• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, October 22, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

DMKৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কাৰুৰ কাণ্ডৰ গোচৰত উচ্চ ন্যায়ালয়ত অভিনেতা বিজয়

Nation NE by Nation NE
September 28, 2025
in Top News
0 0
DMKৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কাৰুৰ কাণ্ডৰ গোচৰত উচ্চ ন্যায়ালয়ত অভিনেতা বিজয়
Share on FacebookShare on TwitterWhatsApp

২৭ ছেপ্টেম্বৰত তামিলনাডুৰ কাৰুৰত অনুষ্ঠিত হোৱা এক ৰেলীত হোৱা ভয়াবহতাত ৪০ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে আহত হয় প্ৰায় ১০০ জন ।

এই ঘটনাৰ পিছতে অভিনেতা তথা ৰাজনৈতিক নেতা বিজয়ৰ দল টিভিকে ৰাজ্য চৰকাৰক ডিএমকেৰ ষড়যন্ত্ৰৰ অংশ বুলি অভিযোগ উত্থাপন কৰিছে।

টিভিকেৰ অধিবক্তা অৰিভাঝাগনে কয় যে দলটোৱে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে, বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন বা গোচৰটো চিবিআইলৈ হস্তান্তৰ কৰিবলৈ বিচাৰিছে। এই সমাৱেশত সুৰক্ষাৰ নিয়ম উলংঘা কৰা বুলি ৰাজ্য চৰকাৰৰ দাবীক তেওঁ নাকচ কৰে।

অৰিভাজাগানে কয় যে, কাৰুৰ কাণ্ড আছিল এক ষড়যন্ত্ৰ। তেওঁলোকে স্থানীয় বাসিন্দাসকলৰ পৰা নিৰ্ভৰযোগ্য তথ্য আৰু কিছু চিচিটিভি ফুটেজ লাভ কৰিছে। ইয়াৰ পৰা দেখা যায় ৰাজ্যৰ শাসকীয় দলৰ একাংশ কৰ্মীয়ে ষড়যন্ত্ৰ কৰিছিল।

ৰাজ্য চৰকাৰে উল্লেখ কৰে যে, দুপৰীয়াৰ পৰা ৰেলী স্থানত ভিৰ হৈছিল যদিও বিজয় উপস্থিত হয় সন্ধিয়া ৭ বজাত।  ৰেলী স্থলীত ১০ হাজাৰ লোকৰ বাসস্থান আছিল যদিও ২৭ হাজাৰ লোকৰ সমাগম ঘটে। ৰাজ্য চৰকাৰে ইয়াক ইচ্ছাকৃতভাৱে জনসমাগম বৃদ্ধিৰ প্ৰয়াস বুলি অভিহিত কৰে। ইফালে টিভিকেৰ অধিবক্তাই এই দাবী খণ্ডন কৰি কয় যে, বিজয়ৰ পলমকৈ অহাৰ কাৰণ আছিল তীব্ৰ যান-জঁট, ইয়াত দলৰ কোনো দোষ নাই।

এই সমাৱেশত নিৰাপত্তা বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰে হত্যাকে ধৰি বিভিন্ন ধাৰাত টিভিকেৰ একাংশ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত ন্যায়িক তদন্তৰো নিৰ্দেশ দিয়া হৈছে।

Tags: DMKinvestigation

Related Posts

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা
Top News

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

October 22, 2025
নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
Top News

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

October 22, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 22, 2025
বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
Top News

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

October 21, 2025

শীৰ্ষ সংবাদ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025