• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
18 ° Wed
18 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১৫ বছৰত ১৫,৫৬৪ গৰাকী ভাৰতীয়ক আমেৰিকাৰ পৰা বিতাড়ন; লোকসভাত এই তথ্য বিদেশ মন্ত্ৰালয়ৰ

Nation NE by Nation NE
March 21, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
১৫ বছৰত ১৫,৫৬৪ গৰাকী ভাৰতীয়ক আমেৰিকাৰ পৰা বিতাড়ন; লোকসভাত এই তথ্য বিদেশ মন্ত্ৰালয়ৰ

ফাইল ছবি

Share on FacebookShare on TwitterWhatsApp

অবৈধভাৱে বসবাস কৰি থকা ভাৰতীয় নাগৰিকক আমেৰিকাৰ পৰা বিতাড়িত কৰা কোনো নতুন কথা নহয়। বিগত কেইবা বছৰ ধৰি আমেৰিকা চৰকাৰে এইধৰণৰ লোকক নিজৰ দেশৰ পৰা বিতাড়ন কৰি আছে আৰু এই সংখ্যা কেইবা হাজাৰ। আজি বিদেশ মন্ত্ৰালয়ে লোকসভাত এই মন্তব্য কৰে।

বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি এয়া শেহতীয়া প্ৰক্ৰিয়া নহয়। আমেৰিকাই দীৰ্ঘদিন ধৰি অবৈধভাৱে বাস কৰা লোকসকলক বিতাড়িত কৰি আহিছে। মন্ত্ৰালয়ে ২০০৯ চনৰ পৰা ২০২৫ চনলৈকে বিতাড়ণৰ তথ্য প্ৰকাশ কৰি জানিব দিয়ে যে, ২০০৯ চনৰ পৰা ২০২৪ চনৰ শেষলৈকে ১৫,৫৬৪ ভাৰতীয়ক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে। ২০২৫ চনত এতিয়ালৈকে (মাৰ্চ পৰ্যন্ত) ৩৮৮ জন ভাৰতীয়ক আমেৰিকাৰ উভতাই পঠিওৱা হৈছে।

কি পৰিস্থিতিত বিতাড়ন কৰা হয়?

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে কোনো দেশত অবৈধভাৱে প্ৰৱেশ কৰা আৰু ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো তাত থকা ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰত বিতাড়ন প্ৰযোজ্য হ’ব পাৰে। কোনো বৈধ নথি-পত্ৰ নোহোৱাকৈ বিদেশী ভূমিত বাস কৰা বা যাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ পঞ্জীয়ন কৰা হয়।

ইয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি প্ৰতিখন দেশেই নিজৰ অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই লোৱাৰ বাধ্যবাধকতা আছে। কিন্তু নেশ্যনেলিটি পৰীক্ষণৰ পাছতহে এই প্রক্রিয়া সম্পূর্ণ হয়।

উল্লেখ্য যে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ক্ষমতালৈ অহাৰ পিছত আমেৰিকাত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা তীব্ৰতৰ হৈ পৰে। বৃহৎ সংখ্যক অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বহিষ্কাৰ কৰা হয়।

Tags: AmericaDeportationForeign MinistryUSA

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025