• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নতুন ৰণনীতি: অসম আৰু কেৰালাত ৰাহুল-খৰ্গেৰ বৈঠক

Nation NE by Nation NE
February 27, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নতুন ৰণনীতি: অসম আৰু কেৰালাত ৰাহুল-খৰ্গেৰ বৈঠক
Share on FacebookShare on TwitterWhatsApp

২০২৬ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া ৪খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি ইতিমধ্যে কংগ্ৰেছে আৰম্ভ কৰিছে। এই সন্দৰ্ভত কংগ্ৰেছ হাইকমাণ্ডে নিৰ্বাচনী ৰাজ্যসমূহৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে বৈঠকৰ আহ্বান কৰিছে।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীয়ে ২৭ আৰু ২৮ ফেব্ৰুৱাৰীত অসমৰ দলৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হ’ব।

অসমত বিজেপি আৰু কেৰালাত বাওঁ মঞ্চৰ হাতত একেৰাহে দ্বিতীয়বাৰৰ বাবে বিধানসভা নিৰ্বাচনত পৰাস্ত হৈছে কংগ্ৰেছ। এনে পৰিস্থিতিত দুয়োখন ৰাজ্যতে পুনৰ প্ৰত্যাৱৰ্তন কৰাটো কংগ্ৰেছৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান।

২০২১ চনত কেৰালাত প্ৰতি ৫ বছৰৰ মূৰে মূৰে চৰকাৰ সলনি কৰাৰ পৰম্পৰা ভংগ কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে পিনাৰায়ী বিজয়নে জয়লাভ কৰিছিল।

শশী থাৰুৰৰ বিদ্ৰোহী মনোভাৱৰ বাবেই কেৰালাত দলীয়তাবাদৰ সমস্যাৰ সন্মুখীন হোৱাত বিগত কিছুদিনত কংগ্ৰেছৰ অশান্তি বৃদ্ধি হৈছে। এক সূত্ৰ অনুসৰি, থাৰুৰে পক্ষ সলনি কৰিবলৈ যোৱা নাই যদিও নিৰ্বাচনী বৰ্ষৰ প্ৰতি লক্ষ্য ৰাখি দলত তেওঁৰ গুৰুত্ব বৃদ্ধি হোৱাটো বিচাৰে। এই সন্দৰ্ভত বিগত কিছুদিনত তেওঁ ৰাহুল গান্ধীৰ সৈতেও মিলিত হয়। অনুমান কৰা হৈছে যে, থাৰুৰে কেৰালাত মুখ্যমন্ত্ৰীৰ চকীখনৰ ওপৰত চকু নিৱদ্ধ কৰি ৰাখিছে, যাৰ বাবে ইতিমধ্যে বহু প্ৰতিদ্বন্দ্বী আছে।

আনহাতে, অসমত বিজেপিৰ ফায়াৰব্ৰেণ্ড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কংগ্ৰেছ। কংগ্ৰেছে তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে যদিও দলৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল সাংসদ গৌৰৱ গগৈক আগুৱাই লৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগে নেকি?

বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে মুছলমান নেতা বদৰুদ্দিন আজমলৰ দল AIUDFৰ সৈতে মিত্ৰতা কৰিছিল যদিও এইবাৰ কংগ্ৰেছে আঞ্চলিক দলৰ সৈতে ফ্ৰণ্ট গঠন কৰিছে।

অসম, কেৰালা আৰু বিহাৰৰ পাছতো তামিলনাডু, পুডুচেৰী আৰু পশ্চিমবংগ সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰত্যক্ষ যুঁজ দি আছে, আনহাতে তামিলনাডুত কংগ্ৰেছ ডি এম কেৰ ওপৰত নিৰ্ভৰশীল। এতিয়া এই নিৰ্বাচনৰ বাবে কংগ্ৰেছে কি কৌশল ৰচনা কৰে, তাকে লৈ সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে।

Tags: #AssamElectionKARALA

Related Posts

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Top News

March 13, 2026
আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026
‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

March 12, 2026

শীৰ্ষ সংবাদ

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

‘কোম্পানীবোৰে কিয় মোবাইল ছিমৰ ৰিচাৰ্ছ ২৮ দিনলৈ দিয়ে?’, টেলিকম কোম্পানীসমূহৰ বিৰুদ্ধে সৰৱ সাংসদ ৰাঘৱ চড্ডা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025