• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টকাৰ খক! ঘোচ লৈ হাতে-লোটে আটক চৰকাৰী বিষয়া জোখেশ্বৰ মৰাণ

৪০ হাজাৰ টকা উৎকোচ লওতে আটক লাট মণ্ডল

Nation NE by Nation NE
August 29, 2024
in Top News, অসম
0 0
টকাৰ খক! ঘোচ লৈ হাতে-লোটে আটক চৰকাৰী বিষয়া জোখেশ্বৰ মৰাণ

আটক হোৱা লাটমণ্ডল জোখেশ্বৰ মৰাণ।

Share on FacebookShare on TwitterWhatsApp

অসম চৰকাৰৰ তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাৰ আন এক সফল অভিযান। ধাৰাবাহিকভাৱে চলাই থকা অভিযানৰ পিছতো যেন একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে কেৰেপ নকৰে এনে ধৰণৰ দুৰ্নীতি পৰায়ন কাম কৰিবলৈ। যাৰ পৰিপ্ৰেক্ষিতত পুনৰ পোহৰলৈ আহিল অসম চৰকাৰৰ তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাৰ আন এক সফল অভিযান।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পিছত এইবাৰ ডুমডমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ঘোচ লোৱাৰ ঘটনা পোহৰলৈ আহিছে। চৰকাৰ তথা প্ৰশাসনক কেৰেপ নকৰাকৈ দীৰ্ঘদিনে চলাই গৈছিল ঘোচৰ নামত অবাধ বেহা।

উৎকোচ নিদিলেই কোনো কাম নকৰাৰ অভিযোগ লাট মণ্ডল জোখেশ্বৰ মৰাণৰ বিৰুদ্ধে। এক প্ৰকাৰে যেন অৰাজকতাৰে ভৰি পৰিছিল ডুমডুমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়। কিন্তু দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত সামৰণি পৰিল জোখেশ্বৰৰ ক’লা অধ্যায়।

শেহতীয়াকৈ এগৰাকী মহিলাৰ পৰা ৪০ হাজাৰ টকা উৎকোচ লোৱাৰ অপচেষ্টা চলাইছিল লাট মণ্ডল জোখেশ্বৰে। পিছে ১৫ হাজাৰ উৎকোচ লোৱাৰ সময়তে হাতে-লোটে আটক কৰে অসম চৰকাৰৰ তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে।

কাৰ্যালয়টোৰ অন্য বিষয়াসকলকো লজ্জিত কৰি হাত দাঙিবলৈ বাধ্য হ’ল জোখেশ্বৰ মৰাণ। ইতিমধ্যে জোখেশ্বৰক নগদ ধনসহ আটক কৰি অধিক তদন্তৰ বাবে জেৰা অব্যাহত ৰাখিছে অসম চৰকাৰৰ তদাৰকী ও দুৰ্নীতি নিবাৰক শাখাই।

Tags: #AssamAssam PoliceDirectorate of vigilance and anti-corruptionDoomdoomaLat Mondol

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025