• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পুখুৰীয়ে হ’ল কাল! গা ধুবলৈ গৈ সলিল সমাধি ঘটিল চাৰিটা শিশুৰ

Nation NE by Nation NE
March 16, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
পুখুৰীয়ে হ’ল কাল! গা ধুবলৈ গৈ সলিল সমাধি ঘটিল চাৰিটা শিশুৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

গুজৰাটৰ কচ্চ জিলাত শনিবাৰে বিয়লি সংঘটিত হয় এক মৰ্মান্তিক দুৰ্ঘটনা। এটা পুখুৰীত গা ধুবলৈ গৈ চাৰিটা শিশুৱে কৰুণ মৃত্যুক সাৱটি লয়। জানিব পৰা অনুসৰি এতিয়াও এটি শিশু সন্ধানহীন হৈ আছে। নিৰুদ্দেশ হৈ থকা শিশুটিৰ সন্ধান অব্যাহত আছে। ইফালে এই দুৰ্ঘটনাৰ তদন্তত ব্যস্ত আৰক্ষী আৰু স্থানীয় প্ৰশাসন।

দুধই থানাৰ এগৰাকী বিষয়াই জনোৱা মতে, শিশু কেইজনে গৰু চৰাবলৈ গৈছিল আৰু ইয়াৰ পিছত গৰমৰ পৰা সকাহ পাবলৈ ওচৰতে থকা এটা পুখুৰীত গা ধুবলৈ নামে। কিন্তু পুখুৰীটোৰ গভীৰতাত সোমাই যোৱা বাবে শিশু কেইটা ডুব যায়।

ইফালে সন্ধিয়ালৈকে শিশু কেইটা ঘৰলৈ উভতি নোযোৱাত তেওঁলোকৰ পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰিবলৈ আৰম্ভ কৰে। বহু চেষ্টাৰ পিছতো শিশুকেইটাক বিচাৰি নোপোৱাত পৰিয়ালৰ লোকে স্থানীয় প্ৰশাসন আৰু আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছত উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰে।

উদ্ধাৰ অভিযানৰ সময়ত পুখুৰীটোৰ পৰা উদ্ধাৰ কৰে চাৰিটা শিশুৰ মৃতদেহ। নিহত কেইজন হৈছে ইছমাইল (৮), উমৰ (১১), মুস্তাক (১৪) আৰু আছফাক (৯)। ইফালে, ১১ বছৰীয়া জাহিদ এতিয়াও সন্ধানহীন হৈ আছে আৰু তেওঁক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত আছে।

ইফালে, এইধৰণৰ দ’ খাৱৈ বা গভীৰ পানী থকা অঞ্চলসমূহলৈ যাতে কোনো শিশুকে অকলে নপঠিয়াই তাৰ বাবে স্থানীয় লোকসকলক আহ্বান জনাইছে আৰক্ষী-প্ৰশাসনে।

Tags: DrowningGujratTragic incident

Related Posts

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি
Top News

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

October 27, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

October 27, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

October 25, 2025

শীৰ্ষ সংবাদ

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025