• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, February 8, 2026
21 °c
Guwahati
21 ° Tue
22 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

    ‘জুবিনক সকলোৱে শেষবাৰৰ বাবে চাম…’, সামাজিক মাধ্যমৰ জৰিয়তে বিশেষ আহ্বান গৰিমা গাৰ্গৰ

    য়’টত উঠাৰ পূৰ্বে জুবিন গাৰ্গৰ মুখত নাছিল সুৰাৰ গোন্ধ! পোহৰলৈ আহিছে এক ডাঙৰ খবৰ

    ন-কইনাক আনিবলৈ যোৱা বৰযাত্ৰীৰ বাহনৰ সৈতে শোকাৱহ ঘটনা, থিতাতে নিহত দৰাৰ ককায়েক আৰু মোমায়েক

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা গাৰ্লোছাৰ বিৰুদ্ধে এজাহাৰ দাখিল

Nation NE by Nation NE
January 11, 2025
in Top News, অসম
0 0
দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা গাৰ্লোছাৰ বিৰুদ্ধে এজাহাৰ দাখিল
Share on FacebookShare on TwitterWhatsApp

ডিমা হাছাওৰ উমৰাংছ’ৰ তিনি কিলো কয়লাখনিত সংঘটিত ভয়ংকৰ ঘটনাটোত আৱদ্ধ হৈ পৰা শ্ৰমিকক আজিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। উদ্ধাৰকাৰী দলে এই পৰ্যন্ত চাৰিজন শ্ৰমিকৰহে দেহ উদ্ধাৰ কৰিছে।

কয়লা খনিটোত আৰু কিমানজন শ্ৰমিক আৱদ্ধ হৈ আছে তাৰ নিৰ্দিষ্ট তথ্য চৰকাৰৰ হাতত নাই যদিও এ ডি আৰ এফ, এছ ডি আৰ এফৰ লগতে বহিঃৰাজ্যৰ পৰা অহা বিশেষজ্ঞৰ দলে নিৰবচ্ছিন্নভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

এই কয়লাখনিটোত ঘটা অঘটনৰ পিছৰে পৰা ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কেনেদৰে খনন কাৰ্য চলাই আছে তাক লৈ প্ৰশ্ন উত্থাপন কৰে।

বিৰোধী দলসমূহে উমৰাংছ’ত থকা কয়লাখনিসমূহত অবৈধভাৱে খনন চলাই থকাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ডিমা হাছাওৰ ৰাজপথত হাজাৰ-হাজাৰ বিজেপি নেতা-কৰ্মীয়ে ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ।

এই প্ৰতিবাদৰ কাৰণ দেৱলাল গাৰ্লোছা। অভিযোগ উঠিছে ডিমা হাছাওত চলি থকা অবৈধ কয়লা খনন। আৰু এই অবৈধ কয়লাক লৈ গঢ়ি উঠা ভয়ংকৰ ছিণ্ডিকেটৰ আঁৰৰ মূল ব্যক্তিজন স্বয়ং উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা আৰু তেওঁৰ পত্নী মণিকা গাৰ্লোছা বুলি খোদ বিজেপিৰ নেতা-কৰ্মীয়ে অভিযোগ উত্থাপন কৰিছে।

ৰাজ্য জোঁকাৰি যোৱা এই ঘটনাৰ পিছত গাৰ্লোছা সম্পতিৰ বিৰুদ্ধে উমৰাংছ’ থানাত গোচৰ ৰুজু হৈছে। ইয়াৰ সমান্তৰালকৈ নেচনেল গ্ৰীণ ট্ৰিবিউনেলতো সুকীয়াকৈ গোচৰ ৰুজু কৰিছে গাৰ্লোছা দম্পতিৰ বিৰুদ্ধে।

ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰি দীৰ্ঘবছৰ ধৰি অবৈধভাৱে ৰেট-হ’ল মাইনিং চলাই নিয়া গাৰ্লোছা দম্পতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে।

উমৰাংছ’ থানাৰ লগতে নেচনেল গ্ৰীণ ট্ৰিবিউনেলত দাখিল কৰা এজাহাৰত দেৱলাল গাৰ্লোছাৰ পত্নী কণিকা গাৰ্লোছা আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায়।

Tags: Coal MiningDebolal GorlosaKanika Garlosa

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

February 7, 2026
ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ
Top News

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ

February 7, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

February 7, 2026
আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…
Top News

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

February 6, 2026
এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

ঔষধৰ পৰা হীৰালৈকে, কি কি সামগ্ৰীত শুল্ক হ্ৰাস কৰিলে আমেৰিকাই?

ট্ৰাম্পলৈ প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ ইৰাণৰ! বৰ্ধিত উত্তেজনাৰ মাজতে ইৰাণৰ বিপজ্জনক খোৰামশ্বহৰ-৪ বেলিষ্টিক মিছাইল নিয়োগ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আঁতৰিব লাগিব সকলো বেদখলকাৰী, পুনৰ ১০০০ৰো অধিক পৰিয়াললৈ উচ্ছেদৰ জাননী…

এইবাৰ মহিলাই চলাব মটৰচাইকেল! প্ৰতিবাদৰ মাজতে প্ৰদান অধিকাৰ, সলনি হ’ল আইন…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025