• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ম্যানমাৰত ভূমিকম্পৰ ধ্বংসলীলা; প্ৰাণ গ’ল ১৪৪ নাগৰিকৰ, ৭০০ৰো অধিক আহত

Nation NE by Nation NE
March 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ম্যানমাৰত ভূমিকম্পৰ ধ্বংসলীলা; প্ৰাণ গ’ল ১৪৪ নাগৰিকৰ, ৭০০ৰো অধিক আহত
Share on FacebookShare on TwitterWhatsApp

এছিয়া মহাদেশৰ দুখনকৈ গুৰুত্বপূৰ্ণ দেশ থাইলেণ্ড আৰু ম্যানমাৰত আজি এক ভয়ংকৰ ভূমিকম্প হয়। ৭.৭ ৰিখতাৰ স্কেলৰ প্ৰাৱল্যই জোঁকাৰি যোৱা এই ভূমিকম্পৰ ফলত দেশ দুখনত বিস্তৰ ক্ষতিসাধন হয়।

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি বেংককত এটা অট্টালিকা তাচপাতৰ দৰে খহি পৰাত ৮ জন লোকৰ মৃত্যু হৈছে। আনহাতে আন এটা প্ৰান্তত আৰু এজন লোকৰ মৃত্যু হোৱাত মৃত্যু হোৱা লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পায়।

ইফালে উদ্ধাৰকাৰী দলে জনোৱা অনুসৰি নিৰ্মাণ কাৰ্য চলি থকা অঞ্চলত এতিয়াও ১০০ৰো অধিক লোক সন্ধানহীন হৈ আছে।

আনহাতে এই প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত ম্যানমাৰত এই পৰ্যন্ত ১৪৪গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৭৩২ গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে। সেনাৰ উদ্ধৃতি দি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম বিবিচিয়ে প্ৰকাশ কৰা তথ্য অনুসৰি মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

সেনাই জনোৱা অনুসৰি, নাই পই তাৱত ৯৬গৰাকী, ছেগিঙত ১৮ আৰু মাণ্ডলে ৩০ গৰাকী লোকৰ মৃত্যু হৈছে।

ম্যানমাৰৰ উদ্ধাৰকাৰী দলে ৰয়টাৰ্ছক জনোৱা মতে, ৰাজধানী নাইপিদাও’ৰ সীমান্তৰ পিইনমানা অঞ্চলৰ পৰা ৬০টা মৃতদেহ আৰু ১৩০জন আহত লোকক উদ্ধাৰ কৰা হৈছে। তেওঁলোকে জনোৱা অনুসৰি, অট্টালিকাসমূহত এতিয়াও বহু লোক আবদ্ধ হৈ আছে, যাৰ কাষ চাপিব পৰা নাই এতিয়াও।

Tags: EarthquakeMyanmarThailand

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025