• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 7, 2026
28 °c
Guwahati
28 ° Sun
28 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতৰ বাসমতী চাউল ৰপ্তানিত গভীৰ সংকট! আমেৰিকা, ইজৰাইল-ইৰাণৰ যুদ্ধই বন্ধ কৰি দিলে বন্দৰ আব্বাছ পোৰ্ট

Nation NE by Nation NE
March 7, 2026
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ভাৰতৰ বাসমতী চাউল ৰপ্তানিত গভীৰ সংকট! আমেৰিকা, ইজৰাইল-ইৰাণৰ যুদ্ধই বন্ধ কৰি দিলে বন্দৰ আব্বাছ পোৰ্ট
Share on FacebookShare on TwitterWhatsApp

মধ্যপ্ৰাচ্যত আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা যুদ্ধই এতিয়া সামুদ্ৰিক বাণিজ্যিক যোগাযোগ বিচ্ছিন্ন কৰি পেলাইছে। ইৰাণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ব্যস্ত পোৰ্ট ‘বন্দাৰ আব্বাছ’ এতিয়া প্ৰায় সম্পূৰ্ণ বন্ধ হৈ পৰিছে।

এই যুদ্ধৰ হৰমুজ জলদ্বীপ ভাবুকিৰ সন্মুখীন হৈছে, জাহাজৰ বীমাৰ কভাৰেজ বাতিল কৰা হৈছে, মালবাহীৰ হাৰ দুগুণতকৈও অধিক বৃদ্ধি পাইছে। ইয়াৰ ফলত ভাৰতৰ বাসমতী চাউল ৰপ্তানিত ডাঙৰ আঘাত পৰিছে, য’ত ইৰাণ দ্বিতীয় বৃহত্তম বজাৰ। লগতে আফগানিস্তান, তাজিকিস্তান, তুৰ্কমেনিস্তানৰ দৰে ভূমি আৱদ্ধ দেশসমূহলৈ ‘বন্দৰ আব্বাছ পোৰ্ট’ৰ জৰিয়তে ৰপ্তানি হয় বাসমতী চাউলৰ। গতিকে এই যদ্ধৰ বাবে ভাৰতৰ অৰ্থনৈতিক বজাৰখনত যথেষ্ট প্ৰভাৱ পৰিব।

আগশাৰীৰ ৰপ্তানিকাৰকসকলে প্ৰকাশ কৰিছে যে ‘বন্দৰ আব্বাছ’ত হাজাৰ হাজাৰ কণ্টেইনাৰ আৱদ্ধ হৈ আছে। বাসমতী ৰপ্তানিকাৰক শ্বোভিতে কয় যে, ইৰাণ বিশ্বৰ সৰ্ববৃহৎ বাসমতী আমদানিকাৰক। ‘বন্দৰ আব্বাছ’ৰ পৰা চাউল কেৱল ইৰাণলৈ যোৱাই নহয় মধ্য এছিয়াৰ কেইবাখনো দেশলৈও ট্ৰেনজিট হয়। এই বছৰ ইৰাণে পাকিস্তানৰ পৰিৱৰ্তে ভাৰতৰ পৰা পোনপটীয়াকৈ আফগানিস্তানলৈ জাহাজ চলাই আহিছে।

তেওঁ বুজাই দিছে যে, ‘বন্দৰ আব্বাছ’ত মুঠ ১০,০০০-১১,০০০ কুইণ্টল আৰু ভাৰতীয় বন্দৰত ১৮,০০০-২০,০০০ কুইণ্টল আৱদ্ধ হৈ আছে। পূৰ্বতে প্ৰতিটো কণ্টেইনাৰৰ চাৰ্জ আছিল ৫০০ ডলাৰ, কিন্তু এতিয়া যুদ্ধৰ বাবে এইয়া বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

