• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 20, 2026
23 °c
Guwahati
21 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

Nation NE by Nation NE
May 15, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ ব্যৱসায়-বাণিজ্যত কোপদৃষ্টি পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। বিশ্বৰ অন্যতম জনপ্ৰিয় তথা ব্ৰেণ্ডেড মোবাইল ফোন আইফোনৰ উৎপাদন ভাৰতত নকৰিবলৈ আহ্বান জনাইছে এপ’লৰ চিইঅ’ টিম কুকক। বিশ্বৰ অৰ্থনীতিত ক্ৰমান্বয়ে বিস্তাৰ সাধন কৰিবলৈ সক্ষম হোৱা ভাৰতক লৈ যে ট্ৰাম্প সুখী নহয় সেই কথা এই মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে।

উল্লেখ্য যে, ভাৰতক লৈ এপ’লে কৰিছিল ডাঙৰ পৰিকল্পনা। অহা বৰ্ষৰ ভিতৰত তেওঁলোকে ভাৰতত বৃহৎ পৰিমাণত আইফোন উৎপাদন কৰাৰ পৰিকল্পনা কৰিছিল।

সম্প্ৰতি কাটাৰ ভ্ৰমণত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। এই সময়ছোৱাতে তেওঁ সংবাদ মাধ্যমক সম্বোধন কৰি কয়, ‘টিম কুকৰ লগত মোৰ এটা সৰু সমস্যা আছে। তেওঁলোকে ভাৰতত আইফোন বনাব বিচাৰে আৰু মই সেইটো হোৱাটো নিবিচাৰো। এপ’লে নিজৰ ফোনসমূহ কেৱল আমেৰিকাতহে নিৰ্মাণ কৰক।’

যদি এপ’লে নিজৰ এছেম্বলি ইউনিট ভাৰতলৈ স্থানান্তৰ কৰে তেন্তে ২০২৬ চনৰ পৰা ইয়াত প্ৰতি বছৰে ৬ কোটিতকৈ অধিক আইফোন উৎপাদন হ’ব। এয়া বৰ্তমানৰ ক্ষমতাৰ দুগুণতকৈও অধিক হ’ব।

বৰ্তমান আইফোন উৎপাদনত চীনে আধিপত্য বিস্তাৰ কৰি আছে। ইফালে যদিহে এপ’লে ভাৰতত উৎপাদন বন্ধ কৰে তেন্তে আইফোন ব্যয়বহুল হ’ব পাৰে।

উল্লেখ্য যে, আইফোনৰ উৎপাদন চীনৰ পৰা ভাৰতলৈ স্থানান্তৰিত কৰাৰ যোজা চলাই থকাৰ সময়তে ট্ৰাম্প আৰু এপ’লৰ চিইঅ’ কুকৰ মাজত হোৱা মতভেদে ভাৰতৰ অৰ্থনীতিত যে বিৰূপ প্ৰভাৱ পেলাব সেয়া নিশ্চিত।

Tags: AppleDonald trumpiPhoneTim Cook

Related Posts

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026

শীৰ্ষ সংবাদ

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025