• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২৩ বছৰীয়া বলাৰৰ লগতে ঋষভ পন্তক জৰিমনা BCCIৰ

Nation NE by Nation NE
April 5, 2025
in Top News, ক্ৰীড়া
0 0
২৩ বছৰীয়া বলাৰৰ লগতে ঋষভ পন্তক জৰিমনা BCCIৰ
Share on FacebookShare on TwitterWhatsApp

আই পি এলৰ নিয়ম উলংঘা কৰাৰ বাবে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক ঋষভ পন্ত আৰু যুৱ বলাৰ দিগবেশ সিঙক জৰিমনা বিহা হয়। শুকুৰবাৰে ইকানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই পি এল মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে মুম্বাই ইণ্ডিয়ানছ (এম আই)ক ১২ ৰানত পৰাস্ত কৰে।

মেচখনত জয়ী হ’লেও ঋষভ পন্তক ১২ লাখ টকাৰ জৰিমনা বিহা হয়। কাৰণ দলটোৱে খেলৰ সময়ত নিৰ্দিষ্ট সময়ত অভাৰ সম্পূৰ্ণ নকৰাৰ বাবেই ঋষভ পন্তক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছিল। এই ছিজনত লক্ষ্ণৌৰ এইটোৱেই আছিল প্ৰথম এনে ঘটনা।

নিয়ম অনুসৰি দলটোৱে সময়মতে অভাৰ শেষ কৰিব লাগে আৰু অধিনায়ক হোৱাৰ বাবেই পন্তক শাস্তি বিহা হয়।

আই পি এলৰ এক বিবৃতিত কোৱা হৈছে, ‘আই পি এল ২০২৫ৰ ১৬ নং মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে স্লো অভাৰ ৰেটৰ বাবে ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে লক্ষ্ণৌ ছুপাৰজায়েন্টছৰ অধিনায়ক ঋষভ পন্তক। যিকোনো বলিং দলে ২০ অভাৰ সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত সময় ৯০ মিনিট। লক্ষ্ণৌৰ দলটোৱে নিৰ্ধাৰিত সময়ৰ পৰা এটা অভাৰ পিছ পৰি ৰৈছিল। ইয়াৰ বাবেই তেওঁ শেষৰ অভাৰত ৩০ গজৰ বাহিৰত এজন ফিল্ডাৰ কম ৰাখিবলৈ বাধ্য হৈছিল।’

ইফালে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ ২৩ বছৰীয়া লেগ স্পিনাৰ দিগবেশ সিঙক পন্ততকৈও অধিক জৰিমনা বিহা হয়। মেচ ফীজৰ ৫০ শতাংশ জৰিমনা বিহা হৈছে সিঙক। মেচৰ সময়ত বেয়া শব্দ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। দিগবেশ সিঙৰ এই কাণ্ড আই পি এলৰ নিয়ম ২.৫ৰ উলংঘন।

উল্লেখ্য যে, ২৩ বছৰীয়া সিঙে মুম্বাইৰ বেটাৰ নমন ধীৰক আউট কৰাৰ পিছতে আপত্তিজনকভাৱে বিজয় উল্লাস কৰিছিল। বাৰে বাৰে এইধৰণৰ কাণ্ড কৰি থকা বাবেই তেওঁক জৰিমনা বিহা হয়।

Tags: Digvesh SinghIPL 2025Lucknow Super GiantsRishabh Pant

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025