‘বন্দৰ আব্বাছ পোৰ্ট’লৈ ৰপ্তানি পুনৰ আৰম্ভ নকৰিলে সমগ্ৰ উদ্যোগটোৰ পতন ঘটিব পাৰে বুলি ৰপ্তানিকাৰকসকলে সকীয়াই দিছে। শ্বোভিতে কয় যে, চৌদি আৰব, ইৰাণ, ইৰাকলৈ যোগান বন্ধ হ’লে ভাৰতৰ মজুত বৃদ্ধি পাব আৰু দাম কমি যাব। উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাবৰ দৰে ৰাজ্যই আটাইতকৈ বেছি প্ৰভাৱিত হ’ব। কৃষকে পানীৰ দামো নাপাব।

‘বন্দৰ আব্বাছ’ত আৱদ্ধ হৈ থকা সামগ্ৰীৰ ওপৰত ডিমাৰেজ আৰু অতিৰিক্ত চাৰ্জ ৰেহাই দিবলৈ আৰু সকাহৰ পেকেজ দিবলৈ চৰকাৰক আহ্বান জনোৱা হৈছে। যুদ্ধ চলি থাকিলে ডলাৰৰ উপাৰ্জন বন্ধ হৈ যাব, তেলৰ দাম বৃদ্ধি পাব, মুদ্ৰাস্ফীতিও বৃদ্ধি পাব। ৰপ্তানিকাৰকসকলে আশা কৰিছে যে, দ্ৰুত কূটনৈতিক ব্যৱস্থাই এই বৃহৎ বজাৰখনক ৰক্ষা কৰিব পাৰিব। অন্যথা বাসমতিৰ বাবে এই গুৰুত্বপূৰ্ণ পথটো দীৰ্ঘদিন ধৰি বন্ধ হ’ব পাৰে, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ভাৰতত মুদ্ৰাস্ফীতিৰ ৰূপত দেখা যাব।

Tags: basmati riceExportIranWar

Related Posts

১৯ মাৰ্চত ধুৰন্ধৰ ২ ৰ সৈতে  হ’ব ডাঙৰ ধামাকা! শ্বাহিদ-কৃতি আৰু ৰিতেশ-জেনেলিয়াৰ ছবিৰো মুকলি হ’ব…
Top News

১৯ মাৰ্চত ধুৰন্ধৰ ২ ৰ সৈতে হ’ব ডাঙৰ ধামাকা! শ্বাহিদ-কৃতি আৰু ৰিতেশ-জেনেলিয়াৰ ছবিৰো মুকলি হ’ব…

March 7, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

বছৰ বছৰ ধৰি মিছাইল চহৰ নিৰ্মাণ ইৰানৰ! তেহৰানে সলনি কৰিলে নিজৰ ৰণনীতি

March 7, 2026
গ্ৰীষ্মকালত যদি আপোনাৰো হাতত টেনিং হৈছে, তেন্তে গ্ৰহণ কৰক এই ৫ ঘৰুৱা উপায়

T20 World Cup 2026ৰ পুৰস্কাৰৰ ধনৰাশিৰ তালিকা প্ৰকাশ;  জানক কিমান টকা লাভ কৰিব বিজয়ী আৰু ছুপাৰ ৮ দলে…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

১৯ মাৰ্চত ধুৰন্ধৰ ২ ৰ সৈতে হ’ব ডাঙৰ ধামাকা! শ্বাহিদ-কৃতি আৰু ৰিতেশ-জেনেলিয়াৰ ছবিৰো মুকলি হ’ব…

বছৰ বছৰ ধৰি মিছাইল চহৰ নিৰ্মাণ ইৰানৰ! তেহৰানে সলনি কৰিলে নিজৰ ৰণনীতি

গ্ৰীষ্মকালত যদি আপোনাৰো হাতত টেনিং হৈছে, তেন্তে গ্ৰহণ কৰক এই ৫ ঘৰুৱা উপায়

ভাৰতৰ বাসমতী চাউল ৰপ্তানিত গভীৰ সংকট! আমেৰিকা, ইজৰাইল-ইৰাণৰ যুদ্ধই বন্ধ কৰি দিলে বন্দৰ আব্বাছ পোৰ্ট

T20 World Cup 2026ৰ পুৰস্কাৰৰ ধনৰাশিৰ তালিকা প্ৰকাশ; জানক কিমান টকা লাভ কৰিব বিজয়ী আৰু ছুপাৰ ৮ দলে…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025