• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নেতান্যাহু এজন খঙাল মানুহ… যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য

Nation NE by Nation NE
May 17, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
নেতান্যাহু এজন খঙাল মানুহ… যুদ্ধৰ মাজতে ড’নাল্ড ট্ৰাম্পৰ ডাঙৰ মন্তব্য
Share on FacebookShare on TwitterWhatsApp

গাজাত চলি থকা যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক লৈ ডাঙৰ মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ফক্স নিউজত দিয়া এটা সাক্ষাতকাৰত ট্ৰাম্পে নেতান্যাহুক ৰক্ষণা বেক্ষণ দিয়া পৰিলক্ষিত হয়।

ট্ৰাম্পে কয় যে তেওঁ বহু কঠিন পৰিস্থিতিত আছে। ৭ অক্টোবৰৰ সেই ঘটনাটো মনত ৰাখিব লাগিব, বিশ্বৰ ইতিহাসৰ সেইটো অন্যতম হিংসুক ঘটনাৰ ভিতৰত আছিল।

উল্লেখ্য যে, মধ্যপ্ৰাচ্যলৈ কৰা প্ৰথমটো আনুষ্ঠানিক বিদেশ ভ্ৰমণৰ সময়ত ট্ৰাম্প ইজৰাইলত নোযোৱাকৈয়ে পোনে পোনে চৌদি আৰব, কাটাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহলৈ গৈছিল। আমেৰিকাৰ কোনো ৰাষ্ট্ৰপতি মধ্যপ্ৰাচ্য ভ্ৰমণৰ সময়ত ইজৰাইল ভ্ৰমণ নকৰাটো লক্ষ্যণীয় হিচাপে বিবেচিত হৈছে।

পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত ইৰাণৰ সৈতে আমেৰিকাৰ আলোচনাক লৈ নেতান্যাহুৰ অসন্তুষ্টিৰ প্ৰশ্নত ট্ৰাম্পে কয় যে তেওঁ (নেতান্যাহু) এজন খঙাল মানুহ, তেওঁ ৭ অক্টোবৰৰ ঘটনাটোক লৈ যথেষ্ট আঘাত পাইছে। তেওঁলোকে কঠোৰ আৰু সাহসেৰে যুঁজিছে, কিন্তু সকলো কথাৰে বহু দিশ আছে।

আনহাতে ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ট্ৰাম্পে কয় যে গাজাৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গাজাৰ বহু লোক অনাহাৰে আছে আৰু অহা মাহৰ ভিতৰত বহুত কিবা কিবি ভাল হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, বিগত কিছুদিনৰ পৰা ইজৰাইলে পুনৰ গাজাত তীব্ৰতৰ কৰি তুলিছে আক্ৰমণ। শেহতীয়াকৈ হোৱা আক্ৰমণত ১০০ৰো অধিক লোক নিহত হোৱা বুলি খবৰ আহিছে।

Tags: Benjamin NetanyahuDonald trumpGAZAIsraelPalestine

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026

শীৰ্ষ সংবাদ

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025