• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চৰকাৰৰ তথ্য, ২০২৫ চনত কিমান সংখ্যক লোক যাব পাৰিব হজলৈ?

Nation NE by Nation NE
December 10, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
চৰকাৰৰ তথ্য, ২০২৫ চনত কিমান সংখ্যক লোক যাব পাৰিব হজলৈ?
Share on FacebookShare on TwitterWhatsApp

প্ৰত্যেক বছৰে ভাৰতৰ পৰা বৃহৎ সংখ্যক তীৰ্থযাত্ৰী ছৌদি আৰবলৈ গৈ হজলৈ যাত্ৰা কৰে। চৰকাৰে হজ কোটা সন্দৰ্ভত সংসদক জনাইছে যে, ২০২৫ বৰ্ষৰ বাবে ছৌদি আৰবে ১ লাখ ৭৫ হাজাৰ ২৫ জন ভাৰতীয় তীৰ্থযাত্ৰীৰ বাবে হজ কোটা নিৰ্ধাৰণ কৰিছে।

চৰকাৰে ৰাজ্যসভাত জনোৱা মতে, ছৌদি আৰবে ২০২৫ চনৰ বাবে ১,৭৫,০২৫ ভাৰতীয় তীৰ্থযাত্ৰীৰ হজ কোটা নিৰ্ধাৰণ কৰিছে, যিটো কোটা ভাৰতৰ হজ কমিটি আৰু হাজ গ্ৰুপ অৰ্গেনাইজাৰ (এইচ জি অ’)ৰ মাজত বিতৰণ কৰা হৈছে।

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে, ২০২৫ চনৰ কোটা ভাৰতৰ হজ কমিটি আৰু এইচ জি অ’ৰ মাজত ৭০:৩০ অনুপাতত ভাগ কৰা হ’ব। লগতে তেওঁ কয় যে, হজ ২০২৫ৰ বাবে এইচ জি অ’সমূহক আবণ্টিত হজ তীৰ্থযাত্ৰীৰ কোটা ভাৰতৰ মুঠ ১,৭৫,০২৫ জনৰ কোটাৰ ৩০ শতাংশ (৫২,৫০৭)। হজ কোটা আবণ্টন আৰু হজ গোটৰ সংগঠকসকলৰ সৈতে জড়িত চৰ্তসমূহ বিভিন্ন স্থল বাস্তৱতাক লক্ষ্য কৰি ভাৰত আৰু চৌদি আৰৱৰ মাজত হোৱা দ্বিপাক্ষিক চুক্তিৰ দ্বাৰা পৰিচালিত হয়।

লগতে কিৰেন ৰিজিজুৱে কয় যে, বিগত পাঁচ বছৰত হজ কমিটি আৰু হজ গ্ৰুপৰ মাজত ৭০:৩০ আৰু ৮০:২০ৰ ভিত্তিত কোটা বিতৰণ কৰা হৈছে। ২০২৪ আৰু ২০২৩ চনতো চৌদি আৰবে ১,৭৫,০২৫ জন ভাৰতীয় তীৰ্থযাত্ৰীৰ বাবে হজ কোটা নিৰ্ধাৰণ কৰিছিল। আনহাতে ২০১৯ চনত চৌদি আৰবে ভাৰতীয় তীৰ্থযাত্ৰীৰ কোটা বৃদ্ধি কৰি ২ লাখলৈ বৃদ্ধি কৰিছিল।

কিৰেন ৰিজিজুৱে কৈছিল, হজ প্ৰশাসনত কৰা অন্যতম ডাঙৰ সংস্কাৰ হৈছে ৪৫ বছৰ আৰু তাৰ ওপৰৰ মুছলমান মহিলাসকলক এল ডব্লিউ এম শ্ৰেণীৰ অধীনত মেহৰাম (ভাই, পিতৃ, স্বামী) অবিহনে হজ কৰিবলৈ দিয়া। ২০২৪ চনত সৰ্বকালৰ সৰ্বোচ্চ সংখ্যক ৪৫৫৮ গৰাকী মহিলাই এল ডব্লিউ এম শিতানৰ অধীনত হজ কৰিছিল আৰু হজ-২০২৫ চনত এল ডব্লিউ এমৰ বাবে হজক অধিক সুলভ কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হ’ব।

হজযাত্ৰা সন্দৰ্ভত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ইতিমধ্যে কৈছিল যে, ভাৰতৰ বৃহৎ সংখ্যক মুছলমান লোকে হজযাত্ৰা কৰিবলৈ যায়। এনে পৰিস্থিতিত হজ সন্দৰ্ভত সু-ব্যৱস্থা থকাটো উচিত। ছৌদি আৰবে প্ৰত্যেক বছৰে হজযাত্ৰীৰ বাবে কোটা জাৰি কৰে। দেশৰ মুছলমান জনসংখ্যা অনুসৰি ছৌদি আৰবে কোটা জাৰি কৰে। ছৌদি আৰবে যোৱা কেইবছৰমানৰ পৰা ভাৰতলৈ অহা তীৰ্থযাত্ৰীৰ সংখ্যা ১ লাখ ৭৫ হাজাৰৰ পৰা ২ লাখ কৰি ৰাখিছে।

Tags: HajjKiren RijijuSaudi Arab

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025