• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
31 °c
Guwahati
30 ° Thu
31 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      অসমৰ ভাৰত-ভূটান সীমান্তত মুকলি সংহত চেক পোষ্ট

      Nation NE by Nation NE
      November 7, 2024
      in Top News, অসম, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      অসমৰ ভাৰত-ভূটান সীমান্তত মুকলি সংহত চেক পোষ্ট
      Share on FacebookShare on TwitterWhatsApp

      অসমৰ ভাৰত-ভূটান সীমান্তত আৰম্ভ হৈছে প্ৰথমটো সংহত চেক পোষ্ট। এই চেক পোষ্টটো অসমৰ দৰঙাত নিৰ্মাণ কৰা হৈছে। ভাৰত-ভূটান সীমান্তত নিৰ্মিত এইটোৱেই হৈছে প্ৰথমটো সংহত চেক পোষ্ট।

      এই চেক পোষ্টটো নিৰ্মাণে দুয়োখন দেশৰ মাজত বাণিজ্যিক ক্ষেত্ৰত যথেষ্ট লাভৱান হ’ব বুলি আশা কৰা হৈছে। বৃহস্পতিবাৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু ভূটানৰ প্ৰধানমন্ত্ৰী দশো ছেৰিং টবগাই এই চেক পোষ্টটো উদ্বোধন কৰে।

      দৰঙাৰ পৰা আৰম্ভ হোৱা এই সংহত চেক পোষ্ট ১৪.৫ একৰ এলেকাত বিস্তৃত আৰু ভাৰত-ভূটান সীমান্তৰ ভিতৰত ৭০০ মিটাৰ ভিতৰত অৱস্থিত। এই চেক পোষ্টত অফিচ, পাৰ্কিং স্থান, লোডিং এণ্ড আনলোডিং এৰিয়া, ওজন ব্যৱস্থা, গুদাম আৰু চেক পোষ্টত কাম কৰা বিষয়াসকলৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছে।

      এই সংহত চেক পোষ্টটো ভূমি বন্দৰ কৰ্তৃপক্ষই প্ৰস্তুত কৰিছে। এই চেক পোষ্টত লাগেজ চেক আদিৰ ব্যৱস্থাও কৰা হৈছে। দৰঙাত অৱস্থিত এই চেক পোষ্টটো এনে এটা ঠাইত নিৰ্মাণ কৰা হৈছে য’ৰ পৰা দুয়োখন দেশৰ মাজত সংযোগ অতি উন্নত।

      ভাৰতৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই চেকপোষ্টৰ সৈতে সংযুক্ত হৈ থকাৰ বিপৰীতে ভূটান ফালে সমদ্ৰুপ-ড্জংখাৰ ঘাইপথও আছে।

      উল্লেখ্য যে, ভাৰত ভূটানৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২২-২৩ বৰ্ষত ভাৰত আৰু ভূটানৰ মাজত বাণিজ্য ১৬০ কোটি ডলাৰ হ’ব আৰু এয়া ভূটানৰ মুঠ বাণিজ্যৰ ৭৩ শতাংশ।

      ভাৰতে ভূটানলৈ পেট্ৰ’ল-ডিজেল, যাত্ৰীবাহী গাড়ী, চাউল, মোবাইল ফোন, সৰিয়হৰ তেল, মটৰ পাৰ্টছ, ইলেক্ট্ৰিক জেনেৰেটৰ, সামগ্ৰীৰ বাহন আদি ৰপ্তানি কৰে। ভাৰতে ভূটানৰ পৰা ফেৰ’-চিলিকন, ফেৰ’-চিলিকন মেগনেছিয়াম, ইলাচি, আইৰন-ষ্টীলৰ সামগ্ৰী আদি ক্ৰয় কৰে।

      Tags: #AssamIndia Bhutan BorderIntegrated Check Post

      Related Posts

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ
      Top News

      July 23, 2025
      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…
      Top News

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

      July 23, 2025
      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি
      Top News

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      July 23, 2025

      শীৰ্ষ সংবাদ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist