জানিবলৈ দিয়ে। এইবছৰ ডেংগু ৰোগীৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহৰ বাবে গাইডলাইন জাৰি কৰা হৈছে।

তেওঁ কয় যে আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ আৰু নৱেম্বৰ মাহত ডেংগুৰ ৰোগীৰ সংখ্যা সৰ্বাধিক হয় । তেওঁ লগতে কয় যে প্লেটলেটৰ উপস্থিতি সন্দৰ্ভত সকলো ৰাজ্যৰ সৈতে আলোচনা কৰা হৈছে আৰু ২০০০ চনলৈকে ডেংগুৰ ফলত হোৱা মৃত্যুৰ হাৰ ৩ শতাংশ আছিল আৰু বৰ্তমান ই ০.১ শতাংশ।

যোৱা বছৰৰ তুলনাত বৃদ্ধি পাইছে ডেংগু ৰোগী

কেন্দ্রীয় স্বাস্থ্য মন্ত্র্যালয়ৰ সচিবগৰাকীয়ে কয় যে এইবাৰ ডেংগু ৰোগীৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। বৰ্তমান দক্ষিণ আৰু পশ্চিম ভাৰতত আক্ৰান্তৰ সংখ্যাও অনাকাংক্ষিতভাৱে বৃদ্ধি হৈছে। উত্তৰ ভাৰতত এতিয়ালৈকে ডেংগুত কোনো লোক আক্ৰান্ত হোৱা নাই। তামিলনাডু, কেৰালা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত বৃদ্ধি পাইছে ডেংগু ৰোগী। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যসমূহলৈ গাইডলাইন জাৰি কৰা হৈছে।

এই সন্দৰ্ভত সচিবগৰাকীয়ে কয় যে সকলো ৰাজ্যকে স্বাস্থ্য মন্ত্ৰালয়ে ডেংগু প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে। ডেংগু ৰোগ বিয়পাৰ আশংকা অক্টোবৰ মাহটোত অত্যাধিক পৰিমানে থাকে। সচৰাচৰ আগষ্ট মাহৰ পৰা অক্টোবৰ মাহলৈকে ডেংগু আক্রান্তৰ সংখ্যা অত্যাধিক হয় আৰু নৱেম্বৰ মাহৰ পৰা এই ৰোগীৰ সংখ্যা হ্ৰাস হ’বলৈ ধৰে।

Tags: DengueDengue VaccineVaccine

Related Posts

‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ
Top News

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

February 4, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

February 4, 2026
ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক
Top News

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

February 4, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

February 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

February 4, 2026
মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

February 3, 2026

শীৰ্ষ সংবাদ

য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰিত ভুলতো নকৰিব এইকেইটা কাম, অন্যথা ৰুষ্ট হ’ব দেৱাদিদেৱ মহাদেৱ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025