• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, February 2, 2026
20 °c
Guwahati
21 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ধেমালিতে স্বামীয়ে পত্নীক ক’লে ‘বান্দৰী’ বুলি; খঙত পত্নীয়ে কৰিলে ভয়ংকৰ কাণ্ড, জানক সৱিশেষ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    দিল্লী কাণ্ডক সমৰ্থন কৰা প্ৰতিজন লোক যাব লাগিব জে’ললৈ

    ‘সকলো সমস্যাৰ সমাধান হৈ যাব’, মিঞাৰ প্ৰসংগত পুনৰ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নতুন আইনৰ ভিত্তিত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত বাচনি

Nation NE by Nation NE
February 18, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নতুন আইনৰ ভিত্তিত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত বাচনি
Share on FacebookShare on TwitterWhatsApp

দেশৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে জ্ঞানেশ কুমাৰে নিযুক্তি লাভ কৰিছে। ১৮ ফেব্ৰুৱাৰীত ৰাজীৱ কুমাৰৰ পদত্যাগৰ পাছতেই দায়িত্বভাৰ গ্ৰহণ কৰিব জ্ঞানেশ কুমাৰে।

১৯ ফেব্ৰুৱাৰীত দেশৰ নিৰ্বাচন আয়ুক্তৰ পদ গ্ৰহণ কৰাৰ পাছতে জ্ঞানেশ কুমাৰৰ কাৰ্যকাল ২০২৯ চনৰ ২৬ জানুৱাৰীলৈ থাকিব। ইতিমধ্যে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰা হৈছে । ইয়াত কোৱা হৈছে যে, মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত আইন-২০২৩ৰ ধাৰা ৪ৰ ক্ষমতা প্ৰয়োগ কৰি ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিছে। বৰ্তমান জ্ঞানেশ কুমাৰৰ ঠাইত নিৰ্বাচন আয়ক্ত হ’ব ড০ বিবেক যোশী।

মাৰ্চ মাহৰ পৰা তেওঁ নিৰ্বাচন আয়ুক্তৰ পদত অধিষ্ঠিত হৈ আহিছে। ইয়াৰ মাজতে জ্ঞানেশ কুমাৰক দেশৰ ৰাষ্ট্ৰপতিয়ে পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰে। নতুন আইনৰ ভিত্তিত বাচনি কৰা জ্ঞানেশ কুমাৰ হৈছে দেশৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচন আয়ুক্ত।

নতুন আইনৰ ভিত্তিত এইবাৰ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত বাচনি কৰা হৈছে । এই আইন অনুসৰি মুখ্য নিৰ্বাচন আয়ুক্ত বাচনিৰ সময়ত প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ  দলপতি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সহমতিৰ প্ৰয়োজন হয়। এক কথাত, এইবাৰ মুখ্য নিৰ্বাচন আয়ুক্ত নিৰ্বাচনৰ সময়ত এইবাৰ অমিত শ্বাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠিত তিনিজনীয়া বাছনি সমিতিখনে জ্ঞানেশ কুমাৰৰ নাম সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায় আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে অনুমোদন জনায়।

ইফালে কেৰালা কেডাৰৰ ১৯৮৮ বেচৰ আই এ এছ বিষয়া জ্ঞানেশ কুমাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অংশ আছিল। ২০১৯ চনত জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বিলুপ্ত কৰা বিধেয়কখনৰ খচৰা প্ৰস্তুত কৰাত সহায় কৰিছিল।

২০২২ চনৰ মে’ মাহৰ পৰা অমিত শ্বাহ নেতৃত্বাধীন মন্ত্ৰালয়ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল তেওঁ।

গৃহ মন্ত্ৰণালয়ত কাম কৰাৰ পাঁচ বছৰৰ অভিজ্ঞতা আছে। ইয়াৰ পূৰ্বে ২০১৬ চনৰ মে’ মাহৰ পৰা ২০১৮ চনৰ ছেপ্টেম্বৰ মাহলৈ যুটীয়া সচিব আৰু তাৰ পিছত ২০১৮ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২১ চনৰ এপ্ৰিললৈকে অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ত্ৰিগুণ তালাক বিলুপ্তিৰ সৈতে জড়িত খচৰা প্ৰস্তুত সমিতিতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

গৃহ মন্ত্ৰালয়ত অতিৰিক্ত সম্পাদকৰ পদত অধিষ্ঠিত হৈ থকাৰ সময়তে অযোধ্যাৰ ৰাম মন্দিৰৰ সৈতে জড়িত গোচৰৰ উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত আনুষংগিক নথি-পত্ৰ চম্ভালাৰ দায়িত্বও লৈ আহিছে।

সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে যোৱা বছৰ তেওঁ সহযোগিতা মন্ত্ৰালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

Tags: CECElection CommissionIndia

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 1, 2026
মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

January 31, 2026
“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

January 31, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

January 31, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

মহাশিৱৰাত্ৰি উপলক্ষে ৩০০ গৰাকী বিশেষভাৱে সক্ষম কন্যাৰ বিবাহ, ক’ত আছে এই বিশেষ ধাম?

“মিডনাইট হামাৰ”ৰ দৰে ভয়ংকৰ অভিযানৰ বাবে সাজু! ইৰাণত সুৰক্ষা প্ৰদানৰ অৰ্থে ১০০০খন ড্ৰ’ন নিয়োগ

ইণ্ডোনেছিয়াৰ এক দম্পতীক ৰাজহুৱাভাৱে ভয়ানক শাস্তি, কি দোষৰ বাবে এই শাস্তিৰ সন্মুখীন এওঁলোক?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025