• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
23 °c
Guwahati
22 ° Sun
22 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমিনগাঁৱত মুন্নাভাইৰূপী চিকিৎসক; স্থানীয় লোকৰ মাজত চাঞ্চল্য

Nation NE by Nation NE
September 4, 2024
in Top News, অসম
0 0
আমিনগাঁৱত মুন্নাভাইৰূপী চিকিৎসক; স্থানীয় লোকৰ মাজত চাঞ্চল্য
Share on FacebookShare on TwitterWhatsApp

আমিনগাঁও আয়ুক্ত কাৰ্যালয়ৰ নাতি দূৰৈত বিগত ২৫ বছৰৰ পৰা এগৰাকী ভুৱা ডিগ্ৰীধাৰী চিকিৎসকে চিকিৎসা চলাই অহাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

জানিব পৰা অনুসৰি নিজকে পাইলছ আৰু ফিচতুলাৰ বিশেষজ্ঞ বুলি পৰিচয় দিয়া ভুৱা চিকিৎসক গৰাকীৰ শিক্ষাগত অৰ্হতা কেৱল মেট্ৰিক উত্তীর্ণ।

অঞ্চলটোত বিগত ২৫ বছৰ ধৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে এইগৰাকী স্বয়ম্ভু চিকিৎসকগৰাকীয়ে। তেওঁ নিজকে ডাঃ জি কীৰ্তানিয়া বুলি পৰিচয় দিয়ে।

কলিকতাৰ পৰা আহি আমিনগাঁও ডাকঘৰৰ সমীপত এখন নথি বিহিন ফাৰ্মাছীত বিভিন্ন ধৰণৰ চিকিৎসা কৰি আহিছে স্বয়ম্ভু চিকিৎসক গৰাকীয়ে।

আনকি অস্ত্ৰোপচাৰ পৰ্যন্ত কৰে বুলিও অভিযোগ আছে এইগৰাকী স্বয়ম্ভু চিকিৎসকে।

কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ফাৰ্মাছীৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰৰ পিছতেই পোহৰলৈ আহিছে এনে ধৰণৰ  স্বয়ম্ভু চিকিৎসকৰ কৰ্মকাণ্ড।

কাৰ ছত্ৰ ছায়াত গঢ়ি উঠিব পাৰিছে এনে ধৰণৰ নথি বিহীন ফাৰ্মাছী তথা ভুৱা চিকিৎসকৰ চিকিৎসা কেন্দ্ৰ সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন।

Tags: AmingaonFraud Doctor

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025