• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
22 °c
Guwahati
22 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

তৃষাৰ অভিলেখ; মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ব টি-২০ বিশ্বকাপত এই অভিলেখ গঢ়া প্ৰথমগৰাকী ক্ৰিকেটাৰ

Nation NE by Nation NE
January 28, 2025
in Top News, ক্ৰীড়া
0 0
তৃষাৰ অভিলেখ; মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ব টি-২০ বিশ্বকাপত এই অভিলেখ গঢ়া প্ৰথমগৰাকী ক্ৰিকেটাৰ
Share on FacebookShare on TwitterWhatsApp

মালয়েছিয়াত চলি থকা মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ব টি-২০ বিশ্বকাপৰ আজি এখন গুৰুত্বপূৰ্ণ মেচত স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে ভাৰত। এই মেচখনত ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত ২০ অভাৰত এটা উইকেটৰ বিনিময়ত ২০৮ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে।

ভাৰতীয় দলৰ অপেনাৰ গোংগাদী তৃষাই শতকীয় ইনিংছেৰে ইতিহাস ৰচিবলৈ সক্ষম হয়। আজিলৈকে মহিলা অনূৰ্ধ্ব টি-২০ বিশ্বকাপত কোনো ক্ৰিকেটাৰে শতকীয় ইনিংছ খেলিব পৰা নাছিল।

গোংগাদী তৃষাৰ আছিল কেৰিয়াৰৰ এইটো প্ৰথম শতক। ইয়াৰ উপৰি মহিলাৰ ১৯ বছৰ অনূৰ্ধ্ব টি-২০ বিশ্বকাপত শতক অৰ্জন কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে। ১৭.৬ অভাৰত এই কৃতিত্ব অৰ্জন কৰে। ৫৩ বলত শতক সম্পূৰ্ণ কৰে তৃষাই।

উল্লেখ্য যে, প্ৰথম উইকেটত ১৪৭ ৰানৰ পাৰ্টনাৰশ্বিপ আগবঢ়াই গংগাদী তৃষা আৰু কমলিনী গুনালনই। ৪২টা বলত ৫১ ৰান সংগ্ৰহ কৰি আউট হয় কমলিনী। ইয়াৰ পিছত ছানিকা চালকেৰ সৈতে ৬১ ৰান সংযোজন কৰে। ২০টা বলত ২৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয় ছানিকা। গোংগাদী তৃষাই ১৮৬.৪৪ ষ্ট্ৰাইক ৰেটত ৫৯টা বলত ১১০ ৰান সংগ্ৰহ কৰে। য’ত আছিল ১৩টা চাৰি আৰু ৪টা ছয়।

ইফালে স্কটলেণ্ড দলে বিশাল লক্ষ্য পিছা কৰিবলৈ আহি মাত্ৰ ৫৮ ৰানতে অলআউট হৈ লজ্জাজনক পৰাজয়বৰণ কৰে। ১৫০ ৰানৰ বিশাল ব্যৱধানত জয়ী হোৱা ভাৰতৰ হৈ আয়ুষী শুকলাই চাৰিটা, বৈষ্ণৱী শৰ্মাই তিনিটা আৰু গোংগাদী তৃষাই তিনিটা উইকেট লাভ কৰে। বেটে-বলে উজলি উঠা তৃষাই লাভ কৰে মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান।

Tags: Gongadi TrishaIndiaUnder 19 T20 World Cup

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025