• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, March 17, 2026
22 °c
Guwahati
23 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কংগ্ৰেছত গৃহকন্দল! জ্যেষ্ঠ কংগ্ৰেছ সাংসদে কৰিব নেকি দলত্যাগ? মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

Nation NE by Nation NE
July 24, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী
Share on FacebookShare on TwitterWhatsApp

অৱশেষত ভাৰত আৰু ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত হ’ল ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি। এই চুক্তিৰ ফলত এতিয়াৰে পৰা দুয়োখন দেশৰ মাজত সামগ্ৰীৰ আদান-প্ৰদান আৰু ব্যৱসায়-বাণিজ্য অতি সহজ হৈ পৰিব।

দুয়োখন দেশৰ মাজত হোৱা এই চুক্তিৰ ফলত এতিয়া ভাৰতীয় বজাৰত বিদেশী সামগ্ৰীৰ মূল্য যথেষ্ট পৰিমানে হ্ৰাস পাব। আনহাতে ভাৰতৰ পৰা ৰপ্তানিৰ ক্ষেত্ৰত যথেষ্ট লাভান্বিত হোৱাৰো সম্ভাৱনা আছে। দুয়োখন দেশৰ ব্যৱসায়ী আৰু বিশেষজ্ঞসকলে এই চুক্তিক আদৰণি জনাইছে।

এই উপলক্ষে সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টাৰ্মাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ঐতিহাসিক দ্বিপাক্ষিক আলোচনাৰ সময়ত স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিকো প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমাৰ গ্ৰাহকৰ বাবে এয়া ভাল চুক্তি, কিয়নো ইয়াৰ ফলত কাপোৰ আৰু জোতাৰ দাম হ্ৰাস পাব। ইয়াৰ লগতে ভাৰতৰ সাগৰীয় খাদ্যই ব্ৰিটেইনৰ বজাৰত নতুন সুযোগ লাভ কৰিব। এই চুক্তি ভাৰতৰ প্ৰতিটো শ্ৰেণীৰ বাবে লাভজনক হ’ব। এই চুক্তিৰ দ্বাৰা ব্ৰিটেইনৰ অৰ্থনীতি লাভৱান হ’ব আৰু ভাৰতৰ বিনিয়োগো বৃদ্ধি পাব। এই চুক্তিসমূহে বিশ্বৰ স্থিতিশীলতাও শক্তিশালী কৰিব। এতিয়া ব্ৰিটেইনৰ সামগ্ৰী কম দামত উপলব্ধ হ’ব।’

উল্লেখ্য যে, ভাৰত-ব্ৰিটেইনৰ চুক্তিৰ পিছত ৰেহাই মূল্যত চামৰা, জোতা, অটো পাৰ্টছ, সাগৰীয় খাদ্য, খেলনা সামগ্ৰী আৰু কাপোৰৰ ৰপ্তানি সম্ভৱ হ’ব, যাৰ বাবে এইবোৰ সামগ্ৰী ব্ৰিটেইনৰ জনসাধাৰণৰ বাবে সস্তাতে উপলব্ধ হ’ব। ইয়াৰ সমান্তৰালকৈ ব্ৰিটেইনৰ পৰা অহা সামগ্ৰীৰ আমদানিও সস্তা হ’ব, যাৰ বাবে ভাৰতীয়ই কম মূল্যত সামগ্ৰী লাভ কৰিব।

এই চুক্তিৰ ফলত ভাৰতীয় বজাৰত সস্তা হ’বলগীয়া সামগ্ৰী

হুইস্কী (সুৰা), চকলেট, বিস্কুট, ছালমন ফিছ, প্ৰশাধন সামগ্ৰী, মেডিকেল সামগ্ৰী, বিলাসী বাহন।

মুক্ত বাণিজ্য চুক্তি অনুসৰি ভাৰতীয় বস্ত্ৰজাত সামগ্ৰীৰ ওপৰত ১২% শুল্ক শূন্যলৈ হ্ৰাস কৰিব ব্ৰিটেইনে। কেৱল এয়াই নহয়, অভিযান্ত্ৰিক সামগ্ৰীৰ ওপৰত ১৮% শুল্কও সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হ’ব।

Tags: BritainFree Trade AgreementIndiaUnited Kingdom

Related Posts

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
Top News

March 17, 2026
শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 17, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 17, 2026

শীৰ্ষ সংবাদ

কাবুল হাস্পতালত ৪০৮ জনৰ প্ৰাণহানি, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

শাসক পৰিৱৰ্তনৰ মাজতে ইৰাণৰ ডাঙৰ ৰহস্য ভেদ! আক্ৰমণৰ পূৰ্বে বাসগৃহ ত্যাগ মোজতাবা খামেনেইৰ

ৰমজানত মাহতেই ১৬ দিন ধৰি বন্ধ আল-আকছা মছজিদ, ইজৰাইলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ মুছলমান দেশ

মধ্যপ্ৰাচ্যৰ যুদ্ধই জ্ব*লা*লে ডুবাই! স্থবিৰ হৈ পৰিল পৰ্যটন, গুগল আৰু মাইক্ৰ’ছফ্টৰ দৰে MNCত প্ৰভাৱ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025