• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 21, 2026
22 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আনুষ্ঠানিভাৱে গেৰুৱা বসন পৰিধান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে, শিৰত ধাৰণ কৰিলে বিজেপিৰ গেৰুৱা টুপী

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ফ্ৰান্সত চৰকাৰৰ বিৰুদ্ধে ডাঙৰ প্ৰতিবাদ, ৰাজপথত অগ্নিসংযোগ আৰু ভাঙি-ছিঙি শেষ সকলো…

Nation NE by Nation NE
September 11, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ফ্ৰান্সত চৰকাৰৰ বিৰুদ্ধে ডাঙৰ প্ৰতিবাদ, ৰাজপথত অগ্নিসংযোগ আৰু ভাঙি-ছিঙি শেষ সকলো…
Share on FacebookShare on TwitterWhatsApp

নেপালৰ পিছত এতিয়া ফ্ৰান্সৰ ৰাজপথত চৰকাৰৰ বিৰুদ্ধে মানুহৰ ক্ষোভ দেখা গৈছে। জনসাধাৰণে ৰাষ্ট্ৰত উঠি ইমানুৱেল মেক্ৰন চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজধানী পেৰিছত অগ্নিসংযোগ সংঘটিত হৈছে আৰু মানুহে আৰক্ষীক শিলগুটি নিক্ষেপ কৰিছে।

ফ্ৰান্সৰ জনসাধাৰণে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে কয় যে, মেক্ৰন চৰকাৰে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে একোৱেই কৰা নাই আৰু তেওঁলোকৰ আৰ্থিক ব্যৱস্থাপনা অতি দুৰ্বল হৈ পৰিছে।

ছ’চিয়েল মিডিয়াত ‘Block Everything’ৰ আহ্বানৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদসমূহ এতিয়া সংগঠিতভাৱে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে। হাজাৰ হাজাৰ আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা চলাইছে যদিও এই মুহূৰ্তত তেওঁলোকক নিয়ন্ত্ৰণ কৰিব পৰা নাই।

সমগ্ৰ ফ্ৰান্সতে প্ৰতিবাদ সাব্যস্ত কৰি যাতায়ত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আৱৰ্জনা পেলোৱা, ট্ৰায়াৰ জ্বলোৱাৰ লগতে বিভিন্ন স্থানত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। প্ৰতিবাদকাৰীসকলে প্ৰতিটো কাৰ্যকলাপ বন্ধ কৰাৰ চেষ্টা চলাইছে।

বিষয়াসকলে জনোৱা মতে, দেশজুৰি নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে যাতে সকলো অৱৰোধ অতি সোনকালে আঁতৰাব পৰা যায়। কোৱা হৈছে যে, কেইবা ডজন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি, দেশজোৰা প্ৰতিবাদৰ প্ৰাৰম্ভিক পৰ্যায়ত ফ্ৰান্সৰ গৃহমন্ত্ৰীয়ে প্ৰায় ২০০জনক গ্ৰেপ্তাৰ কৰাৰ কথা ঘোষণা কৰিছে।

Tags: FrancePRESIDENTSProtest

Related Posts

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত
Top News

March 20, 2026
ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!
Top News

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

March 20, 2026
পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ
Top News

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

March 20, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 20, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 20, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

March 20, 2026

শীৰ্ষ সংবাদ

লেবাননত লাইভ ৰিপ’ৰ্টৰ সময়ত ইজৰাইলী মিছাইলৰ আক্ৰমণ; দুজনকৈ সাংবাদিক আহত

ইউনুছ চৰকাৰৰ শাসনৰ অন্ত পৰাৰ পিছত উন্নত হ’বলৈ আৰম্ভ ভাৰত-বাংলাদেশ সম্পৰ্ক!

পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025